December 14, 2025 9:24 PM December 14, 2025 9:24 PM
2
উত্তৰ গুৱাহাটী কন্যা উচ্চ বিদ্যালয় আৰু আউনীআটি কমলাদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাইপ্রো আর্থিয়ান ৰাষ্ট্ৰীয় বঁটা ২০২৫ লাভ
উত্তৰ গুৱাহাটী কন্যা উচ্চ বিদ্যালয় আৰু আউনীআটি কমলাদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাইপ্রো আর্থিয়ান ৰাষ্ট্ৰীয় বঁটা ২০২৫ লাভ কৰিবলৈ সক্ষম হৈছে। দেশজুৰি লাভ কৰা ২ হেজাৰতকৈ অধিক প্ৰকল্পৰ ভিতৰত এই বিদ্যালয় দুখনৰ প্ৰকল্পক পুৰস্কৃত কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিদ্যালয় দুখনৰ সফলতাত আনন্দ প্রকাশ ক...