October 30, 2025 8:52 PM October 30, 2025 8:52 PM
31
গহপুৰত হ’বলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত স্থান পৰিদৰ্শন জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাৰ
বিশ্বনাথ জিলাৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহ বাগিচাত অহা ৮ নৱেম্বৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আধাৰশিলা স্থাপন কৰিবলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত স্থান আজি জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাই পৰিদৰ্শন কৰে। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ভোলাগুৰিত ৭৪০ বিঘা ভূমি সামৰি এই বিশ্ববিদ...