আঞ্চলিক সংবাদ

October 14, 2025 7:10 PM October 14, 2025 7:10 PM

views 15

ধেমাজিত শিক্ষণ, বিজ্ঞানাত্মক, নেতৃত্ব আৰু উদ্ভাৱন শীর্ষক শিক্ষক সম্মিলন

 ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শিক্ষণ, বিজ্ঞানাত্মক, নেতৃত্ব আৰু উদ্ভাৱন শীর্ষক এখন জিলাভিত্তিক শিক্ষক সম্মিলন অনুষ্ঠিত হৈছে। ৰাজ্যিক শিক্ষা, গবেষণা আৰু প্রশিক্ষণ পৰিষদ চমুকৈ এছ চি আৰ টিৰ নিৰ্দেশত শিক্ষকসকলৰ উদ্ভাৱনীমূলক চিন্তাৰ খতিয়ান লোৱাৰ লক্ষ্যৰে এ...

October 14, 2025 7:09 PM October 14, 2025 7:09 PM

views 45

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৭ গৰাকী প্ৰবাসী অসমীয়াৰ এছ আই টিৰ আগত ভাষ্য প্ৰদান

ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা প্রবাসী অসমীয়াসকলৰ ৭ গৰাকীয়ে এই পর্যন্ত অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী দলৰ আগত ভাষ্য দিছে। আজি অভিমন্যু তালুকদাৰ আৰু তন্ময় ফুকন নামৰ ব্যক্তি দুগৰাকী উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হৈ ভাষ্য প্রদান কৰে। আৰক্ষী বিষয়াই দুয়োকে বহু সময় ধৰ...

October 14, 2025 7:08 PM October 14, 2025 7:08 PM

views 13

জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি সদৌ অসম ছাত্র সন্থাৰ ধর্মঘট কার্যসূচী ৰূপায়ণ

জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি সদৌ অসম ছাত্র সন্থাই গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই জনতাৰ শিল্পীগৰাকীৰ মৃত্যু ঘটনাৰ তদন্ত পানী নসৰকা হ'ব লাগিব বুলি দাবী তোলে। সংগঠনটোৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য...

October 14, 2025 7:03 PM October 14, 2025 7:03 PM

views 44

জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে এছ আই টিৰ বৈঠক

 জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টিয়ে আজি ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে কিছু সময় পূর্বে বৈঠকত মিলিত হয়। বৈঠকত ডাঃ শুভ্রকিংকৰ গোস্বামী, সঞ্জীৱ ফুকন, অতনু ভূঞা, প্রাঞ্জল শইকীয়া, ডাঃ হিতেশ বৰুৱা আৰু শিৱাণু বৰা উপস্থিত আছিল। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আটাইকেইগৰাকী ব্যক্তিয়ে কয়...

October 14, 2025 11:48 AM October 14, 2025 11:48 AM

views 53

শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণ মণিপুৰৰ ৰাজ্যপালৰ

● মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণৰ বাবে পাঁচজনীয়া সদস্যৰে এখন সমিতি গঠন কৰিছে। এই সমিতিখনে ঐতিহাসিক ৰাজভৱনটোৰ প্ৰদৰ্শনী প্ৰেক্ষাগৃহ আৰু গেলেৰী প্ৰদৰ্শনী সামগ্ৰীসমূহ নিৰীক্ষণ কৰিব। মাহুদৰ সঞ্চালক নাংগম উত্তম সিঙৰ নেতৃ...

October 14, 2025 11:38 AM October 14, 2025 11:38 AM

views 36

জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰতিবাদ

ডিব্ৰুগড়ত কালি আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । জিলাখনৰ ১৭৭ খন চাহ বাগিচাৰ শ্ৰমিকে চৌকিদিঙি চাৰিআলিত সমবেত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইপিনে, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত কালি সদৌ অসম কোচ ৰাজবংশী ছাত্রসন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে জিলাখনত দুঘ...

October 14, 2025 11:35 AM October 14, 2025 11:35 AM

views 18

চলচ্চিত্ৰইহে দৰ্শকক সঠিক মাৰ্গ দেখুৱাব পাৰে: জাহ্নু বৰুৱা

● চলচ্চিত্ৰ সমাজৰ বাবে গঠনমূলক আৰু মানৱতাবাদী হোৱা উচিত। গঠনমূলক চলচ্চিত্ৰইহে দৰ্শকক সঠিক মাৰ্গ দেখুৱাব পাৰে বুলি কালি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতা জাহ্নু বৰুৱাই ডিব্ৰুগড়ত মন্তব্য কৰে। অসম কলেজ শিক্ষক সংস্থা, ডিব্ৰুগড় হনুমানবক্স সুৰযমল কানৈ মহাবিদ্যালয় গোটৰ উদ্যোগত অষ্টবিংশতিত...

October 14, 2025 11:32 AM October 14, 2025 11:32 AM

views 20

কাইলৈ ঘোষণা এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল

● এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয়, যে কাইলৈ দিনৰ ১০.৩০ বজাত সংশ্লিষ্ট ৱেবছাইটত প্ৰাৰ্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰে। অক্টো...

October 14, 2025 11:27 AM October 14, 2025 11:27 AM

views 28

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন শীঘ্ৰে মুকলি কৰি দিবৈল দীৰ্ঘদিন ধৰি ৰাজ্যৰ শিল্পী সমাজৰ দাবী

● গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন শীঘ্ৰে মুকলি কৰি দিবৈল দীৰ্ঘদিন ধৰি ৰাজ্যৰ শিল্পী সমাজে দাবী জনাই আহিছে। কালি সাংস্কৃতিক ঐক্য মঞ্চ অসমে পুনৰ এই দাবী জনায়। গুৱাহাটীৰ চেনিকুঠীৰ সূৰ্য সমলয় ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত কালি বিশিষ্ট নাট্যকর্মী ৰবিজিতা গগৈয়ে শিল্পীসকলৰ সুবিধাৰ্থে ৰবীন্দ্ৰ ভৱন প্ৰাংগণত থকা প্...

October 14, 2025 11:23 AM October 14, 2025 11:23 AM

views 28

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে ৰাজ্যৰ ভিন্ন ঠাইত শ্রদ্ধা নিবেদন

● অসমীয়া সাহিত্যৰ পথ প্ৰদৰ্শক, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, হাস্যৰসাত্মক লেখক তথা সমালোচক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জয়ন্তী। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জয়ন্তী উপলক্ষে ঠায়ে ঠায়ে শ্রদ্ধা নিবেদন কৰা হৈছে। প্ৰজ্ঞাৰ সাধনাৰে মাতৃভাষা আৰু সমাজ জীৱনক গৌৰৱান্বিত কৰা আধুনিক অসমীয়া ভাষা-সা...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।