আঞ্চলিক সংবাদ

April 26, 2024 11:23 AM

views 45

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বাকী ৪টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বাক্সা জিলাৰ বাৰেংগাবাৰীত কালি কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ...

April 26, 2024 11:11 AM

views 28

লোকসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ অব্যাহত

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ আজি পুৱা ৭ বজাত আৰম্ভ হৈছে। এই পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৮৮ খন আসনক সামৰি লোৱা হৈছে। এই সমষ্টিকেইটাৰ লগতে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবেও ভোটগ্ৰহণ আৰম্ভ হৈছে। এই পৰ্যায়ত অসমত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও স...

April 25, 2024 7:25 PM

views 40

অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বাকী ৪টা সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। কৃষিমন্ত্ৰী অতুল বৰাই আজি কামৰূপ জিলাৰ হাজোত মাৰাথন প্ৰচাৰ অভিযান চলায়। তেওঁ হাজো অঞ্চলৰ বিভিন্ন ঠাইত ৫টাকৈ নিৰ্বাচনী কার্যালয় উদ্বোধন কৰাৰ লগতে কেইবাখনো জনসভ...

April 25, 2024 7:18 PM

views 29

বিহাৰৰ পাটনা ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত অগ্নিকাণ্ডত ৬জন লোক নিহত

বিহাৰৰ পাটনা ৰে'ল ষ্টেচনৰ সমীপৰ এখন হোটেলত আজি দুপৰীয়া সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত তিনিগৰাকী মহিলাসহ ৬ জন লোকে প্ৰাণ হেৰুৱায়। পাটনাৰ আৰক্ষী অধীক্ষক চন্দ্র প্রকাশে কৈছে যে, অগ্নিকাণ্ডৰ ঘটনাত ১৫জন লোক আহত হৈছে। আহতসকলক পাটনাৰ চিকিৎসা মহাবিদ্যালয় হাস্পটালত ভৰ্তি কৰোৱা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। হোট...

April 25, 2024 6:15 PM

views 15

কাইলৈ অসমৰ ৫টা সমষ্টিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ

দ্বিতীয় পৰ্যায়ত কাইলৈ ৰাজ্যৰ ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ দৰং-ওদালগুবি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্রশাসন তথা...

April 25, 2024 5:53 PM

views 23

কাইলৈ আৰু ৭ মে’ৰ দুপৰীয়া ১:২০ মিনিট আৰু সন্ধিয়া ৭:২০ মিনিটত আকাশবাণী আঞ্চলিক বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ কাইলৈ আৰু ৭ মে'ৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচ...

April 25, 2024 5:29 PM

views 15

অসমত দ্বিতীয় পৰ্যায়ত কাইলৈ ৫ টা সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনত ৬১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অসমত দ্বিতীয় পৰ্যায়ত কাইলৈ ৫ টা সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনত ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাজ্যত দ্বিতীয় পৰ্যায়ত সামৰি লোৱা সমষ্টিকেইটাৰ ভিতৰত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টি আছে। বিজেপিৰ হৈ ৰাজ্যৰ পৰিবহণ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপান...

April 25, 2024 12:17 PM

views 25

আজি বিশ্ব মেলেৰিয়া দিৱস

আজি বিশ্ব মেলেৰিয়া দিৱস। বিশ্বব্যাপি মেলেৰিয়াৰ বিৰুদ্ধে চলাই থকা যুঁজখনত অধিক সক্ৰিয়তাৰে সকলোকে অংশ ল'বলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে আহ্বান জনাইছে। এটা বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা হৈছে যে, ৰাজ্যৰ সকলো স্বাস্থ্য কেন্দ্ৰতে মেলেৰিয়া ৰোগৰ পৰীক্ষা আৰু চিকিৎসা বিনামূলীয়াকৈ উপলব্ধ তথা যিকোনো সহায়...

April 25, 2024 12:12 PM

views 35

অহা ৫ মে’ৰ ভিতৰত ২০২৪ বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা

অহা ৫ মে'ৰ ভিতৰত ২০২৪ বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰিছে। এইবাৰ ৰাজ্যৰ ৮৭৬টা কেন্দ্ৰত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত মুঠ ২ লাখ ৮০ হাজাৰ ২১৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১...

April 25, 2024 11:14 AM

views 32

আছাম ৰাইফলছৰ কনভয়ত সংঘটিত আলফা-স্বাধীনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত ৩জন ব্যক্তিক গ্ৰেপ্তাৰ

অসমৰ মাৰ্ঘেৰিটাত আছাম ৰাইফলছৰ কনভয়ত সংঘটিত নিষিদ্ধ উগ্রপন্থী সংগঠন আলফা-স্বাধীনৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত তিনিচুকীয়া আৰক্ষীয়ে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। তিনিচুকীয়া আৰক্ষীৰ বিবৃতি অনুসৰি আছাম ৰাইফলছৰ ৩১ আৰু ২৩ নম্বৰ বেটেলিয়নে অৰুণাচল প্ৰদেশ আৰক্ষীৰ সৈতে চলোৱা যৌথ অভিযানত কালি মানখুল মোছা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।