আঞ্চলিক সংবাদ

October 13, 2025 7:51 PM October 13, 2025 7:51 PM

views 27

ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা ৩দিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক প্রদান কাৰ্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপ-ৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক প্রদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গোৱালপাৰা জিলাতো ৫ বছৰ বয়সৰ ভিতৰৰ মুঠ এক লাখ ৯৬ হাজাৰ শিশুক এই বিশেষ অভিযানৰ জৰিয়তে পলিঅ' প্ৰতিষেধক প্ৰদান কৰিবলৈ লোৱা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিল...

October 13, 2025 7:46 PM October 13, 2025 7:46 PM

views 20

ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনোৱাত উদ্যোগীসকলৰ সন্তোষ প্রকাশ

শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এইবাৰ দীপাৱলী উদযাপনক লৈ ৰাজ্যৰ একাংশ সংগঠনে বাধা আৰোপ কৰাত বৰপেটাৰ আতচবাজী উদ্যোগৰ লগত জড়িত লোকসকলৰ ব্যৱসায়ত অনিশ্চয়তাই দেখা দিছে। এনে সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ আদৰ্শৰে থলুৱা লোকৰ উদ্যোগটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক আতচবাজী সং...

October 13, 2025 7:34 PM October 13, 2025 7:34 PM

views 23

ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্রবাসী সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথাৰে ফেচবুক লাইভত সকিয়নি মুখ্যমন্ত্ৰীৰ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ তিনিজন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰিক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জাঅ’লাংছাত নাৰ্জাৰী নামৰ এই লোককেইজনক এছ আই টিয়ে সোধা-পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ...

October 13, 2025 7:24 PM October 13, 2025 7:24 PM

views 20

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল বুধবাৰে ঘোষণা কৰা হ’ব

এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল পৰহিলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয়, যে সেইদিনা দিনৰ চাৰে ১০ বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। অক...

October 13, 2025 7:20 PM October 13, 2025 7:20 PM

views 15

শদিয়া সমজিলাত কাইলৈ মেগা স্বাস্থ্য শিবিৰৰ বাবে আজি এখন সজাগতা সভা অনুষ্ঠিত

তিনিচুকীয়া জিলাৰ শদিয়া সমজিলাত কাইলৈ হ'বলগীয়া মেগা স্বাস্থ্য শিবিৰৰ বাবে আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তই শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত আয়োজন কৰা এই শিবিৰৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতি সন্দৰ্ভত বুজ লয়।

October 13, 2025 7:19 PM October 13, 2025 7:19 PM

views 13

ৰাজ্যৰ চাহ বাগিচা আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ কন্যা শিশুক শিক্ষা প্ৰদানৰ লক্ষ্যৰে ইউনিছেফ ইণ্ডিয়াই বিশেষ পদক্ষেপ গ্ৰহণ

ৰাজ্যৰ চাহ বাগিচা আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ কন্যা শিশুক শিক্ষা প্ৰদানৰ লক্ষ্যৰে ইউনিছেফ ইণ্ডিয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজি সংস্থাটোৱে ইণ্টাৰ নেচনেল ক্রিকেট কাউন্সিল আৰু ইয়ং ইণ্ডিয়ানছ চি আই আই ৱাই আইৰ সহযোগত গুৱাহাটীত আয়োজন কৰা এখন আলোচনা চক্ৰত এই কন্যা শিশুসকলৰ নিৰাপত্তা আৰু জীৱিকাৰ ক্...

October 13, 2025 7:15 PM October 13, 2025 7:15 PM

views 13

জোনাইৰ কুলি তিনিআলিৰ পৰা নিচাযুক্ত সামগ্রীসহ ২ সৰবৰাহকাৰীক আটক

ধেমাজি জিলাৰ জোনাই সমজিলা আৰক্ষীয়ে আজি স্থানীয় দল-সংগঠনৰ সহযোগত জোনাইৰ কুলি তিনিআলিৰ পৰা নিচাযুক্ত সামগ্রীসহ দুজন সৰবৰাহকাৰীক আটক কৰে। চিমেনচাপৰিৰ পৰা জোনাই হৈ অৰুণাচল প্ৰদেশৰ আলঙলৈ সামগ্ৰীখিনি লৈ যোৱাৰ সময়তে আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক আটক কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা ইনভা বাহনখনো জব্দ কৰে।

October 13, 2025 7:09 PM October 13, 2025 7:09 PM

views 20

ছিংগাপুৰৰ ৩ জন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ তিনিজন প্রবাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰিক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জাঅ’লাংছাত নাৰ্জাৰী নামৰ এই লোককেইজনক এছ আই টিয়ে সোধা-পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ...

October 13, 2025 1:19 PM October 13, 2025 1:19 PM

views 22

ৰাজ্য চৰকাৰ আৰু মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ মাজত গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত

ৰাজ্য চৰকাৰ আৰু মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ মাজত কালি দিছপুৰত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী পীযুষ হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত সদৌ অসম মটক সম্মিলন, সদৌ অসম মটক যুৱ ছাত্র সম্মিলন, সদৌ অসম মহিলা মটক পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অ...

October 13, 2025 1:17 PM October 13, 2025 1:17 PM

views 22

কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক প্রদান কার্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত কালিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে উপৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক প্রদান কার্যসূচী ৰূপায়ণ কৰা হৈছে। ডিব্ৰুগড় জিলাৰ সকলো খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ অঞ্চল তথা নগৰ অঞ্চলৰ এক লাখ ৯২ হাজাৰ ৭১৬ গৰাকী শিশুক পলিঅ' প্রতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কা...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।