November 1, 2024 8:25 PM November 1, 2024 8:25 PM
12
অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসম্পদ মন্ত্রী বিয়ুৰাম বাঘেৰ পাক্কে ব্যাঘ্র অভয়াৰণ্যত পখিলা উদ্যান মুকলি
অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসম্পদ মন্ত্রী বিয়ুৰাম বাঘেই আজি পাক্কে ব্যাঘ্র অভয়াৰণ্যত এখন পখিলা উদ্যান মুকলি কৰে। পাক্কে কেচাং জিলাৰ চেইজোছাৰ পশ্চিম দিশত বন শিৱিৰৰ এই উদ্যানখনে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব আৰু অঞ্চলটোত পৰিৱেশ অনুকূল পৰ্য্যটনত উদগনি যোগাব। ...