আঞ্চলিক সংবাদ

April 28, 2024 12:42 PM

views 27

মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ পাহাৰীয়া অঞ্চলত নিৰাপত্তা বাহিনীৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ

 মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নৰনচিনা গাঁৱৰ পাহাৰীয়া অঞ্চলত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু ৰাজ্যিক বাহিনীয়ে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰে। নৰনচিনা গাঁৱত থকা চি আৰ পি এফৰ চকীত পৰহি নিশা হোৱা আক্ৰমণৰ ঘটনাত এজন উপ-পৰিদৰ্শক আৰু কনিষ্টবলৰ মৃত্যু হোৱাৰ পাছত কালি এই অভিযান চলোৱা হয...

April 27, 2024 7:16 PM

views 19

তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ বাবে লোকসভা নির্বাচন

ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱাল...

April 27, 2024 6:26 PM

views 16

অসমৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্রচাৰ অব্যাহত

ৰাজ্যখনৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক প্রচাৰ অব্যাহত আছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে অসমৰ ৫টা সমষ্টিত ৪টাতে জয়লাভ কৰিব বুলি আজি বৰপেটা জিলাৰ সৰ্থেবাৰীত এখন নির্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে...

April 27, 2024 5:39 PM

views 24

বাৰমুল্লা জিলাৰ নাওপ’ৰাত নিৰাপত্তা বাহিনীৰে হোৱা সংঘৰ্ষত দুটা সন্ত্রাসবাদী নিহত

কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাৰমুল্লা জিলাৰ ছ'পৰৰ নাওপ'ৰা অঞ্চলত কালি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুটা সন্ত্রাসবাদী নিহত হয়। নিহত সন্ত্ৰাসবাদী দুটাৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। সন্ত্ৰসবাদীকেইটাৰ পৰা নিৰাপত্তা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰৰ লগতে বহু পৰিমাণৰ গোলা-বাৰুদ জব্দ কৰে। এটা স...

April 27, 2024 5:31 PM

views 24

অসমৰ বিভিন্ন প্ৰান্তত ১৭৫কোটিতকৈ অধিক টকা মূল্যৰ সা-সামগ্ৰী তথা নগদ ধন জব্দ

অসমত লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ পাছৰে পৰা নিৰ্বাচনী আচৰণবিধি উলংঘাৰ মুঠ ১৪১টা ঘটনা পোহৰলৈ আহিছে। ৰাজ্যত মুখ্য নির্বাচন বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি পৰহি ৯ বজালৈকে নির্বাচনী আচৰণবিধি উলংঘনৰ ১৪১টা অভিযোগ লাভ কৰা হৈছে। ইয়াৰে ১৩৬টা অভিযোগ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে আৰু ৫টা অভিযোগ বিবেচনাধীন হ...

April 27, 2024 11:23 AM

views 1

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ প্ৰায় শান্তিপূর্ণভাৱে সম্পন্ন

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ কালি প্ৰায় শান্তিপূর্ণভাৱে সম্পূৰ্ণ হয়। সমাজৰ সকলো শ্ৰেণীৰ লোকে প্রচণ্ড গ্রীষ্ম প্রবাহকো নেওচি ভোটগ্রহণত অংশগ্ৰহণ কৰে। ১৩খন ৰাজ্যৰ ৮৮টা সমষ্টি সামৰি হোৱা এই পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰিকভাৱে প্ৰায় ৬৮ দশমিক ৪৮ শতাংশ ভোটদান হয়। মধ্য প্ৰদেশৰ বেটুল সংসদীয় স...

April 26, 2024 8:54 PM

views 27

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন, বিয়লি ৫ বজাপর্যন্ত ৭০ শতাংশৰো অধিক ভোটদান

ৰাজ্যৰ ৫টা সমষ্টিত আজি শান্তিপূর্ণভাৱে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হয়। অৱশ্যে ৫ বজাৰ আগেয়ে ভোটকেন্দ্ৰসমূহত উপস্থিত হোৱা ভোটদাতাসকলক ভোটদানৰ সুবিধা প্ৰদান কৰি থকা হৈছে। বিয়লি ৫ বজাপর্যন্ত ৰাজ্যখনত ৭০ শতাংশৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। আজি প্ৰতিটো সমষ্ট...

April 26, 2024 8:51 PM

views 26

অসমলৈ কাইলৈ আহিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে

নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সভাপতি মল্লিকার্জুন খাৰ্গে কাইলৈ বৰপেটা সমষ্টিৰ দলীয় প্ৰাৰ্থী দীপ বায়নৰ সমৰ্থনত এখন প্ৰচাৰ সভাত অংশ লোৱাৰ বাবে অসমলৈ আহিব। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰ সৰভোগৰ ফুলগুৰিত আয়োজিত এই নির্বাচনী সভাত দলৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে অংশগ্ৰহণ কৰাৰ পূৰ্বে আজি প্ৰদেশ কংগ্ৰ...

April 26, 2024 8:50 PM

views 14

চিৰাঙৰ কাজলগাঁৱত আদিবাসী জনগোষ্ঠীৰ বুদ্ধিজীৱী আৰু গাঁওবুঢ়াসকলৰ সৈতে মন্ত্ৰী অশোক সিংহল আৰু প্ৰমোদ বড়োৰ বৈঠক

আসন্ন তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত আদিবাসীসকলৰ সমৰ্থন লাভ কৰাৰ উদ্দেশ্যে আজি জনগোষ্ঠীটোৰ আগশাৰীৰ লোকসকলৰ সৈতে মন্ত্ৰী অশোক সিংহল, বিটিআৰৰ মুৰব্বী প্রমোদ বড়োৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আদিবাসী জনগোষ্ঠীৰ বুদ্ধিজীৱী আৰু গাঁওবুঢ়াসকলৰ সৈতে দুয়োগ...

April 26, 2024 8:48 PM

views 20

জাতিংগা-লামপুৰ আৰু নিউ হাৰাংগাজাও ষ্টেচনৰ মাজত মালবাহী ৰে’লৰ ইঞ্জিন লাইনচ্যুত, কেইবাখনো ৰে’লৰ চলাচলৰ সূচী সালসলনি

লামডিং মণ্ডলৰ অধীনস্থ জাতিংগা-লামপুৰ আৰু নিউ হাৰাংগাজাও ৰে'ল ষ্টেচনৰ মাজত এখন মালবাহী ৰে’লগাড়ীৰ ইঞ্জিন ৰে'লপথৰ পৰা বাগৰি পৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ কেইখনমান ৰে’লগাড়ীৰ চলাচলৰ ক্ষেত্ৰত সূচীৰ সালসলনি ঘটোৱা হৈছে। ইয়াৰে কেইখনমান ৰে’লগাড়ীৰ যাত্ৰা বাতিল আৰু আন কেইখনমানৰ আংশিকভাৱে বাতি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।