উত্তৰ-পূৰ্বাঞ্চল

January 8, 2025 9:05 PM January 8, 2025 9:05 PM

views 19

নাগালেণ্ডৰ মুককচাং জিলাত নগা লোকৰ আক্ৰমণত আহত অসম আৰক্ষীৰ এজন জোৱানক উদ্ধাৰ

নাগালেণ্ডৰ মুককচাং জিলাত প্ৰৱেশ কৰাৰ পাছত নগা লোকৰ আক্ৰমণত আহত অসম আৰক্ষীৰ এজন জোৱানক আজি অসম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ চৰাইদেউ সংবাদদাতাই জনোৱা মতে যোৰহাট জিলাৰ টীয়ক আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত কালি গাড়ী চুৰিৰ ঘটনাৰ তদন্তৰ বাবে নাগালেণ্ডৰ...

January 1, 2025 4:22 PM January 1, 2025 4:22 PM

views 12

অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

বতৰৰ বতৰা বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ সম্ভাৱনা আছে। অৰুণ...

December 29, 2024 8:18 PM December 29, 2024 8:18 PM

views 18

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত নিশা আৰু পুৱাৰ ভাগত ঘন কুঁৱলীৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত নিশা আৰু পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ আগজাননী দিছে। একেদৰে পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানতো ২ৰ পৰা ৩ দিনৰ ভিতৰত অতি ঘন কুঁৱলী পৰিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। বিভাগে দিয়া আগলি বতৰা অনুসৰি অহা পাঁচ দি...

December 29, 2024 8:06 PM December 29, 2024 8:06 PM

views 8

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীৰ  ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ চাৰিলাম গাওঁ পৰিদৰ্শন

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ চাৰিলাম গাওঁ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ বাবে ত্ৰিপুৰা নৱীকৰণযোগ্য শক্তি উন্নয়ন সংস্থাই গ্রহণ কৰা নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়।...

December 29, 2024 12:20 PM December 29, 2024 12:20 PM

views 4

মণিপুৰৰ থামনাপক্‌পিত কুকি আৰু মেইটেই জনগোষ্ঠীয় বিদ্ৰোহীৰ মাজত সংঘর্ষ অব্যাহত

মণিপুৰৰ পূব ইম্ফল আৰু কাংপপি জিলাৰ সীমান্তৱৰ্তী থামনাপক্‌পিত কুকি আৰু মেইটেই জনগোষ্ঠীয় বিদ্ৰোহীৰ মাজত হিংসাত্মক সংঘর্ষ অব্যাহত আছে। ঘটনাস্থলীত আৰক্ষী তথা নিৰাপত্তাবাহিনীৰ লোকক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছে। এই সংঘৰ্ষত সাংবাদিক, আৰক্ষীসহ বহুলোক আহত হোৱাৰ খবৰ পোৱা গৈছে। অঞ্চলটোত আতংকিত ৰ...

December 29, 2024 12:16 PM December 29, 2024 12:16 PM

views 10

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত কালি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

অৰুণাচল প্ৰদেশৰ দক্ষিণত অৱস্থিত চাংলাং জিলাত কালি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়। সেনা বাহিনীৰ স্পিয়াৰ ক'ৰ, আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত জিলাখনৰ মিয়াও- বিজয়নগৰ পথৰ কাষৰ এম এছ-২৭ৰ সমীপৰ বনাঞ্চলত এই মাটিত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰৰ সম্ভেদ লাভ কৰি দলটোৱে ব্যাপক অনুসন...

December 25, 2024 7:04 PM December 25, 2024 7:04 PM

views 3

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো বৰদিন পালন

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি খ্রীষ্টধর্মী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন ধৰ্মীয় ৰীতি- নীতি আৰু পৰম্পৰাৰ মাজেৰে উদযাপন কৰা হৈছে। এই উপলক্ষে গীৰ্জাঘৰসমূহ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰলৰ ধ্বনিৰে মুখৰিত হৈ উঠিছে। গুৱাহাটীৰ পাণবজাৰত থকা খ্ৰীষ্ট চার্চ, ব্যাপ্তিষ্ট চাৰ্চ, কাহিলীপাৰা, চানমাৰি, খানাপাৰা...

December 25, 2024 12:25 PM December 25, 2024 12:25 PM

views 7

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত জাৰৰ প্ৰকোপ বৃদ্ধি

বৰদিনৰ বতৰত জাৰৰ প্ৰকোপ বাঢ়ে বুলি চলি অহা কথাষাৰ এইবাৰো সঁচা প্ৰমাণিত হৈছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পুহ মাহৰ আজি ৯ তাৰিখে নিশাৰ তাপমাত্রা যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। উজনি অসমৰ কেতবোৰ ঠাইত পুহৰ হাড় কঁপোৱা জাৰৰ আগমন ঘটিছে। উত্তৰ লখিমপুৰত কালি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সর্বনিম্ন তাপমাত্রা...

December 22, 2024 7:54 PM December 22, 2024 7:54 PM

views 5

ত্ৰিপুৰাত ৬৬৮ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষ ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি ত্ৰিপুৰাত ৬৬৮ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষ ১৩ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। সেই উপলক্ষে ঢলাই জিলাৰ মাছুৰাইপাৰাত আয়োজিত এখন জনসভাত দিয়া ভাষণত শ্ৰী শ্বাহে ব্রু জনগোষ্ঠীৰ লোকসকলক সংস্থাপনৰ বিষয়টো নিষ্পত্তি নকৰাৰ বাবে পূৰ্বৰ কমিউনিষ্ট দলৰ চৰকাৰখনক সমালোচনা ক...

December 22, 2024 11:34 AM December 22, 2024 11:34 AM

views 7

বাংলাদেশৰ সৈতে সীমা সমস্যা নিষ্পত্তি হোৱাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সৈতে সংযোগ কৰাৰ লক্ষ্যত অতি সোনকালে উপনীত হোৱাটো সম্ভৱ হ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

বাংলাদেশৰ সৈতে সীমা সমস্যা নিষ্পত্তি হোৱাৰ পাছত উত্তৰ-পূৰ্বাঞ্চলক বিশ্বৰ সৈতে সংযোগ কৰাৰ লক্ষ্যত অতি সোনকালে উপনীত হোৱাটো সম্ভৱ হ'ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে । কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত শান্তি প্ৰতিষ্ঠাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ফলত অঞ্চলটোত বিকাশৰ গতি ত্বৰা...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।