আঞ্চলিক সংবাদ

October 16, 2025 12:03 PM October 16, 2025 12:03 PM

views 42

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক ন্যায় ব্যৱস্থাত আস্থা ৰাখিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আৰু সেয়েহে জনসাধাৰণক ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিবলৈ তেওঁ আহ্বান জনায়। নতুন দিল্লীত ছিংগাপুৰৰ উপ-উচ্চায়ুক্ত এলিছ চেঙৰ সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আলোচনা ...

October 16, 2025 11:59 AM October 16, 2025 11:59 AM

views 27

বাক্সাৰ কাৰাগাৰৰ সন্মুখত কালি সংঘটিত হিংসাত্মক পৰিস্থিতিৰ বুজ লয় আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়িক জিম্মা লাভ কৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাকে ধৰি পাঁচজনক কালি বাক্সা জিলাৰ নিকাছিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পাছত মাজনিশা ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰক্ষী সঞ্চালক প্ৰধ...

October 16, 2025 9:55 AM October 16, 2025 9:55 AM

views 14

দীপাৱলী আৰু ষট পূজাৰ সময়ত উত্তৰ ৰে’লৱেৰ এহাজাৰখন বিশেষ ৰে’লৰ ব্যৱস্থা

দীপাৱলী আৰু ষট পূজাৰ সময়ত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে জনসাধাৰণৰ সুবিধাৰ্থে উত্তৰ ৰে'লৱেই এহেজাৰখন বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উত্তৰ ৰে'লৱেৰ মহা প্ৰৱন্ধক অশোক কুমাৰ বাৰ্মাই এইকথা সদৰি কৰে। তেওঁ কয়, যে বিশেষ ৰে’লগাড়ীসমূহৰ যাত্ৰাৰ তদাৰক কৰিবলৈ এটা...

October 16, 2025 9:53 AM October 16, 2025 9:53 AM

views 12

প্রধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ অধীনত নাগালেণ্ডত কৃত্রিম বুদ্ধিমত্তা উৎকর্ষতা কেন্দ্ৰ স্থাপনৰ বিভিন্ন দিশ অন্বেষণৰ উদ্দেশ্যে নিটি আয়োগৰ দলৰ ডিমাপুৰ ভ্ৰমণ

নিটি আয়োগৰ এটা দলে প্রধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ অধীনত নাগালেণ্ডত কৃত্রিম বুদ্ধিমত্তা উৎকর্ষতা কেন্দ্ৰ স্থাপনৰ বিভিন্ন দিশ অন্বেষণৰ উদ্দেশ্যে কালি ডিমাপুৰ ভ্ৰমণ কৰে। জল আৰু ভূমিসম্পদ, তথ্য প্রযুক্তি, দূৰসংযোগ তথা পৰ্যটন আৰু সংস্কৃতি বিভাগৰ প্ৰকল্প সঞ্চালক যুগল যোশীৰ নেতৃত্বত গঠিত দলটোৱে NIELIT আৰু কৃ...

October 16, 2025 9:46 AM October 16, 2025 9:46 AM

views 18

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ পাকিস্তান-ইংলেণ্ডৰ খেল পৰিত্যক্ত ঘোষণা

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠানত পাকিস্তান আৰু ইংলেণ্ডৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষিত হয়। ফলত দুয়োটা দলেই এক পইণ্টকৈ লাভ কৰে। খেলখনৰ প্ৰথম ইনিংছত বৰষুণে বিঘিনি ঘটোৱাৰ বাবে দুয়োটা দলকেই ৩১ অভাৰকৈ খেলাৰ সুযোগ দিয়া হৈছিল। প্ৰথমে ...

October 16, 2025 9:44 AM October 16, 2025 9:44 AM

views 28

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্রপ্রদেশত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অন্ধ্ৰপ্ৰদেশলৈ যাব। ভ্রমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ নন্দিয়াল জিলাৰ শ্ৰীছাইলেমত থকা শ্ৰীভ্ৰমৰম্ব মল্লিকার্জুনা স্বামী ৱৰ্লা দেৱস্থানম দৰ্শন কৰাৰ লগতে মন্দিৰটোত পূজা-অৰ্চনা কৰিব। তেওঁ জিলাখনৰ শ্ৰীশিৱাজী স্পৰ্থি কেন্দ্ৰও পৰিদৰ্শন কৰিব। শ্রীমোদীয়ে আজি বিয়লি কু...

October 16, 2025 10:06 AM October 16, 2025 10:06 AM

views 17

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাত লক্ষ্য সেন পুৰুষৰ ছিংগলছৰ আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী- চিৰাগ ছেট্টি পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ আৰু স্বাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ ছেট্টি যুটিটোৱে পুৰুষৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অ’ডেনছত কালি অনুষ্ঠিত এখন খেলত বিশ্বক্ৰমৰ ২১ সংখ্যক স্থানৰ লক্ষ্য সেনে আয়াৰলেণ্ডৰ নাইট গুয়েনক ১০-২১, ২১–৮, ...

October 15, 2025 9:35 PM October 15, 2025 9:35 PM

views 29

নতুন দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীৰ অসম ভৱনত ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত ড০ শৰ্মাই সাংবাদিকৰ আগত ছিংগাপুৰ আৰক্ষীয়ে শীঘ্ৰেই তদন্তৰ সবিশেষ প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে। ছিংগাপুৰ আৰক্ষীয়ে অনুমতি দিলে তদন্...

October 15, 2025 9:31 PM October 15, 2025 9:31 PM

views 13

অসমত যাত্ৰীবাহী ৰে’ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অহা ১৮ অক্টোবৰত বিশেষ ‘দৃষ্টিপাত’

অসমত ৰে’ল সেৱা বিশেষকৈ যাত্ৰীবাহী ৰে'ল সেৱাক অধিক জনমুখী কৰা সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ১৮ অক্টোবৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰাক্তন মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ছিতু সিং হাজং, সাংবাদিক ত্রি...

October 15, 2025 9:28 PM October 15, 2025 9:28 PM

views 15

ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত চালক প্রশিক্ষন কেন্দ্র স্থাপন

অসম চৰকাৰে নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ লগতে দক্ষ চালক গঢ় দিয়াৰ বাবে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে চালক প্রশিক্ষন কেন্দ্র স্থাপন কৰিব। ইতিপূৰ্বে ৰাজ্যৰ বাজেটত ইয়াৰ বাবে অনুমোদন দিয়া হৈছে আৰু শীঘ্ৰে এই কেন্দ্ৰসমূহ প্ৰতিষ্ঠা কৰা হ'ব। পৰিবহন মন্ত্ৰী যোগেন মহনে এই বিষয়ে প্ৰকাশ কৰে। ইয়াৰ ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।