উত্তৰ-পূৰ্বাঞ্চল

September 2, 2024 3:48 PM September 2, 2024 3:48 PM

views 19

পশ্চিম ইম্ফলত কুকি উগ্রপন্থীৰ আক্ৰমণত এগৰাকী ৩১ বছৰীয়া মহিলাসহ দুগৰাকী লোক নিহত

মণিপুৰৰ পশ্চিম ইম্ফলত কালি কুকি উগ্রপন্থীয়ে ড্রোন, বোমা আৰু অত্যাধুনিক অস্ত্ৰৰে কৌটুক গাঁৱৰ লোকসকলক আক্ৰমণ কৰাৰ ফলত এগৰাকী ৩১ বছৰীয়া মহিলাসহ দুগৰাকী লোক নিহত হয়। আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণত গুলীৰ আঘাতত গাংবাম চুৰবালা নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। আহত হোৱা লোকসকলৰ ভিতৰত মহিলাগৰাকীৰ ৮ বছৰীয়া কন্যা...

September 1, 2024 8:14 PM September 1, 2024 8:14 PM

views 9

ইটানগৰত উত্তৰ-পূব অঞ্চলত কৃষকৰ আয় বৃদ্ধিৰ বাবে সংহত মেথোন পালন শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ শুভাৰম্ভ

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল প্রাক্তন লেফটেনেণ্ট জেনেৰেল কে টি পাৰনায়কে আজি মেথোন দিৱস উপলক্ষে ইটানগৰত ভাৰতৰ উত্তৰ-পূব অঞ্চলত কৃষকৰ আয় বৃদ্ধিৰ বাবে সংহত মেথোন পালন শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ শুভাৰম্ভ কৰে। তেওঁ মেথোন সম্পৰ্কীয় পুস্তিকা, ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ ল...