October 26, 2025 7:12 PM October 26, 2025 7:12 PM
24
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ষট্ পূজা পালনৰ সকলো প্রস্তুতি সম্পূৰ্ণ; মহানগৰীত যানবাহন চলাচলত প্ৰশাসনৰ নীতি-নির্দেশনা জাৰি
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিন্দু ধৰ্মৰ অন্যতম প্রাচীন উৎসৱ ষট্ পূজা পালনৰ সকলো প্রস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপ-আয়ুক্ত কার্যালয়ে কাইলৈ আৰু পৰহিলৈ মহানগৰীখনত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নির্দেশনা জাৰি কৰিছে। কাইলৈ দিনৰ ১১ বজাৰ পৰা পৰহিলৈ দিনৰ ১১ বজালৈ এই নির্দেশনাসমূ...