October 23, 2025 8:53 PM October 23, 2025 8:53 PM
21
নাগপুৰত অহা ২৬ অক্টোবৰৰ পৰা হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব টি-টুৱেণ্টি মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দল ঘোষণা
অসম ক্রিকেট সন্থাই অহা ২৬ অক্টোবৰৰ পৰা নাগপুৰত হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব টি-টুৱেণ্টি মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। এই খেলুৱৈসকল হৈছে অধিনায়ক কাকু বৰ্মন, উপ অধিনায়ক খুছি কুমাৰী, প্ৰিয়ংকা কলিতা, ৰীমা পেগু, ডলী কার্দং, নেহা চন্দ, পয়োনিধি দাস, গ্রীতিশ...