আঞ্চলিক সংবাদ

October 10, 2025 8:20 PM October 10, 2025 8:20 PM

views 23

মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা

মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে। সভাখনত মাজুলীৰ ৭০ খন ৰাস মঞ্চৰ প্ৰতিনিধি উপস্থিত থাকে। এইবাৰ মাজুলীবাসীয়ে দেৱালী উৎসৱতো আটচবাজি পৰিহাৰ কৰা মা...

October 10, 2025 8:02 PM October 10, 2025 8:02 PM

views 10

শিৱসাগৰত সংহত শিশু উন্নয়ন আঁচনিৰ সোণালী জয়ন্তী কাৰ্যসূচী উদযাপন

শিৱসাগৰ নগৰ শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত সংহত শিশু উন্নয়ন আঁচনিৰ সোণালী জয়ন্তী কাৰ্যসূচী আজি দৌল প্ৰেক্ষাগৃহত উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলন, শ্রদ্ধাঞ্জলি তর্পণ, সম্বর্ধনা অনুষ্ঠান আদিৰে আৰম্ভণি হোৱা এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশ সন্দৰ্ভত আলোচনাৰো আয়োজন কৰা হয়...

October 10, 2025 8:00 PM October 10, 2025 8:00 PM

views 27

জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তকাৰী গোটে আজি প্রয়াত শিল্পীগৰাকীৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছতে বিশেষ তদন্তকাৰী গোটে দুয়োগৰাকীকে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে অভিযুক্ত দেহৰক্ষীদ্বয়ত ৫ দিনৰ বাবে ...

October 10, 2025 7:59 PM October 10, 2025 7:59 PM

views 7

ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত পুনৰ নিৰ্মিত সোৱণশিৰি হাট উদ্বোধন ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি গ্রামোন্নয়ন অভিকৰণ কাৰ্যালয় চৌহদত পুনৰ নিৰ্মিত সোৱণশিৰি হাট উদ্বোধন কৰে। নাবাৰ্ড আৰু জিলা খনিজ ফাউণ্ডেছন ট্ৰাষ্টৰ সহযোগত পুনৰ নিৰ্মাতি এই হাটখনৰ উদ্বোধনী অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰ...

October 10, 2025 7:30 PM October 10, 2025 7:30 PM

views 13

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা অঞ্চল পৰিদৰ্শন সৰ্বানন্দ সোণোৱালৰ

ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড় মহানগৰৰ ফুলবাগানৰ সমীপত জোগাৰ্ছ পাৰ্ক আৰু কছাৰী ঘাট শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াৰ কবলত পৰিছে। ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই কালি খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰতিৰোধৰ ব্যৱস্থাৰ বাবে বিভাগক নিৰ্দেশনা দিয়াৰ এদিন পাছতে আজি কেন্...

October 10, 2025 7:06 PM October 10, 2025 7:06 PM

views 18

মুখ্যমন্ত্রী উদ্যমিতা অভিযানৰ অধীনত ১৪, ০২৫ গৰাকী হিতাধিকাৰীক চেক প্ৰদান

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ চেক বিতৰন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ১৪ হাজাৰ ২৫ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে। ইয়াৰে সাত হেজাৰ ৭৭০ ...

October 10, 2025 6:55 PM October 10, 2025 6:55 PM

views 15

চানমাৰিৰ উৰণ সেতুৰ মেৰামতিৰ বাবে ৩ দিন নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ যান-বাহনৰ চলাচল বন্ধ

চানমাৰিৰ উৰণ সেতুৰ মেৰামতি সংক্ৰান্তীয় কামৰ বাবে গুৱাহাটী কমাৰ্চ কলেজৰ পৰা চানমাৰি ট্ৰেফিক পইণ্টলৈ অহা সকলো যান-বাহনৰ চলাচল অহা ১৩, ১৫ আৰু ১৭ অক্টোবৰত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ থাকিব। নিউ গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সূত্ৰই এখন ৰাজহুৱা জ...

October 10, 2025 6:53 PM October 10, 2025 6:53 PM

views 11

বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি উলহ-মালহেৰে পালন

বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ তিৰোভাৱ তিথি আজি সত্ৰখনত কীৰ্তন মহোৎসৱৰূপে উলহ-মালহেৰে পালন কৰা হয়। এই উপলক্ষে নিয়মীয়া প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগ হিচাপে ঘোষা কীর্তন, গায়ন-বায়ন আদি পৰিৱেশন কৰা হয়। বিয়লি সত্ৰখনৰ অধীনত নহাটীৰ ভকতসকলে পৰম্পৰাগতভাৱে কৰভাৰ প্ৰদান কৰে। উল্...

October 10, 2025 6:49 PM October 10, 2025 6:49 PM

views 21

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডৰ তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোর্ডে ৭,৬৫০ টা তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰে। পুৱা চাৰে দহ বজাৰ লগে লগে কেইবাটাও ৱেৱছাইটত ফলাফল ঘোষণা কৰা হয়। ফলাফল ঘোষণাৰ পূৰ্বে তৃতীয় বৰ্গৰ পদসমূহৰ বাবে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখ...

October 10, 2025 1:23 PM October 10, 2025 1:23 PM

views 27

দুদিনীয়াকৈ ডিব্ৰুগড়ত বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত

■ ডিব্ৰুগড়ৰ অসম আৰক্ষী চাউনীৰ সমীপৰ বহুমুখী উপযোগিতা ভৱনত কালিৰে পৰা দুদিনীয়াকৈ বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত হৈছে। সভাত কালি সমাগত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইক...