আঞ্চলিক সংবাদ

October 10, 2025 12:52 PM October 10, 2025 12:52 PM

views 30

৬৪খন দেশ বাইকেৰে ভ্ৰমণ কৰা মিনাক্ষী দাসৰ জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী

● ৬৪খন দেশ বাইকেৰে ভ্ৰমণ কৰা মিনাক্ষী দাসে জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী কৰিছে। ইণ্ডো-চীন সীমান্তৰ তাতচিং ভ্ৰমণ সামৰি শিৱসাগৰত কালি বিয়লি উপস্থিত হোৱা মিনাক্ষী দাসে শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ সন্মুখৰ পৰা শিল্পীগৰাকীৰ প্ৰতি এই দাবী উত্থাপন কৰে।

October 10, 2025 1:01 PM October 10, 2025 1:01 PM

views 20

অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত

● যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰৰ এগ্রিকালচাৰেল মাইক্ৰ'অর্গেনিজিম মেন্যুফেকচাৰাৰ্ছ এণ্ড ফার্মার্ছ এছোচিয়েচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হৈছে। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ দাস স...

October 10, 2025 12:58 PM October 10, 2025 12:58 PM

views 29

২০২৫-২৬ বৰ্ষৰ বাবে শিল্পী পেন্সন আৰু বার্ষিক শিল্পী সন্মানৰ আৱেদনৰ দিন বৃদ্ধি

● অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২৫-২৬ বৰ্ষৰ বাবে আহ্বান জনোৱা অসম শিল্পী পেন্সন আৰু বিশেষ পৰিয়াল পেন্সন তথা বার্ষিক শিল্পী সন্মানৰ আৱেদনৰ দিন বৃদ্ধি কৰিছে। পূৰ্বে ১০ অক্টোবৰৰ ভিতৰত পেন্সনৰ বাবে আৱেদন দাখিল কৰিবলৈ কোৱা হৈছিল যদিও সম্প্রতি অনলাইন আৱেদন পত্ৰ দাখিলৰ অন্তিম দিন ২০ অক্টোবৰলৈ পিছুৱ...

October 10, 2025 12:50 PM October 10, 2025 12:50 PM

views 32

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ ঘোষণা

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষাৰ্থীসকলে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সংশ্লিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। প্ৰতিটো পদৰ বাবে দুজনকৈ প্ৰাৰ্থী বাছনি কৰা হৈছিল। এই বাছনিকৃত প্ৰাৰ্থীসকলৰ দক্ষতা প্ৰমাণৰ পাছত আজি চূড়ান্ত ফলাফল প্রকাশ ...

October 10, 2025 12:56 PM October 10, 2025 12:56 PM

views 48

ছিংগাপুৰৰ অসম এচ’ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি

● জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তত সহযোগিতা আগনবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত বিশেষ অনুসন্ধানকাৰী গোটে ছিংগাপুৰৰ অসম এচ'ছিয়েছনৰ ১০ জন সদস্যলৈ নতুনকৈ চমন জাৰি কৰিছে। প্ৰাৰম্ভিক অৱস্থাত এছ আই টিয়ে অসম এচছিয়েছনৰ ৮ জনলৈ চমন জাৰি কৰিছিল যদিও ইয়াৰে কেৱল ৰূপকমল কলিতাহে যোৱা মঙলবাৰে এছ আই টিৰ সন্মুখত হাজিৰ হয়।...

October 10, 2025 1:42 PM October 10, 2025 1:42 PM

views 25

শ্যামকানু মহন্তৰ বিৰুদ্ধে আয়কৰ বিভাগৰ গোচৰ ৰুজু

■ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙুৰ খোৱাৰ পাছত এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত বিধিবলৱৎকাৰী সঞ্চালকালয় আৰু আয়কৰ বিভাগে গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে চি আই ডিয়ে বিত্তীয় অনিয়মৰ অভিযোগত গোচৰ ৰুজু কৰি মহন্তৰ বিৰুদ্ধে তদন্ত চলাই আছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গ...

October 10, 2025 1:38 PM October 10, 2025 1:38 PM

views 37

ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় ২০ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীৰ চেক প্রদান

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেকসমূহ প্ৰদান কৰিব। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় ২০ হাজাৰ মহিলাক এই চেক প্রদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত মুখ্যমন্ত্ৰী মহিলা উদ্যম...

October 9, 2025 9:29 PM October 9, 2025 9:29 PM

views 12

কোকৰাঝাৰত বিটিচিৰ নৱগঠিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ প্ৰথমখন বিধায়িনী সভা

বিটিচিৰ নৱগঠিত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ প্ৰথমখন বিধায়িনী সভাৰ অধিবেশন আজি কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি বিধায়িনী ভৱনত অনুষ্ঠিত হয়। বিপিএফৰ ২৮ জন, ইউ পি পি এলৰ ৫ জন আৰু বিজেপিৰ ৪ জনকে ধৰি মুঠ ৩৭ জন নৱনিৰ্বাচিত পাৰিষদে অধিবেশনৰ সময়ত নতুন বিটিচি চৰকাৰৰ আনুষ্ঠানিক আৰম্ভণি উপলক্ষে আজি...

October 9, 2025 9:12 PM October 9, 2025 9:12 PM

views 22

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে কেইবাজনো লোকক সোধা-পোছা বিশেষ তদন্তকাৰী দলৰ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দলে আজি উলুবাৰীস্থিত চি আই ডিৰ কাৰ্যালয়ত কেইবাজনো লোকক সোধা-পোছা কৰে। শিল্পীগৰাকীৰ ব্যক্তিগত সুৰক্ষা বিষয়া পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক আজি পুনৰ সোধা-পোছা কৰা হয়। উল্লেখযোগ্য যে চৰকাৰীভাৱে নিয়োজিত দুয়োগৰাকী বিষয়াকে স...

October 9, 2025 9:10 PM October 9, 2025 9:10 PM

views 33

হাংগেৰীৰ প্ৰখ্যাত ঔপন্যাসিক, চিত্ৰনাট্যকাৰ লাছল’ ক্ৰাছনাহ’কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা

হাংগেৰীৰ প্ৰখ্যাত ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ লাছল' ক্ৰাছনাহ' কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। ছুইডেনৰ ষ্টকহোমত থকা ছুইডিচ একাডেমী নোবেল কমিটীয়ে আজি এই বঁটা ঘোষণা কৰে। সন্ত্রাস আৰু হত্যা-হিংসা জৰ্জৰিত পৰিস্থিতিত নিজৰ প্ৰভাৱশালী আৰু ভৱিষ্যদর্শী সাহিত্যকৰ্মৰে কলা শক্তিক পুনৰ প্রতিষ...