আঞ্চলিক সংবাদ

November 25, 2025 12:29 PM

views 28

বিজেপি আৰু অগপই মিত্ৰতাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব: মুখ্যমন্ত্রী

● সমাগত বিধানসভা নির্বাচনত বিজেপি আৰু অগপই মিত্ৰতাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত প্ৰাৰ্থী দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰঙিয়াত প্ৰকাশ কৰে। ইয়াৰে ২২ টা সমষ্টিত জনগাঁঠনিগত কাৰণত তেওঁলোক জয়ী হোৱাৰ সম্ভাৱনা ক্ষীণ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কালি ৰঙিয়াত মুখ্যমন্ত্ৰী মহিলা ...

November 25, 2025 12:19 PM

views 40

অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ

● অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে। চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি এইবাৰৰ অধিৱেশনত ২৭ খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কৰ্মদিন থাকিব। কিছু সময়ৰ পাছতে আজি বিগত অধিৱেশনৰ পাছত দেহাৱসান ঘটা প্ৰাক্তন সদস্য আৰু ৰাজ্য তথা দেশৰ বিশিষ্...

November 24, 2025 8:36 PM

views 32

ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৰ সাক্ষাৎ

কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে আজি ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কয় যে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাই ভাৰত আৰু ভূটানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব আৰু দুয়োখন দেশ বিভিন্ন দিশত সহযোগিতাৰে আগবাঢ়ি যাবলৈ সক্...

November 24, 2025 8:03 PM

views 31

ৰাজ্যৰ ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ

ৰাজ্যৰ কমেও ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলা কেইখনত গাহৰী সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধ কৰাৰ লগতে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বনাথ জিলাৰ পশু পালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্রশাসনে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্য...

November 24, 2025 8:00 PM

views 19

কয়লা নিলামৰ জৰিয়তে যোৱা বছৰৰ পৰা এইবছৰলৈ কিমান ৰাজহ সংগ্ৰহ হৈছে শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অসম খনিজ উন্নয়ন নিগমক নির্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত কয়লা খননৰ নিলামৰ জৰিয়তে যোৱা বছৰৰ পৰা এইবছৰলৈ কিমান টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে সেই বিষয়ে সবিশেষ জনাই এখন শপতনামা দাখিল কৰিবলৈ অসম খনিজ উন্নয়ন নিগমক নির্দেশ দিছে। ডিমা হাচাও উমৰাংছ'ৰ অবৈধ কয়লাখনিত ৯ জন লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত বিচাৰাধীন হৈ থকা ৰাজহুৱা স্বার্...

November 24, 2025 7:52 PM

views 19

সাংবিধানীক ৰক্ষা কৱচ সন্দৰ্ভত ৰাজ্যিক মন্ত্রীসভাই বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত ৬৭টা বিষয় চিনাক্ত কৰিছে

সাংবিধানীক ৰক্ষা কৱচ সম্পৰ্কে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত আজি উজান বজাৰৰ ছহিদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই এখন সংবাদমেল সম্বোধন কৰে। অসম চুক্তি ৬ নম্বৰ দফাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন ক...

November 24, 2025 7:47 PM

views 21

কাছাৰ জিলাৰ ধলাই সমজিলাত অসম-মিজোৰাম সীমান্ত উৎসৱ অনুষ্ঠিত

অসম আৰু মিজোৰামৰ সীমান্তৱৰ্তী জনগোষ্ঠীসমূহৰ মাজত সৌহাৰ্যপূৰ্ণ সম্পৰ্কৰ বান্ধোন সুদৃঢ় কৰাৰ লগতে সংস্কৃতি আৰু ক্ৰীড়া ক্ষেত্ৰতো আন্তঃসম্পর্ক উন্নত কৰাৰ লক্ষ্যৰে আজি কাছাৰ জিলাৰ ধলাই সমজিলাত অসম-মিজোৰাম সীমান্ত উৎসৱ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ উদ্যোগত ছেলে ফিল্ডত আয়োজন কৰা এই উৎসৱত ৰাজ্য দুখনৰ বৈচিত্...

November 24, 2025 6:19 PM

views 36

কাইলৈ পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন

অসম বিধানসভাৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। এই উপলক্ষে কালি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু তথ্য আৰু জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাই চৰকাৰী পক্ষৰ হৈ অংশ লয়। বৈঠকত শাসক-বিৰোধীয়ে কেইবাটাও বিষয়ত আলোকপাত কৰে। এইবাৰৰ শীতকালীন অধিৱেশনত উত্থাপনৰ...

November 24, 2025 5:56 PM

views 54

আজি লাচিত দিৱস

আজি লাচিত দিৱস। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰ লাচিত বৰফুকনক সুঁৱৰি প্ৰতিবছৰে ২৪ নৱেম্বৰত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বীৰ পুৰুষজনাৰ ৪০৩ সংখ্যক জয়ন্তীত ৰাজ্যবাসীলৈ ওলগ জনাইছে। এই উপলক্ষে ৰা...

November 24, 2025 5:49 PM

views 27

ভাৰত আৰু ইজৰাইলৰ মাজত সৌহার্দপূর্ণ সম্পর্ক আছে আৰু ইয়াৰ পৰা অসমেও লাভান্বিত হ’বঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত আজি ইজৰাইলৰ ৰাষ্ট্রদূত ৰিঅ’ভেন আজাৰৰ উপস্থিতিত ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবল্‌ছ শীৰ্ষক কেন্দ্ৰটো উদ্বোধন কৰে। ভাৰত আৰু ইজৰাইলৰ মাজত সৌহার্দপূর্ণ সম্পর্ক আছে আৰু ইয়াৰ পৰা অসমেও লাভান্বিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।