November 27, 2025 7:45 PM
17
ৰাজ্যৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ
ৰাজ্যৰ ৪০৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু বর্তমান এনে বিদ্যালয়সমূহত মুঠ ২৩ হাজাৰ ১৫৭ গৰাকী ছাত্র-ছাত্রীয়ে নামভর্তি কৰিছে। বিধানসভাত আজি বিধায়ক তেৰছ গোৱালাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে এই তথ্য প্রকাশ কৰে। ডাঃ পেণ্ডবে লগতে কয়, যে ব...