November 1, 2025 9:37 PM
26
কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা অকল এটা পুঁজিয়েই নহয়, সামাজিক সুৰক্ষাৰ প্ৰতি দেশৰ কর্মশক্তিৰ বিশ্বাসৰ প্ৰতীকঃ কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়া
কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা - ই পি এফ অ অকল এটা পুঁজিয়েই নহয়, সামাজিক সুৰক্ষাৰ প্ৰতি দেশৰ কর্মশক্তিৰ বিশ্বাসৰ প্ৰতীক বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠান দিৱসত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এইদ...