আঞ্চলিক সংবাদ

November 28, 2025 8:58 PM

views 19

শ্ৰীভূমি জিলাৰ উপভোক্তাক যোগান ধৰা খোৱাপানীৰ গুণগত মান প্ৰতিমাহে পৰীক্ষা কৰিবলৈ খাদ্য বিপনীসমূহলৈ নিৰ্দেশনা

শ্রীভূমি জিলাৰ বাসিন্দাসকলৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰু খোৱাপানীৰ যোগান বজাই ৰাখিবলৈ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বপ্রাপ্ত অতিৰিক্ত জিলা আয়ুক্তই গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰিছে। নির্দেশনাত উল্লেখ কৰা অনুযায়ী জিলাখনত প্ৰত্যেকখন খাদ্য বিপনীয়ে উপভোক্তাসকলক প্ৰদা...

November 28, 2025 8:52 PM

views 7

জাঁজীৰ পৰা ডিমৌলৈ অসম্পূৰ্ণ হৈ থকা চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’বঃ NHIDCLৰ সাধাৰণ প্ৰবন্ধক দেৱেন্দ্ৰ কুমাৰ

শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ডিমৌলৈ অসম্পূৰ্ণ হৈ থকা চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ ফেব্ৰুৱাৰী-মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব বুলি ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ সাধাৰণ প্ৰবন্ধক দেৱেন্দ্ৰ কুমাৰে প্ৰকাশ কৰিছে। জিলাখনৰ জাপিসজিয়াত এখন পথ সজাগতা সভাত অংশ লৈ প্ৰবন্ধকগৰাকীয়ে ...

November 28, 2025 8:47 PM

views 12

কামপুৰৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা দখলীকৃত মাটিত কাইলৈ উচ্ছেদ অভিযান

নগাঁও জিলা প্ৰশাসনে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা দখলীকৃত মাটিত কাইলৈ উচ্ছেদ অভিযান আৰম্ভ কৰিব। কাইলৈ পুৱা ৭ বজাৰ পৰা বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি জিলা প্ৰশাসনে সদৰি কৰিছে। ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে অস্থায়ী আৰক্ষী শিৱিৰ স্থাপন কৰা হৈছে । বন ব...

November 28, 2025 8:44 PM

views 8

বিজ্ঞানসন্মতভাৱে অপৰাধী চিনাক্তকৰণৰ ক্ষেত্ৰত অসম আৰক্ষীৰ বিশেষ ব্যৱস্থা গ্ৰহণ

বিজ্ঞানসন্মতভাৱে অপৰাধী চিনাক্তকৰণৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমত স্থাপন কৰা মেজাৰমেণ্ট কালেকচন ইউনিট চমুকৈ এম চি ইউত ডি এন এ নমুনা সংগ্ৰহ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। উলুবাৰীৰ অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত আজি আৰক্ষী ...

November 28, 2025 8:21 PM

views 20

মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে ৰাজ্যৰ ৩,০৩,৯২৫টা পৰিয়ালক ভূমি পট্টা প্ৰদানঃ মন্ত্ৰী কেশৱ মহন্ত

বিধানসভাত আজি মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিপট্টা প্ৰদান সন্দৰ্ভত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কয়, যে এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে ৰাজ্যৰ তিনি লাখ তিনি হাজাৰ ৯২৫ টা পৰিয়ালক ভূমি পট্টা প্ৰদান কৰা হৈছে। তেওঁ কয়, যে কামৰূপ ম...

November 28, 2025 8:11 PM

views 17

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে ৩০০ টকাকৈ জলপানি প্ৰদানৰ ব্যৱস্থাৰ শুভাৰম্ভ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে ৩০০ টকাকৈ জলপানি প্ৰদানৰ ব্যৱস্থা আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এই উপলক্ষে পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। চলি...

November 28, 2025 8:07 PM

views 38

অসম বিধানসভাত চাহ শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় বিধেয়ক গৃহীত

অসম বিধানসভাত আজি চাহ বাগিচাৰ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান সম্পৰ্কীয় এখন বিধেয়ক গৃহীত হয়। ভূমিৰ ঊৰ্ধ্ৱসীমা নির্ধাৰণ আৰু স্বত্বপ্রদান সংশোধনী বিধেয়ক ২০২৫ শীর্ষক এই বিধেয়কৰ জৰিয়তে বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলত তিনি লাখ ৩৩ হাজাৰৰো অধিক ভূমি স্বত্বহীন চাহ বাগিচ...

November 28, 2025 8:06 PM

views 14

ৰাজ্যত নতুনকৈ আৰু ১৩খন চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম হাতত লোৱা হৈছেঃ স্বাস্থ্য মন্ত্রী অশোক সিংহাল

ৰাজ্যত বর্তমান ১৪ খন চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদানৰ লগতে ছাত্ৰ-ছাত্ৰীক নিয়মীয়াকৈ পাঠদান কৰি থকা হৈছে। বিধানসভাত আজি বিধায়ক আব্দুল কালাম ৰছিদ আলমৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়ালকল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে এই কথা প্ৰকাশ কৰি কয়, যে নতুনকৈ আৰু ১৩খন চিকিৎসা মহাবিদ্যালয়ৰ ...

November 28, 2025 12:39 PM

views 23

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ আজি সামৰণি

গোৱাৰ পানাজীত অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ- IFFI-ৰ আজি সামৰণি পৰিব। মহোৎসৱৰ আজি অন্তিম দিনা ফ্রান্স, ছিংগাপুৰ আৰু থাইলেণ্ডৰ যুটীয়া প্রযোজনাৰে নিৰ্মিত থাই ভাষাৰ চিনেমা এ ইউজফুল ঘোষ্ট প্ৰদৰ্শন কৰা হ'ব। কালি মহোৎসৱৰ কলা একাডেমীত অনুষ্ঠিত উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ সন্দৰ্ভত এ...

November 28, 2025 12:36 PM

views 26

লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬০০০ বিঘা দখলীকৃত মাটিত উচ্ছেদৰ প্ৰস্তুতি

নগাঁও জিলা প্রশাসনে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা দখলীকৃত মাটিত উচ্ছেদৰ প্ৰস্তুতি চলাইছে। কাইলৈ পুৱা ৭ বজাৰ পৰা বনাঞ্চলখনত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি জিলা প্রশাসনে সদৰী কৰিছে। ইতিমধ্যে উচ্ছেদ অভিযানৰ বাবে অস্থায়ী আৰক্ষী শিৱিৰ স্থাপন কৰা হৈছে। বন বিভাগৰ স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।