October 21, 2025 11:34 AM October 21, 2025 11:34 AM
25
জুবিনৰ শেষকৃত্য সম্পন্ন হোৱা সোণাপুৰৰ কমাৰকুছি স্থানক জুবিনক্ষেত্র হিচাপে পৰিচিত হোৱাটো বিচাৰে বুলি গৰিমা গার্গৰ প্রকাশ
সোণাপুৰত থকা জুবিন গাৰ্গৰ সমাধি ক্ষেত্র নির্মাণক লৈ কালি শংকৰদেৱ কলাক্ষেত্ৰত নিৰ্মাণ সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ, আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত, অভিনেতা প্রাঞ্জল শইকীয়া, লেখিকা অনুৰাধা শৰ্মা পূজাৰী, ভাস্কর্য শিল্পী বীৰেন সিংহ, সংগীত শি...