আঞ্চলিক সংবাদ

April 9, 2024 12:22 PM

views 33

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৬১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। দ্বিতীয় পৰ্যায়ত ৫টা সমষ্টি ক্রমে ডিফু, দৰং-ওদালগুৰি, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত নিৰ্বাচন অনুষ্ঠিত হ'ব। এইকেইটা সমষ্টিৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল। অন্তিম দিনটোত ডিফু সমষ্টিৰ এজন প্ৰাৰ্...

April 9, 2024 1:04 PM

views 41

ৰাজ্যত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা বৃদ্ধি, আজি অমিত শ্বাহৰ কেইবাখনো নিৰ্বাচনী সভা

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত শাসক-বিৰোধীৰ প্ৰচাৰৰ তৎপৰতা বৃদ্ধি হৈছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে অসমলৈ আহি নিজ নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ আৰম্ভ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লখিমপুৰত এখন জনসভাত অংশগ্রহণ কৰিব। ইয়াৰ পাছতে...

April 8, 2024 7:54 PM

views 39

আসন্ন লোকসভা নির্বাচনত ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ পদক্ষেপ গ্রহণ

আসন্ন লোকসভা নির্বাচনত ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে। গোলাঘাট জিলাৰ বোকাখাটত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষৰ উদ্যোগত আজি চাইকেল ৰেলীৰ আয়োজন কৰা হয়। বোকাখাট মহকুমাধিপতি কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰেলী বোকাখাট উচ্চতৰ মাধ্যমি...

April 8, 2024 7:45 PM

views 30

ৰাজ্যৰ প্ৰান্তে প্রান্তে বিহুৰ প্ৰস্তুতিৰ বাবে অনুষ্ঠিত কৰ্মশালা, আখৰা আদি অন্তিম পৰ্যায়ত উপনীত

ঋতু পৰিৱৰ্তনৰ লগে লগে বসন্তৰ আগমনত চৌদিশ সতেজ হৈ উঠাৰ সময়তে অসমীয়াই পৰম্পৰাগত ৰীতি-নীতিৰে প্ৰাণৰ আপোন ৰঙালী বিহু পালনৰ বাবে সাজু হৈছে। এইবেলি নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিব। গ্রামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। প্রযুক্তিয়ে প...

April 8, 2024 7:41 PM

views 24

নাগৰিকত্ব সংশোধনী আইন কার্যকৰী সন্দৰ্ভত কাইলৈ উচ্চতম ন্যায়ালয়ৰ শুনানি গ্রহণ

নাগৰিকত্ব সংশোধনী আইন কার্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা জাননীৰ বৈধতা সন্দৰ্ভত কাইলৈ উচ্চতম ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। কেন্দ্ৰীয় চৰকাৰে যোৱা ১১ মাৰ্চত জাৰি কৰা নিৰ্দেশনাৱলী স্থগিত ৰাখিবলৈ অসম সন্মিলিত মহাসংঘৰ লগতে বিভিন্ন পক্ষই দাখিল কৰা ২০ খন আবেদনৰ পৰিপ্ৰেক্ষিতত এই শুনানি গ্ৰহণ কৰা হ'...

April 8, 2024 7:46 PM

views 37

লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগৰ বিশেষ ব্যৱস্থা গ্ৰহণ

ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আ...

April 8, 2024 7:33 PM

views 31

ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ নির্বাচনী ইস্তাহাৰ প্ৰকাশ

লোকসভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে আজি ডিব্ৰুগড়ত নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। এই ইস্তাহাৰত মূলতঃ ডিব্ৰুগড় লোকসভা সমষ্টিৰ এলেকাৰ কিছুমান বিশেষ সমস্যা সমাধান তথা উন্নয়নৰ সংকল্প গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে, দলটোৱে ১৪টা লোকসভা সমষ্টিৰ ভিতৰত ডিব্ৰুগড় সমষ্টিত লুৰিনজ্যোতি গগৈক প্ৰাৰ্থী হিচা...

April 8, 2024 8:07 PM

views 44

দ্বিতীয় পৰ্যায়ত ৫ টা সমষ্টিত ৬১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিনা ৰাজ্যখনত এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰাৰ ফলত এই পৰ্যায়ত ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। আজি ডিফু সমষ্টিত এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। এই পৰ্যায়ত দৰং, ওডালগুৰি সমষ্টিত ১১ গৰাকী, ...

April 8, 2024 6:39 PM

views 58

আকাশবাণীৰ দ্বিভাষিক অনুষ্ঠান প্লাবিক স্পীকত আজি Pension Options available for General public সন্দৰ্ভত আলোচনা

আকাশবাণীৰ দ্বিভাষিক অনুষ্ঠান প্লাবিক স্পীকত আজি নিশা চাৰে ৯ বজাত Pension Options available for General public অর্থাৎ‍ অসামৰিক লোকৰ বাবে উপলব্ধ পেন্সন বিকল্পসমূহ সন্দৰ্ভত বিত্ত বিশেষজ্ঞ বলৱন্ত জৈন আৰু সাৰদ ক'হলিৰ সৈতে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনা চলি থকাৰ সময়ত আগ্রহী শ্রোতাই ০১১-২৩৪২১০৫০ আৰু ০১...

April 8, 2024 5:50 PM

views 32

কাইলৈ ডিব্ৰুগড় আৰু শোণিতপুৰৰ জনসমাবেশত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্ৰহণ

লোকসভাৰ পাঁচখন আসনৰ বাবে অসমত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ ডিব্ৰুগড় আৰু শোণিতপুৰত জনসমাবেশত অংশ ল'ব। মন্ত্রী শ্বাহৰ লগতে সমাবেশসমূহত মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।