আঞ্চলিক সংবাদ

May 16, 2024 8:49 PM

views 38

আজি ৰাষ্ট্ৰীয় ডেংগি দিৱস, ৰাজ্যত ভিন্ন স্থানত কাৰ্যসূচীৰ আয়োজন

আজি ৰাষ্ট্ৰীয় ডেংগি দিৱস৷ ডেংগি সন্দৰ্ভত জনসাধাৰণৰ মাজত সচেতনতা আৰু সতৰ্কতা বৃদ্ধি কৰাৰ লগতে প্ৰতি বছৰে আজিৰ দিনটোত বিভিন্ন সজাগতা সভা, বাটৰ নাট আদি অনুষ্ঠিত কৰি হয়। এই বছৰৰ ডেংগি দিৱসৰ বিষয় বস্তু- সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপন, ডেংগি নিয়ন্ত্রণ। দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো ৰাষ্ট্ৰীয় ডেংগি ...

May 16, 2024 8:31 PM

views 52

কাৰ্বি আংলঙত বাৰ্মিজ চিগাৰেটসহ মহাৰাষ্ট্ৰৰ দুজন সৰবৰাহকাৰীক আটক

কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষীয়ে আজি এখন ট্ৰাকৰ পৰা বাৰ্মিজ চিগাৰেটৰ ২৭টা কাৰ্টন জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। আটক কৰা লোক দুজন মহাৰাষ্ট্ৰৰ বুলি জানিব পৰা গৈছে। সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা লোক দুজনে মণিপুৰৰ পৰা কলকাতালৈ চিগাৰেটসমূহ নিয়াৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইপিনে...

May 16, 2024 8:29 PM

views 39

মৰিগাঁৱৰ কেইবাখনো প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় পৰিদৰ্শন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি জিলাখনৰ কেইবাখনো প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় আকস্মিকভাৱে পৰিদৰ্শন কৰে৷ এই পৰিদৰ্শনকালত আয়ুক্তগৰাকীয়ে জিলাখনৰ সৰ্বশিক্ষা মিছনৰ কাৰিকৰী বিভাগৰ কৰ্মীসকলে কৰা বিত্তীয় অনিয়ম ধৰা পেলায়। আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা মতে, জিলাখনৰ ৯০খন প্রাথমিক বিদ্যালয়ত চ...

May 16, 2024 2:28 PM

views 43

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰিছে। ১২৫টা গঁড়, ২৬টা বাঘৰ উপৰি হাতী, হৰিণ আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণ ভূমিৰ এই ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী আৰু হাতী চাফাৰী বন্ধ থাকিব বুলি মঙলদৈ বন্যপ্রাণী সংমণ্ডলে ঘোষণা কৰিছে। উল্লেখযোগ্য যে, প্রতি বছৰৰ দৰে এইবাৰো বাৰিষা আগতীয়াক...

May 16, 2024 2:26 PM

views 37

অসম এথলেটিকছ সন্থাৰ কার্যনির্বাহক সভা

খানাপাৰাত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি অসম এথলেটিকছ সন্থাৰ এখন কার্যনির্বাহক সভা অনুষ্ঠিত হয়। কেবিনেট মন্ত্ৰী তথা সন্থাৰ সভাপতি জয়ন্ত মল্লবৰুৱাই এই সভাখনত অধ্যক্ষতা কৰি ৰাজ্যৰ উদীয়মান খেলুৱৈসকলৰ উন্নতমানৰ প্ৰশিক্ষণৰ বাবে গুৱাহাটীত এখন এথলেটিকছ একাডেমী নিৰ্মাণৰ সম্পৰ্কত সন্থাৰ সদ...

May 16, 2024 2:21 PM

views 31

চৰকাৰী বিভাগৰ বিভিন্ন আঁচনিৰ কাম- কাজৰ খতিয়ান সন্দৰ্ভত মাহিলী পর্যালোচনা বৈঠক

কামৰূপ মহানগৰ জিলাত চৰকাৰী বিভাগসমূহৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম- কাজৰ খতিয়ান সন্দৰ্ভত কালি মাহিলী পর্যালোচনা বৈঠক সম্পন্ন হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত কামৰূপ মহানগৰ জিলা উন্নয়ন সমিতিৰ আয়ুক্ত পাৰিজাত ভূঞাই অধ্যক্ষতা কৰে। সভাত বিভিন্ন চৰকাৰী আঁচনিসমূহ নিৰ্...

May 16, 2024 2:18 PM

views 17

আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস

আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস। ডেংগু সন্দৰ্ভত জনসাধাৰণৰ মাজত সচেতনতা আৰু সতর্কতা বৃদ্ধি কৰাৰ লগতে প্ৰতি বছৰে আজিৰ দিনটোত বিভিন্ন সজাগতা সভা, বাটৰ নাট আদি অনুষ্ঠিত কৰি অহা হৈছে। এই বছৰৰ ডেংগু দিৱসৰ বিষয় বস্তু – সম্প্ৰদায়ৰ সৈতে সংযোগ স্থাপন, ডেংগু নিয়ন্ত্রণ। দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যতো ৰাষ্ট্ৰীয় ...

May 15, 2024 8:20 PM

views 28

নাগৰিকত্ব সংশোধনী নিয়ম ২০২৪ৰ অধীনত প্ৰথম পৰ্যায়ত নাগৰিকত্ব প্ৰমাণপত্ৰ প্ৰদান

নাগৰিকত্ব সংশোধনী নিয়ম ২০২৪ৰ অধীনত আজি প্ৰথম পৰ্যায়ত নাগৰিকত্ব প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই আজি নতুন দিল্লীত একাংশ আবেদনকাৰীক নাগৰিকত্বৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। এই নিয়মৰ অধীনত ১৪ গৰাকী আবেদনকাৰীক নাগৰিকত্ব প্ৰদানৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে। শ্রীভাল্লাই আ...

May 15, 2024 8:17 PM

views 40

কটন বিশ্ববিদ্যালয়ৰ ভূমি বিতর্ক সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিশ্ববিদ্যালয় কর্তৃপক্ষৰ নিজৰ স্থিতি স্পষ্ট

কটন বিশ্ববিদ্যালয়ৰ ভূমিক লৈ সৃষ্টি হোৱা বিতর্ক সন্দৰ্ভত বিশ্ববিদ্যালয় কর্তৃপক্ষই আজি সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতি স্পষ্ট কৰে। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ অৰিন্দম গার্গে কয় যে এখন শৈক্ষিক প্ৰতিষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ কেণ্টিন, ফটোষ্টেট তথা ষ্টেশ্যনেৰী বিপণী আদিৰ প্ৰয়োজন হয়। এনে প্রয়োজন পূৰণ কৰিবলৈ...

May 15, 2024 8:14 PM

views 27

দুৰ্যোগ সন্দৰ্ভত তথ্য আৰু প্ৰতিবেদন দাখিলৰ বাবে ডি আৰ আই এম এছ শীর্ষক এখন ডিজিটেল মঞ্চ মুকলি

দুৰ্যোগ সন্দৰ্ভত তথ্য আৰু প্ৰতিবেদন দাখিলৰ বাবে আজি ৰাজ্যৰ মুখ্য সচিব ডº ৰবি কোটাই ডি আৰ আই এম এছ শীর্ষক এখন ডিজিটেল মঞ্চ মুকলি কৰে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত বিকশাই তোলা এই মঞ্চই ৰাজ্যখনত দুৰ্যোগৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ তথ্য যুগুত কৰাৰ লগতে ক্ষতিগ্রস্ত লোকক প্ৰদান কৰা সাহায্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।