আঞ্চলিক সংবাদ

October 17, 2025 7:46 PM October 17, 2025 7:46 PM

views 16

গহপুৰত বন্দুক আৰু গুলীসহ ৩ জন চোৰাং চিকাৰীক আটক

বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত আজি আৰক্ষীয়ে বন্দুক আৰু গুলীসহ ৩ জন চোৰাং চিকাৰীক আটক কৰে। বিশ্বনাথ আৰু মাজুলী জিলাৰ আৰক্ষীৰ যুটীয়া অভিযানত এটা বন্দুক আৰু গুলি উদ্ধাৰ কৰা হয়। গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ গহপুৰ সমজিলাৰ অন্তৰ্গত ধন্দী পথাৰৰ দেৱজিৎ পেণ্ডৰ ঘৰৰ পৰা এই বন্দুক আৰু গুলিসমূহ উদ্ধাৰ কৰা হয়। আৰক...

October 17, 2025 7:41 PM October 17, 2025 7:41 PM

views 15

জনজাতিকৰণৰ দাবীত ধেমাজী জিলাৰ চিলাপথাৰত আটাছুৰ প্ৰতিবাদ সাব্যস্ত

টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি ধেমাজী জিলাৰ চিলাপথাৰত আটাছুৱে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। জনগোষ্ঠীটোৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আজি চিলাপথাৰ বিশাল প্রতিবাদী সমদলেৰে উত্তাল কৰি তোলে। টাই আহোম জনগোষ্ঠী জনজাতিকৰণ, স্বায়ত্ত শাসন প্রদান আৰু ভূমি পট্টাৰ দাবীত এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা ...

October 17, 2025 7:37 PM October 17, 2025 7:37 PM

views 11

ছহিদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা অহা ৮ নৱেম্বৰত স্থাপন

বিশ্বনাথ জিলাৰ গহপুৰ সমজিলাৰ ভোলাগুৰি চাহ বাহিচাত নিৰ্মাণ হ'বলগীয়া ছহিদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা অহা ৮ নৱেম্বৰত স্থাপন কৰা হ'ব। স্থানীয় বিধায়ক উৎপল বৰাই এই কথা সদৰি কৰি কয়, যে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে এই বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও ...

October 17, 2025 7:35 PM October 17, 2025 7:35 PM

views 11

গোৱালপাৰাত ফাৰ্মাচীসমূহৰ স্বত্তাধিকাৰীসকলৰ মাজত সভা অনুষ্ঠিত

গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিয়াৰ বাবে আজি জিলা প্রশাসনে ফাৰ্মাচীসমূহৰ স্বত্তাধিকাৰীসকলৰ মাজত এখন সভা অনুষ্ঠিত কৰে। সভাত জিলা আয়ুক্ত প্রদীপ টিমুং উপস্থিত থাকি সমাজখনক নিচামুক্ত কৰাৰ ক্ষেত্ৰত ফাৰ্মাচী স্বত্তাধিকাৰীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ ঔষধ বিক্রেতাসকলক যথেষ্ট স...

October 17, 2025 7:34 PM October 17, 2025 7:34 PM

views 16

ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্রতিযোগিতাৰ ফলাফল ঘোষণা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্রতিযোগিতাত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁইয়ে প্রথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী দিব্যা আত্রেয়ই দ্বিতীয় স্থান, যোৰহাটৰ মহেশ্বৰ বৰকটকী উচ্চত...

October 17, 2025 7:32 PM October 17, 2025 7:32 PM

views 7

অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী হাফলং কাৰাগাৰত উপস্থিত

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দর্ভত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত আৰু বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত তেওঁলোকক হাফলং কাৰাগাৰলৈ নিয়া হয়। ব্যাপক নিৰাপত্তাৰ মাজত তেওঁলোকক কাৰাগাৰলৈ কঢ়িয়াই নিয়া গ...

October 17, 2025 7:14 PM October 17, 2025 7:14 PM

views 26

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে ৰাজহুৱা জাননী জাৰি

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত গঠন কৰা এজনীয়া ন্যায়িক আয়োগে এই ঘটনা সম্পৰ্কত তথ্য সংগ্ৰহৰ বাবে ৰাজহুৱা জাননী জাৰি কৰিছে। সেই অনুসৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কোনো লোকৰ হাতত কোনো তথ্য থাকিলে তেওঁলোকে শপতনামাৰ জৰিয়তে এই তথ্য ...

October 17, 2025 7:45 PM October 17, 2025 7:45 PM

views 24

কমাৰকুছিৰ জুবিন গাৰ্গ ক্ষেত্রলৈ গৈ শিল্পীগৰাকীক শ্রদ্ধা নিবেদন ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আজি সোণাপুৰৰ কমাৰকুছিৰ জুবিন গাৰ্গ ক্ষেত্রলৈ গৈ শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা নিবেদন কৰে। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ কাহিলিপাৰালৈ গৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰি জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ গভীৰ শ্ৰদ...

October 17, 2025 12:34 PM October 17, 2025 12:34 PM

views 27

৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়া প্রতিযোগিতালৈ নিৰ্বাচিত লখিমপুৰ টাইকোৱানডো একাডেমীৰ ৩ খেলুৱৈ

● লখিমপুৰ জিলা টাইকোৱানডো সন্থাৰ অধীনৰ সদৰ আৰু তেলাহী টাইকোৱানডো একাডেমীৰ তিনিগৰাকী খেলুৱৈয়ে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়া প্রতিযোগিতালৈ নিৰ্বাচিত হৈছে। নির্বাচিত খেলুৱৈকেইগৰাকী হ'ল দিশা প্ৰিয়া সোণোৱাল, গিৰি শংকৰ কোঁৱৰ আৰু ৰনিতা কাকতি।

October 17, 2025 12:31 PM October 17, 2025 12:31 PM

views 36

যৌন নিৰ্যাতন প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ আইন ২০১৩ সন্দৰ্ভত ডিব্ৰুগড়ত সজাগতামূলক আলোচনা সভা

● ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সৱলীকৰণ কেন্দ্ৰৰ উদ্যোগত কালি ডিব্ৰুগড় পৌৰ নিগমৰ সভাকক্ষত জিলা সমাজ কল্যাণ বিষয়া প্ৰশান্ত বৰাৰ সভাপতিত্বত কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত হোৱা যৌন নিৰ্যাতন প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ আইন ২০১৩ সন্দৰ্ভত এখন সজাগতামূলক আলোচনা সভা অনুষ্...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।