August 6, 2024 1:08 PM August 6, 2024 1:08 PM
23
ৰাজ্যত অহা পাঁচদিনলৈ ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত অহা পাঁচদিনলৈ ধাৰাসাৰ বৰষুণ অব্যাহত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই সময়ছোৱাত অসমৰ বিভিন্ন স্থানত বিজুলী-ঢেৰেকণিৰ লগতে ধাৰাসাৰ বৰষুণো অহাৰ সম্ভাৱনা আছে। তেনেক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ...