আঞ্চলিক সংবাদ

November 8, 2025 12:20 PM

views 34

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ কেইগৰাকীমান প্ৰাক্তন সাংবাদিক-সংবাদকর্মীৰ সৈতে আজিৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওলোকে আ...

November 8, 2025 12:18 PM

views 37

ব্ৰীছবেনত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ টী-২০ শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি ব্ৰীছবেনৰ গাববাত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে কুইন্সলেণ্ডত অনুষ্ঠিত চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত কৰি শৃংখলাটোত ২-১ৰ অগ্ৰগতি লাভ কৰ...

November 7, 2025 8:08 PM

views 19

মঙলদৈত শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱস্থলীত কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টি

ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস উপলক্ষে আজি মঙলদৈৰ সনাতন ধর্মসভা প্ৰাঙ্গনত চলি থকা শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱস্থলীত বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। মহিলাৰ স্তন আৰু জৰায়ু মুখৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন কৰ্কট ৰোগৰ লক্ষণ, প্ৰতিৰোধ, চিকিৎসা আদিৰ বিষয়ে ৰাইজক অৱগত কৰোৱা হয় ৷ দৰং...

November 7, 2025 8:05 PM

views 28

কাৰ্বি আংলং জিলাৰ ডিফুত বৃত্তিগত পাঠ্যক্ৰম সন্দৰ্ভত মাণ্ডলিক প্ৰদৰ্শনী

কাৰ্বি আংলং জিলাৰ ডিফুৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি দিনযোৰা কাৰ্যসূচীৰে বৃত্তিগত পাঠ্যক্ৰম সন্দৰ্ভত মাণ্ডলিক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। ডিফুকে ধৰি জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছশৰো অধিক ছাত্র ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত ড০ ভূপেন হাজৰিকা আঞ্চলিক ফিল্ম আৰু চিলিভিছন প্ৰতিষ্ঠানৰ ...

November 7, 2025 8:04 PM

views 31

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে শিৱসাগৰত বিভিন্ন কাৰ্যসূচী

লৌহপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে শিৱসাগৰত আজি জিলা ভিত্তিত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি স্থানীয় যুৱ দলৰ সন্মুখৰ পৰা ঐতিহাসিক বৰপুখুৰীৰ চাৰিওকাষে এটা বিশাল পদযাত্ৰা উলিওৱা হয়। ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাইয়ে শুভাৰম্ভ কৰা এই পদ...

November 7, 2025 8:00 PM

views 25

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে ন্যায়াধীশ কৌশিক গোস্বামীৰ শপত গ্ৰহণ

ন্যায়াধীশ কৌশিক গোস্বামীয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে। উচ্চ ন্যায়ালয়ৰ নতুন ভৱনত আয়োজিত এটা অনুষ্ঠানত ন্যায়াধীশ গোস্বামীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে কাৰ্যভাৰ গ্ৰহণৰ গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। শপতগ্রহণ অনুষ্ঠানত গুৱাহাট...

November 7, 2025 7:57 PM

views 20

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে জাৰি কৰা চমনৰ ভিত্তিত আজি শিল্পীগৰাকীৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিটাল উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয়। তদন্তকাৰী বিষয়াই ইতিমধ্যে প্রাক্তন মেনেজাৰগৰাকীক সোধা-পোছা আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা...

November 7, 2025 7:51 PM

views 33

গুৱাহাটীত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সন্ধিয়া উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে’টৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৩০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্রকল্প ৰাজ্যখনত পৰ্...

November 7, 2025 7:44 PM

views 66

বন্দে মাতৰমৰ ১৫০ সংখ্যক বর্ষপূর্তি ৰাজ্যৰ সকলো জিলা আৰু সম-জিলাত উদযাপন

দেশভক্তি আৰু আধ্যাত্মিকতাৰ ভাবেৰে পৰাধীন ভাৰতক উদ্বুদ্ধ কৰা বংকিমচন্দ্ৰৰ অমৰ সৃষ্টি বন্দে মাতৰমৰ ১৫০ সংখ্যক বর্ষপূর্তি দেশৰ অন্য ঠাইৰ দৰে আজি অসমতো সকলো জিলা আৰু সম-জিলাত উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে জনতাভৱনত আজি আয়োজিত ৰাজ্যিক পৰ্যায়ৰ মূল অনুষ্ঠানত মুখ্...

November 7, 2025 11:23 AM

views 43

নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নৱেম্বৰ আৰু ডিচেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰৰ সকলো বিভাগৰে নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰা হ'ব। বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে উত্তীৰ্ণ প্ৰাৰ্থীসকলক পৰহিলৈ নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে নৱেম্বৰত কনিষ্ঠবল প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।