October 22, 2025 12:34 PM October 22, 2025 12:34 PM
42
হাইস্কুল শিক্ষান্ত পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডৰ নির্দেশনা
● অহা বছৰৰ প্ৰথম ভাগত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত পৰীক্ষা কেন্দ্ৰ সমিতি গঠন কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডে নির্দেশনা প্রকাশ কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা বিষয়াই অহা ৩১ অক্টোবৰৰ পূৰ...