আঞ্চলিক সংবাদ

November 5, 2025 1:19 PM

views 21

উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত কৰাৰ লক্ষ্যৰে নতুন ৰাজনৈতিক মঞ্চ গঠনৰ বাবে নতুন দিল্লীত কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ বৈঠক

উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত তথা ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে কালি নতুন দিল্লীত এখন নতুন ৰাজনৈতিক মঞ্চ গঠনৰ বাবে অঞ্চলটোৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই এখন বিশেষ বৈঠকৰ আয়োজন কৰে। এই মঞ্চখনে ৰাষ্ট্রীয় পৰ্যায়ত অঞ্চলটোৰ সমস্যাসমূহ তুলি ধৰিব। দিল্লীৰ কনষ্টিটিউচন ক্লাবত ‘ৱান নৰ্থ-ইষ্ট’ শীৰ্ষক এখ...

November 4, 2025 7:47 PM

views 38

ৰাজনৈতিক মঞ্চ গঠনৰ পৰিকল্পনাৰে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ সংবাদ মেল

উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ এখন সংগঠিত ৰাজনৈতিক মঞ্চ গঠনৰ পৰিকল্পনাৰে আজি দিল্লীৰ কনষ্টিটিউছন ক্লাৱত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই এখন সংবাদ মেল সম্বোধন কৰে। এই সংবাদমেলত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী ভৱিষ্যতৰ বাবে একগোট হৈ আগবঢ়াৰ কথা বিবেচনা কৰা হৈছে বুলি ...

November 4, 2025 7:45 PM

views 22

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী দলৰ ৰাজ্যজুৰি ৰূপায়ণ কৰা ধর্মঘট কার্যসূচী অব্যাহত

সমান কামৰ সম দৰমহাৰ লগতে কেইবাটাও দাবীৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীৰ দলে কালিৰে পৰা ৰাজ্যজুৰি ৰূপায়ণ কৰা কৰ্মবিৰতি আৰু অৱস্থান ধর্মঘট কার্যসূচী আজিও অব্যাহত থাকে। শিৱসাগৰ জিলাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা, সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভি...

November 4, 2025 6:58 PM

views 26

গোলাঘাটত অসম আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানত এটা গড়ৰ খড়গ উদ্ধাৰ

গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ অসম নাগালেণ্ড সীমান্তৰ চি আৰ পি এফ শিবিৰৰ সমীপৰ চেতিয়া গাঁৱত আজি অসম আৰক্ষী আৰু চি আৰ পি এফে অভিযান চলাই এটা গড়ৰ খড়গ উদ্ধাৰ কৰে। গাওঁখনৰ মজিবুৰ ৰহমান নামৰ লোকজনৰ বাসগৃহত উদ্ধাৰ কৰা খড়গটোৰ ওজন এক কেজি ২০০ গ্রাম বুলি জানিব পৰা গৈছে। ধৃত মজিবুৰ ৰহমানে আৰক্ষীৰ আগত প্ৰকাশ কৰা মতে...

November 4, 2025 6:55 PM

views 111

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাস মহোৎসৱ আৰম্ভ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ আজি আৰম্ভ হৈছে। মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, নগাঁও, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত আজিৰে পৰা ৰাস মহোৎসৱ আৰম্ভ হৈছে। জিলাখনৰ উত্তৰ-কমলা...

November 4, 2025 6:53 PM

views 19

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত দুগৰাকী ব্যক্তিৰ লিখিত তথ্য গ্ৰহণ ন্যায়িক আয়োগৰ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠিত ন্যায়াধীশ সৌমিত্র শইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে আজি দ্বিতীয় দিনা দুগৰাকী ব্যক্তিৰ লিখিত তথ্য গ্ৰহণ কৰে। গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ চৌহদত এই আয়োগৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। প্রাক্তন কংগ্রেছ নেতা দুল...

November 4, 2025 6:43 PM

views 154

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন

ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্রশাসনে কাইলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়ো...

November 4, 2025 6:41 PM

views 26

ৰাজ্যিক মর্যাদাৰে দীপক শৰ্মাৰ অন্তেষ্টিক্রিয়া সম্পন্ন

চেন্নাইৰ এখন চিকিৎসালয়ত কালি দেহাৱসান ঘটা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ অন্তেষ্টিক্রিয়া আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। শেষকৃত্যৰ সময়ত অসম চৰকাৰৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্ত আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চ...

November 4, 2025 6:39 PM

views 75

অহা ২৫ নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন আৰম্ভ

অসম বিধানসভাৰ শীতকালীন অধিবেশন অহা ২৫ নৱেম্বৰৰ পৰা দিছপুৰত আৰম্ভ হ'ব। অহা ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কর্মদিন থাকিব। অধিৱেশনৰ আৰম্ভণিৰ দিনা বিগত অধিৱেশনৰ পৰৱৰ্তী কালত দেহাৱসান ঘটা প্রাক্তন সদস্য আৰু ৰাজ্য আৰু দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্রদ্ধা তর্পণ কৰা হ'ব। সেইদিনাই অধ্যক্ষ বিশ...

November 4, 2025 11:06 AM

views 48

■ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এজনীয়া ন্যায়িক আয়োগৰ সাক্ষ্য গ্রহণ প্ৰক্ৰিয়া আৰম্ভ

● জনতাৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সাক্ষ্য গ্রহণৰ বাবে ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ এজনীয়া ন্যায়িক আয়োগে অহা ২১ নৱেম্বৰলৈ সাক্ষ্য গ্ৰহণ কৰিব। গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্রামোদ্যোগ বিভাগৰ চৌহদত এই আয়োগৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। দিনৰ ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।