আঞ্চলিক সংবাদ

November 23, 2025 6:37 PM

views 35

শ্ৰমিকসকলৰ কল্যাণৰ বাবে সজাগতাপূর্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যতে শ্রমিক কল্যাণ দিৱস পালন

শ্ৰমিকসকলৰ কল্যাণৰ বাবে সজাগতাপূর্ণ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে আজি সমগ্ৰ ৰাজ্যতে শ্রমিক কল্যাণ দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰে বিশিষ্ট শ্রমিক নেতা প্রয়াত সন্তোষ কুমাৰ তপ্নৰ জন্ম বার্ষিকী উপলক্ষে প্ৰতিবছৰে ২৩ নৱেম্বৰৰ দিনটো শ্রমিক কল্যাণ দিৱস হিচাপে পালন কৰি আহিছে। এই উপলক্ষে আজি ডিব্ৰুগড় জিলাৰ চাবুৱা...

November 23, 2025 11:41 AM

views 29

ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনিৰ আর্হিত ল’ৰাসকলৰ বাবেও জানুৱাৰীৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰাৰ বিষয়ে চিন্তা-চর্চা কৰি আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রকাশ

ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনিৰ আর্হিত ল'ৰাসকলৰ বাবেও জানুৱাৰীৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰাৰ বিষয়ে চিন্তা-চর্চা কৰি আছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। কালি মহিলা উদ্যমিতা আঁচনিৰ অধীনত বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ ২৩,৯৪৯ গৰাকী হিতাধিকাৰীলৈ ১০ হাজাৰ টকাকৈ চেক বিতৰণ ...

November 23, 2025 11:34 AM

views 17

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি এই বিষয়ত বিশেষ দৃষ্টিপাত অনুষ্ঠান

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি এই বিষয়ত কালি আকাশবাণী গুৱাহাটীৰ এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। অনুষ্ঠানত অংশ লৈ অধিবক্তা তথা সমাজকর্মী কৈলাস চন্দ্র শর্মাই অসম লোকসেৱা আয়োগে প্রশাসনীয় পদৰ বাবে অন...

November 23, 2025 11:11 AM

views 86

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ

ৰাজ্যত কালি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে বুথ পৰ্যায়ৰ বিষয়াসকলে ২০ ডিচেম্বৰলৈকে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব। ২০২৬ চনৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে মৃত্যু ...

November 23, 2025 11:05 AM

views 44

অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ বাবে উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰণ সন্দৰ্ভত  দিছপুৰত তৃতীয়খন বৈঠক সম্পন্ন

অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়নৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰণ সন্দৰ্ভত কালি দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবর্গ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ...

November 23, 2025 11:01 AM

views 26

ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে শৈক্ষিক বর্ষ পুনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ প্ৰৱৰ্তনৰ প্ৰস্তাৱ সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিছে

ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে শৈক্ষিক বর্ষ পুনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ প্ৰৱৰ্তনৰ প্ৰস্তাৱ সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিছে। ২০২১ চনত ক’ভিড মহামাৰীৰ সময়ত এপ্ৰিলৰ পৰা মাৰ্চলৈ প্ৰৱৰ্তন কৰা শৈক্ষিক বর্ষ সঘনাই বিঘ্নিত হোৱাক লৈ সৃষ্টি হোৱা উদ্বেগৰ মাজতে এই পদক্ষেপ লোৱা হ...

November 22, 2025 8:31 PM

views 27

শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন কৌশিক ৰায়ৰ

শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো অহা জানুৱাৰী মাহৰ পৰা কাৰ্যক্ষম হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্রী কৌশিক ৰায়ে আজি এই কথা প্রকাশ কৰে। এই ঘাইপথটোৱে শিলচৰ-গুৱাহাটী যাত্রা সুচল আৰু ক্ষীপ্ৰ কৰি তুলিব বুলিও মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। আজি মন্ত্ৰীগৰাকীয়ে হাৰাং...

November 22, 2025 8:29 PM

views 28

ধুবুৰীত কাইলৈৰ পৰা ২৫ নৱেম্বৰলৈকে শ্রীগুৰু টেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক ছহিদ দিৱস পালন

ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্ধাৰ গুৰু টেগ বাহাদুৰ চাহিবজীত কাইলৈৰ পৰা ২৫ নৱেম্বৰলৈকে ৩ দিনীয়া কাৰ্যসূচীৰে শিখ ধর্মাৱলম্বি লোকসকলৰ নৱম গুৰু শ্রীগুৰু টেগ বাহাদুৰ চাহিবজীৰ ৩৫০ সংখ্যক ছহিদ দিৱস পালন কৰা হ'ব। এই দিৱস উপলক্ষে ভাৰতীয় ৰে'ল বিভাগে যাত্ৰীৰ সুবিধা হোৱাকৈ ডিব্ৰুগড় ধুবুৰী, ৰায়পুৰ ধুবুৰী আৰু কলকাতা...

November 22, 2025 8:21 PM

views 30

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চন্তৰীয় সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণ সন্দর্ভত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই আলোচনাত সদ...

November 22, 2025 8:20 PM

views 31

মেঘালয়ত সীমান্ত ক্রীড়া আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সৌজন্যত আজি গোৱালপাৰা জিলা প্রশাসনে জিলাখনৰ মেঘালয় সীমান্তৱৰ্তী অঞ্চল বৰঝৰাত সীমান্ত ক্রীড়া আৰু সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰে। অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত শান্তি-সম্প্রীতি অটুট ৰখা বন্ধুত্বসুলভ সামাজিক পৰিবেশ অক্ষুণ্ণ ৰখাৰ উদ্দেশ্য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।