আঞ্চলিক সংবাদ

November 13, 2025 12:13 PM

views 54

যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু: মুখ্যমন্ত্ৰী

● দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পাছত অসমত কূটাঘাতৰ আশংকা কৰি ৰাজ্য চৰকাৰে শক্তিশালীভাৱে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয়, যে অসম এনে কূটাঘাতৰ আশংকাৰ পৰা সমূলি মুক্ত নহয় আৰু এনে যিকোনো অপচেষ্টা কঠোৰ হাতেৰে ...

November 12, 2025 9:01 PM

views 26

কেন্দ্রীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৃষিমন্ত্ৰী অতুল বৰাৰ

কৃষিমন্ত্ৰী অতুল বৰাই আজি নতুন দিল্লীত কেন্দ্রীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি ৰাজ্যখনত ৰূপায়িত হৈ থকা কেন্দ্ৰীয় আঁচনিসমূহৰ অগ্ৰগতি সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ লগতে ৰাজ্যখনৰ কৃষকসকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰি অসমৰ কৃষিভিত্তিক অর্থনীতি সুদৃঢ় কৰাৰ ক্ষেত্রত এই...

November 12, 2025 8:55 PM

views 40

জুবিন গাৰ্গৰ জন্মদিনটো ৰাজ্যজুৰি জাতীয় স্বাভিমান দিৱস হিচাপে পালনৰ সিদ্ধান্ত অগপৰ

অসম গণ পৰিষদ দলে অহা ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনটো ৰাজ্যজুৰি জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত আজি আমবাৰীৰ দলটোৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত দলৰ সাধাৰণ সম্পাদক মনোজ শ‍ইকীয়াই কয়, যে সেইদিনা প্ৰতিখন বিধানসভা সমষ্টিতে অগপৰ জিলা সমিতিয়ে বিস্তৃত কাৰ্যসূচীৰে এই ...

November 12, 2025 8:53 PM

views 50

মাজুলীৰ আউনীআটী সত্ৰত পাল-নাম মহোৎসৱৰ আয়োজন

মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি আজিৰে পৰা পাল-নাম মহোৎসৱৰ আয়োজন কৰা হৈছে। মাজুলীৰ এই অন্যতম আধ্যাত্মিক আৰু সাংস্কৃতিক উৎসৱ উপলক্ষে অগণন ভকত-বৈষ্ণৱৰ আগমন হৈছে। প্ৰতিবছৰে কাতি মাহৰ শেষৰ পাঁচটা দিনত উদযাপন কৰা এই পালনামলৈ দেশৰ লগতে বিদেশৰো ভক্তৰ আগমন হয়। সত্ৰৰ ভকত-বৈষ্ণৱস...

November 12, 2025 8:51 PM

views 30

পবিতৰা অভয়াৰণ্যত আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে হাতী ছাফাৰী আৰম্ভ

পবিতৰা অভয়াৰণ্যত আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে হাতী ছাফাৰী আৰম্ভ হৈছে। অভয়াৰণ্যখনত যোৱা ২৩ অক্টোবৰত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰা হৈছিল। এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্য এইবাৰ কিছু পলমকৈ আৰম্ভ কৰা হৈছে। অভয়াৰণ্যখনৰ বিধবস্ত বাট-পথ মেৰামতিৰ পাছতহে পৰ্যটকৰ বাবে কৰ্তৃপক্ষই জীপ...

November 12, 2025 8:48 PM

views 17

কাইলৈ শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্রার্থীক নিযুক্ত পত্ৰ

ৰাজ্যত স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে কাইলৈ শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্রার্থীক নিযুক্ত পত্ৰ প্ৰদান কৰা হ'ব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কাইলৈ বিয়লি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু উপস...

November 12, 2025 8:45 PM

views 38

ৰাজ্যৰ পাঁচটা বিৰোধী দলৰ ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ

ৰাজ্যখনৰ পাঁচটা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ কৰিছে। আজি দিছপুৰৰ অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত অনুষ্ঠিত এখন বৈঠকত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি দলক প্ৰত্যাহ্বান জনোৱাৰ বাবে ঐক্যবদ্ধ বিৰোধী মঞ্চ গঠনৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। আমাৰ গুৱ...

November 12, 2025 8:29 PM

views 28

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাণৰ গান শীৰ্ষক বিশেষ গীত

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰাণৰ গান শীৰ্ষক এটা বিশেষ গীত প্ৰচাৰৰ দিহা কৰিছে। আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক তথা বিশিষ্ট কবি, গীতিকাৰ কৌস্তভমণি শ‍ইকীয়াই ৰচনা কৰা এই গীতটোক সুৰেৰে সজাইছে কেন্দ্ৰটোৰ আন এগৰাকী অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক তথা বি...

November 12, 2025 8:25 PM

views 36

সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীতো নিৰাপত্তাৰক্ষীয়ে বিশেষ সতর্কতা অৱলম্বন কৰাৰ লগতে তালাচী অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ ৰে'ল ষ্টেচন, বিমান বন্দৰসমূহত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি...

November 12, 2025 8:22 PM

views 25

সোণাপুৰৰ পাটৰকুছিত নৱনিৰ্মিত ‘সোণোৱাল ভৱন’ উদ্বোধন

জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সোণাপুৰৰ পাটৰকুছিত নৱনিৰ্মিত ‘সোণোৱাল ভৱন’ উদ্বোধন কৰে। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে ৭ কোটি ৩ লাখ টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিয়াইছে। চাৰিমহলীয়া এই ভৱনটো সোণোৱা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।