March 9, 2025 8:15 PM March 9, 2025 8:15 PM
12
মণিপুৰৰ কাংপোপি জিলাত কুকি-জো সংগঠনৰ অনির্দিষ্ট কাললৈ ধৰ্মঘটৰ আহ্বান
মণিপুৰৰ কাংপোপি জিলাত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰাৰ লগতে স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত হোৱাৰ প্ৰতিবাদত কুকি-জো সংগঠনে অনির্দিষ্ট কাললৈ ধৰ্মঘটৰ আহ্বান জনাইছে। ইম্ফল-ডিমাপুৰ পথকে ধৰি জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ৰাজ্যখনত কালি সংঘটিত হিংসাত্মক প্রতিবাদত এ...