October 28, 2025 11:20 AM
44
বিকশিত ভাৰত কুইজ প্রতিযোগিতাত যুৱক-যুৱতীসকলক অংশগ্রহণ কৰিবলৈ প্রধানমন্ত্ৰীৰ আহ্বান
● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক-যুৱতীসকলক বিকশিত ভাৰত কুইজ প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত শ্রীমোদীয়ে কয়, যে ৰাষ্ট্ৰ গঠনৰ দিশত অৰিহণা আগবঢ়োৱাৰ ক্ষেত্ৰত দ্বিতীয় বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা এটা উত্তম সুযোগ। তেওঁ কয়, যে যুৱক-যুৱতীসকলৰ ধাৰণা আৰু...