May 19, 2024 1:01 PM May 19, 2024 1:01 PM
121
অসমৰ বিভিন্ন অঞ্চলত অহা দুই-তিনি দিনলৈ ধুমুহা-বতাহৰ লগতে বৃষ্টিপাতৰ সম্ভাৱনা
ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে অহা দুই-তিনি দিনলৈ বৃষ্টিপাত অব্যাহত থাকিব বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। কোনো অঞ্চলত ধুমুহা-বতাহৰ লগতে বিজুলী-ঢেৰেকণি আৰু ব্ৰজপাত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে উত্তৰ-পূব অসম আৰু পাৰ্শ্বৱৰ্তী এলেকাৰ বায়ুমণ্ডলত ঘূৰ্ণীবতাহ ...