আঞ্চলিক সংবাদ

October 27, 2025 11:31 AM October 27, 2025 11:31 AM

views 51

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্তৰ বাবে সাজু ন্যায়িক আয়োগ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত এছ আই টিৰ তদন্তৰ সমান্তৰালভাৱে ন্যায়িক আয়োগেও তদন্ত আৰম্ভ কৰাৰ বাবে সাজু হৈছে। ইতিমধ্যে ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰিছে। ৰাজ্যত প্ৰথমবাৰলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা গঠিত এই আয়োগে ...

October 27, 2025 11:27 AM October 27, 2025 11:27 AM

views 12

ৰাজ্যৰ কেইবাখনো জিলাত ৰাজ্য চৰকাৰৰ শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্ৰুষা সেতু শীৰ্ষক স্বাস্থ্য শিবিৰ গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি অনুষ্ঠিত হয়। এই শিবিৰত বিশেষজ্ঞ চিকিৎকৰ দ্বাৰা ১৮ বছৰৰ তলৰ প্ৰত্যেক শিশু তথা কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। কাজিৰঙ...

October 27, 2025 10:58 AM October 27, 2025 10:58 AM

views 160

নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ছাত্ৰীসকলৰ মাজত চেক বিতৰণ

নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কৰা হ'ব। উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰীৰ নাম...

October 26, 2025 8:57 PM October 26, 2025 8:57 PM

views 66

অন্ধ্রপ্রদেশ আৰু পুড়ুচেৰীত মন্থা ঘূর্ণি বতাহজাকৰ বাবে সতর্কতামূলক ব্যবস্থা গ্রহণ

দক্ষিণ পূৱ বঙ্গোপসাগৰত সৃষ্টি হোৱা নিম্নছাপ কাইলৈৰ ভিতৰত ঘূর্ণি বতাহলৈ ৰূপান্তৰিত হ'ব পাৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সকিয়াই দিছে। ঘূর্ণি বতাহজাক উত্তৰ-পশ্চিম দিশে গতি কৰাৰ আৰু মঙলবাৰৰ ভিতৰত প্ৰৱল ঘূর্ণিবতাহলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে। অন্ধ্রপ্রদেশ আৰু পুড়ুচেৰীয়ে মন্থা নামৰ এই ঘূর্ণি বতাহজ...

October 26, 2025 8:10 PM October 26, 2025 8:10 PM

views 12

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন সন্দর্ভত যুৱ ছাত্ৰ পৰিষদ আৰু প্ৰায় ২৫টা জাতি-জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ মাজত বৈঠক

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন তথা সাম্প্রতিক জনগোষ্ঠীয় কার্যপ্রণালীক পাৰস্পৰিক সহযোগিতা সন্দর্ভত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু প্ৰায় ২৫টা জাতি-জনগোষ্ঠীৰ ছাত্ৰ সংগঠনৰ নেতাসকলৰ মাজত এখন সভা অনুষ্ঠিত হয়। সভাৰ পাছত এখন সংবাদমেলত পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন ব...

October 26, 2025 8:04 PM October 26, 2025 8:04 PM

views 45

সতর্কতা, আমাৰ সামূহিক দায়বদ্ধতা- বিষয়বস্তুৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সতর্কতা সজাগতা সপ্তাহ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ সতর্কতা সজাগতা সপ্তাহ পালন কৰিব। এই বছৰ এই সপ্তাহৰ বিষয়বস্তু হৈছে সতর্কতা, আমাৰ সামূহিক দায়বদ্ধতা। কেন্দ্রীয় সতর্কতা আয়োগৰ নিৰ্দেশ অনুসৰি ৰে'লৱেই সমগ্ৰ মণ্ডলটোত প্ৰতিৰোধমূলক সতর্কতা ব্যবস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে ১৮ আগষ্টৰ পৰা ১৭ নৱেম্বৰলৈ অভিয...

October 26, 2025 7:53 PM October 26, 2025 7:53 PM

views 8

নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেঞ্চি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত আজি ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেঞ্চি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভকৰে। ৰাজ্যিক স্ব-অগ্রাধিকাৰ উন্নয়ন পুঁজিৰ ৮ কোটি টকাৰে জলসম্পদ বিভাগে এই খনন কার্য সম্পন্ন কৰিবলৈ লৈছে। জলসম্...

October 26, 2025 7:49 PM October 26, 2025 7:49 PM

views 50

অৰুণাচল আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত আলফা স্বাধীনৰ এজন সদস্যক গ্ৰেপ্তাৰ

অৰুণাচল প্ৰদেশৰ নামচাইত ৰাজ্যখনৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত আজি পুৱা আলফা স্বাধীনৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰা হয়। সদস্যজন তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ বাসিন্দা অনুপম দহোটিয়া ওৰফে থাউচেন অসম বুলি জানিব পৰা গৈছে। সুৰক্ষা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে ১৭অক্টোবৰত তিনিচুকীয়াৰ কাকপথাৰৰ সেনাবাহিনীৰ...

October 26, 2025 7:42 PM October 26, 2025 7:42 PM

views 29

গোলাঘাট জিলাৰ মেৰাপানীত শুশ্রুষা সেতু শীর্ষক স্বাস্থ্য শিবিৰৰ আয়োজন

গোলাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্রুষা সেতু শীর্ষক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত বিশেষজ্ঞ চিকিৎকৰ দ্বাৰা ১৮ বছৰৰ তলৰ প্ৰত্যেক শিশু তথা কিশোৰ-কিশোৰীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হৈছে। বিত্ত মন্ত্...

October 26, 2025 7:32 PM October 26, 2025 7:32 PM

views 48

২৫ নৱেম্বৰত অসম বিধানসভাৰ শীতকালীন অধিৱেশন

অসম বিধানসভাৰ শীতকালীন অধিৱেশন অহা ২৫ নৱেম্বৰত আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এইবাৰৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি গুৰুত্বপূৰ্ণ প্রতিবেদন দাখিল কৰা হ'ব। ৰাজ্য চৰকাৰে বিধানসভাৰ শীতকালীন অধিবেশনত লাভ জেহাদ, বহু বিবাহৰ বিৰুদ্ধে বিধেয়ক আৰু সত্ৰৰ সংৰক্ষণ সন...