আঞ্চলিক সংবাদ

October 16, 2025 8:33 PM October 16, 2025 8:33 PM

views 20

ৰাজ্যৰ ১১টা বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি

অসম চৰকাৰে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্রূষা সেতু শীৰ্ষক কাৰ্যসূচীৰ অধীনত আজি ৰাজ্যৰ ১১টা বিধানসভা সমষ্টিত বৃহৎ স্বাস্থ্য শিবিৰ মুকলি কৰা হয় ৷ হোজাই জিলাৰ লংকা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি লামডিং বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত বিশেষজ্ঞ চিক...

October 16, 2025 8:29 PM October 16, 2025 8:29 PM

views 11

খানাপাৰাত ঝুমইৰ বিনন্দিনীৰ শিল্পী, প্ৰশিক্ষক, বিশেষজ্ঞ সমিতিৰ সদস্যক প্ৰশংসা-পত্র আৰু মাননি প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণকাৰী শিল্পী, প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যসকলক প্ৰশংসা-পত্র আৰু মাননী প্ৰদান কৰে। এই শিল্পীসকলে যোৱা ২৪ ফেব্ৰুৱাৰীত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত ...

October 16, 2025 8:22 PM October 16, 2025 8:22 PM

views 18

শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ

ৰাজ্য চৰকাৰে শিল্পী জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে পদক্ষেপ লৈছে। লোকনির্মাণ বিভাগক সমাধি প্রকল্প নিৰ্মাণৰ দায়িত্ব অর্পণ কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। এখন বিশেষ সমিতিয়ে সম...

October 16, 2025 12:43 PM October 16, 2025 12:43 PM

views 32

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীৰে সামাজিক মাধ্যমত অনুৰাগীৰ প্রতিবাদ অব্যাহত

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীৰে শিল্পীগৰাকীৰ অনুৰাগীসকলে সামাজিক মাধ্যমত প্রতিবাদ অব্যাহত আছে। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ ক্ষিপ্ৰ তদন্তৰ দাবীৰেই ইতিমধ্যে সামাজিক মাধ্যমত প্ৰতিবাদ আৰম্ভ হৈছে। সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি এইপর্যন্ত ১২ লাখ অনুৰাগীয়ে ন্যায়...

October 16, 2025 12:41 PM October 16, 2025 12:41 PM

views 30

জনতাৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা নিৱেদন কৰিবলৈ কাইলৈ অসমলৈ আহিব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে কাইলৈ কংগ্ৰেছ দলৰ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী অসমলৈ আহিব। তেওঁ সোণাপুৰৰ কমাৰকুছিত থকা শিল্পীগৰাকীৰ শেষকৃত্যস্থলীলৈ গৈ শ্রদ্ধা নিবেদন কৰিব। শ্ৰী গান্ধীয়ে শিল্পীগৰাকীৰ বাসগৃহলৈ গৈ পৰিয়ালৰ লোককো সাক্ষাৎ কৰাৰ কথা।

October 16, 2025 12:39 PM October 16, 2025 12:39 PM

views 7

ৰাজ্যত এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাত ১৩,৯৯,৮৯৮গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫,০২৩ গৰাকী উত্তীৰ্ণ

ৰাজ্যত কালি ঘোষিত এ ডি আৰ ইৰ চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল অনুসৰি ১৩ লাখ ৯৯ হাজাৰ ৮৯৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৫ হাজাৰ ২৩ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেলত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষ ড° বি কল্যাণ চক্ৰৱৰ্তীয়ে এই বিষয়ে ...

October 16, 2025 12:37 PM October 16, 2025 12:37 PM

views 10

অহা ১৭ অক্টোবৰত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা

অহা ১৭ অক্টোবৰত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে। অহা ২৫ অক্টোবৰৰ ভিতৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক পদৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰ...

October 16, 2025 12:35 PM October 16, 2025 12:35 PM

views 30

উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীভূত আৰু বাস্তৱসন্মত আন্তঃগাঁথনিত ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ গুৰুত্ব আৰোপ

উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়াৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীভূত আৰু বাস্তৱসন্মত আন্তঃগাঁথনিৰ ওপৰত ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই গুৰুত্ব আৰোপ কৰিছে। কালি মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া প্ৰসাৰ সন্দৰ্ভত দ্বিতীয় উচ্চস্তৰীয় কৰ্মবাহিনীৰ বৈঠক...

October 16, 2025 12:34 PM October 16, 2025 12:34 PM

views 12

ৰাজ্যজুৰি অনুষ্ঠিত ‘শুশ্রূষা সেতু’ শীৰ্ষক স্বাস্থ্য শিবিৰত লক্ষাধিক শিশু আৰু কিশোৰ-কিশোৰীক চিকিৎসা প্ৰদান

অসম চৰকাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা মেগা স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত কালি বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, নগাঁও আৰু তিনিচুকীয়া জিলাত শিবিৰ মুকলি কৰা হয়। বিশ্বনাথ জিলাৰ কমাৰ্চ কলেজত, কাছাৰ জিলাৰ উদাৰবন্দ বিধানসভা সমষ্টিৰ বাবে, জগন্নাথ সিং কলেজত নগাঁও বটদ্ৰৱা সমষ্টিৰ বাব...

October 16, 2025 12:32 PM October 16, 2025 12:32 PM

views 18

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান আদিবাসী কাৰ্বি, খিলঞ্জীয়া জনজাতিক ভূমিপট্টা বিতৰণৰ পদক্ষেপ গ্ৰহণ

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত বাস কৰা প্ৰধান আদিবাসী কাৰ্বিকে ধৰি খিলঞ্জীয়া জনজাতিৰ লোকসকলক দ্বিতীয় পৰ্যায়ৰ পুথিমি আকেমাং আঁচনিৰ অধীনত বিনামূলীয়াকৈ ভূমি পট্টা বিতৰণ কৰিবলৈ পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই আঁচনিৰ অংশ হিচ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।