আঞ্চলিক সংবাদ

April 30, 2024 6:48 PM

views 31

বিহাৰৰ ভাগলপুৰত সংঘটিত পথ দুৰ্ঘটনাত দুটি শিশুসহ ৬জন লোক নিহত

বিহাৰৰ ভাগলপুৰ জিলাৰ ঘোঘা আৰক্ষী চকীৰ অন্তৰ্গত আমাপুৰ গাঁৱত সংঘটিত পথ দুৰ্ঘটনাত দুটি শিশুসহ ৬জন লোকে প্ৰাণ হেৰুৱাইছে। ভাগলপুৰ জিলাৰ জিলা দণ্ডাধীশ ড° নৱল কিশোৰ চৌধুৰীয়ে জানিবলৈ দিয়া মেত, যোৱানিশা ৮০ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন মালবাহী গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই বিয়াৰ গাড়ীৰ ওপৰত পৰি যোৱাৰ ফলত দুৰ্ঘট...

April 30, 2024 6:43 PM

views 25

ছট্টিশগড়ৰ বাষ্টাৰ সংমণ্ডলত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত ৭টা মাওবাদী নিহত

ছট্টিশগড়ৰ বাষ্টাৰ সংমণ্ডলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ৭টা মাওবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি নাৰায়ণপুৰ জিলাৰ আবুঝমাদ বনাঞ্চলত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাই আনি দিয়া খবৰৰ ভিত্তিত জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কাৰ্য বাহিনীয়ে যৌথ অভিযান চলাইছিল বনাঞ্চলটোত নিৰাপত্তা...

April 30, 2024 6:01 PM

views 20

যৌন আতিশয্যৰ ঘটনাৰ অভিযোগত জে ডি এছৰ নেতা প্ৰজ্বল ৰেৱান্নাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ব্যৱস্থা গ্ৰহণৰ দাবী

ৰাষ্ট্ৰীয় মহিলা আয়োগে জে ডি এছৰ নেতা প্ৰজ্বল ৰেৱান্নাৰ সৈতে জড়িত যৌন আতিশয্যৰ ঘটনাৰ অভিযোগ সন্দৰ্ভত কৰ্ণাটকৰ আৰক্ষী সঞ্চালকপ্ৰধানক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই কৰ্ণাটকৰ আৰক্ষী সঞ্চালকপ্ৰধানলৈ পত্র লিখি অভিযুক্তজনক আটক কৰিবলৈ কৈছে। তেওঁ ল...

April 30, 2024 5:41 PM

views 28

কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অভিযোগ

বিজেপিয়ে ৪০০খনতকৈ অধিক আসন লাভ কৰিলে সংৰক্ষণ ব্যৱস্থাৰ অৱসান ঘটাব বুলি কংগ্ৰেছে ভুৱা প্ৰচাৰ চলোৱা বুলি বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অভিযোগ তুলিছে। গুৱাহাটীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে অভিযোগ কৰে। শ্ৰী শ্বাহে কয় যে এই দাবী সঁ...

April 30, 2024 11:22 AM

views 25

নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে জিলা প্ৰশাসনে

ৰাজ্যত তৃতীয় পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনসমূহে ভোটদাতাৰ সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নির্বাচনী আচৰণবিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ বিহিত ব্যৱস্থা লৈছে। সেই অনুসৰি বিভিন্ন জিলাত ভোটদাতাৰ সজাগতাৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ফ্লাইং স্কোৱাৰ্ড আৰু ...

April 30, 2024 11:17 AM

views 56

গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভুৱা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ অভিযোগত কংগ্ৰেছৰ সদস্য গ্ৰেপ্তাৰ

বিজেপি নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এটা ভুৱা ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগতে বিতর্কিত মন্তব্য কৰাৰ অভিযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে কালি কংগ্ৰেছৰ সদস্য ৰীতম সিঙক গ্রেপ্তাৰ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰিছে। অসম আৰক্ষীয়ে প্ৰ...

April 30, 2024 11:07 AM

views 62

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে আজি পুনৰ ভোটগ্রহণ

মণিপুৰৰ আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ বাবে ৬ টা ভোটগ্রহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। ভাৰতীয় নির্বাচন আয়োগে দিয়া এক নিৰ্দেশনাৰ ভিত্তিত পুনৰ ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হৈছে। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্রহণ প্রক্রিয়া আবেলি ৪ বজাত সমাপ্ত হ'ব। উল্লেখযোগ্য যে যোৱা ২৬ এপ্রিলত এই ৬...

April 29, 2024 8:25 PM

views 30

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ লগতে আন দলসমূহৰ ব্যাপক প্ৰচাৰ, গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব’

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰ গতিত অব্যাহত আছে। বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ বাবে ভিন ভিন নির্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহা...

April 29, 2024 8:21 PM

views 35

গুৱাহাটীৰ খানাপাৰাত বুজন পৰিমাণৰ মাদক দ্রব্যসহ দুজন লোকক আটক

অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে গোপন সূত্ৰৰ পম খেদি খানাপাৰাৰ অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ৰ সমীপৰ পৰা বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰাৰ উপৰি দুজন লোকক আটক কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ত্ৰিপুৰা আৰু মণিপুৰৰ পৰা মাদক দ্রব্য সৰবৰাহকাৰীয়ে গুৱাহাটীলৈ নিচাযুক্ত দ্ৰব্য অনাৰ সম্ভেদ লাভ কৰি বিশেষ টাস্ক ...

April 29, 2024 8:20 PM

views 25

ৰাজ্যত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব

ৰাজ্যখনত তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪ টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হ'ব। গুৱাহাটী সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।