উত্তৰ-পূৰ্বাঞ্চল

December 14, 2025 11:39 AM December 14, 2025 11:39 AM

views 5

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত পথ দুর্ঘটনাত নিহত লোকসকলৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত সংঘটিত শোকাৱহ পথ দুর্ঘটনাত নিহত লোকসকলৰ মৃতদেহসমূহ কালি ৰাজ্য চৰকাৰে পৰিয়ালৰ লোকক অর্পণ কৰাৰ লগতে অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰে। দুর্ঘটনাত মৃত্যু হোৱা ৬ গৰাকী লোকৰ মৃতদেহ পৰিয়ালৰ লোকক অর্পণ কৰি মন্ত্ৰী বিমল বৰাই শ্রদ্ধাঞ্জলি জ্ঞাপন করে। উল্লেখযোগ্য যে কালি দিনটোৰ উদ্ধাৰ অ...

December 10, 2025 11:24 AM December 10, 2025 11:24 AM

views 7

এম জি এনৰেগাৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাবে ৪হাজাৰ ৯৭৫কোটি ৮২ লাখ টকাৰ পুঁজি মুকলি

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রালয়ে অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্য কেইখনলৈ এম জি এনৰেগাৰ অধীনত ৪হাজাৰ ৯৭৫কোটি ৮২ লাখ টকাৰ পুঁজি মুকলি কৰিছে। ইয়াৰে এহেজাৰ ৫০৮ কোটি ৪০ লাখ টকা অসমলৈ আৰু ৯১৭ কোটিৰো অধিক টকা মণিপুৰলৈ আগবঢ়োৱা হৈছে। অনুৰূপ ধৰণে বাকী ৰাজ্য কেইখনৰ মাজত কিছু কম বেছিকৈ এই ধনৰাশি বিতৰণ কৰা...

December 6, 2025 2:58 PM December 6, 2025 2:58 PM

views 7

উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত যোগাযোগ ব্যৱস্থা উন্নতৰ লক্ষ্যৰে বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ

● ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয়, যে উত্তৰ-পূৰ্বাঞ্চলত কৌশলগত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ অংশ হিচাপে গুৰুত্বপূৰ্ণ পথ কৰিড'ৰ আৰু মূল পথেৰে বিমান বন্দৰলৈ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। শ্ৰী সিন্ধিয়াই কালি কোহ...

December 5, 2025 2:41 PM December 5, 2025 2:41 PM

views 7

মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ’ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অভিযানত ৬ কেজি মেথামফেটামাইনৰ লগতে ৮ সৰবৰাহকাৰীক আটক

মাদকদ্রব্য নিয়ন্ত্রণ ব্যুৰ' আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে মিজোৰামৰ আইজলৰ সমীপত অভিযান চলাই যোৱা বুধবাৰে প্ৰায় ৬ কেজি মেথামফেটামাইনৰ লগতে ৮ জন সৰবৰাহকাৰীক আটক কৰে। ইয়াৰে জবৰুল হক নামৰ কৰিমগঞ্জৰ নিবাসীজন এই মাদকদ্রব্য সৰবৰাহ চক্ৰৰ মূল অভিযুক্ত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই লোকজনৰ বিৰুদ...

December 2, 2025 7:47 PM December 2, 2025 7:47 PM

views 6

সংসদত মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক-২০২৫ গৃহীত

সংসদত আজি মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কখনে ২০১৭ বৰ্ষৰ সামগ্ৰী আৰু সেৱা কৰ আইনৰ সংশোধন ঘটাব। তদুপৰি বিধেয়কখনে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী অধ্যাদেশ ২০২৫ৰো স্থান ল'ব। আজি ৰাজ্যসভাত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে এই বিধেয়কখন উত্থাপন কৰ...

December 1, 2025 10:46 AM December 1, 2025 10:46 AM

views 17

২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ

● নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজি ২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ হ'ব। নাগালেণ্ডৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা দিৱসৰ সৈতে একেলগে আয়োজন কৰা এই ১০ দিনীয়া মহোৎসৱত নগা জনজাতিসকলক একেলগ কৰি ৰাজ্যখনৰ লোক সংগীত, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। প্রায় দুই দশক পূৰ্বে পৰ...

November 24, 2025 8:36 PM November 24, 2025 8:36 PM

views 9

ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৰ সাক্ষাৎ

কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে আজি ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কয় যে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাই ভাৰত আৰু ভূটানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব আৰু দুয়োখন দেশ বিভিন্ন দিশত সহযোগিতাৰে আগবাঢ়ি যাবলৈ সক্...

November 21, 2025 9:24 PM November 21, 2025 9:24 PM

views 21

দেশত ৪খন নতুন শ্রম বিধিৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে আজি দেশৰ শতিকাপুৰণি শ্রম আইনৰ সৰলীকৰণৰ উদ্দেশ্যে চাৰিখন নতুন শ্রম বিধিৰ কাৰ্যকৰীকৰণৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই কয় যে এই নতুন শ্রম বিধিয়ে দেশৰ কৰ্মশক্তিৰ কল্যাণৰ লগতে উপযুক্ত মজুৰি সুৰক্ষা তথা সামাজিক নিৰাপত্...

November 21, 2025 8:50 PM November 21, 2025 8:50 PM

views 14

গুৱাহাটীত ২৭ নৱেম্বৰৰ পৰা উত্তৰ-পূব পেৰা ক্ৰীড়া সমাৰোহ

২৭ নৱেম্বৰৰ পৰা গুৱাহাটীত উত্তৰ-পূব পেৰা ক্ৰীড়া সমাৰোহৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হ'ব। এই ক্রীড়া সমাৰোহত উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ প্ৰায় ৭০০ এথলিট আৰু ক্ৰীড়া কর্মকর্তাই অংশগ্রহণ কৰিব। তিনি দিনীয়াকৈ হ'বলগীয়া ক্রীড়া সমাৰোহখনৰ উদ্বোধনী অনুষ্ঠান ২৭ নৱেম্বৰত সৰুসজাইত থকা অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া...

November 16, 2025 11:02 AM November 16, 2025 11:02 AM

views 23

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেলী মণিপুৰৰ কাংপোকপী জিলাৰ ছংপেজং গাঁৱৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভার্চুৱেল ব্যৱস্থাৰে মণিপুৰৰ কাংপোকপী জিলাৰ ছংপেজং গাঁৱৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কাংপোকপীৰ জিলা আয়ুক্ত মহেশ চৌধুৰী আৰু অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে আদৰ্শ বিদ্যালয়ৰ আধাৰশিলা স্থাপন জিলাখনৰ বাবে আট...