ৰাষ্ট্ৰীয়

November 5, 2025 8:12 PM

views 31

ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নির্দেশনা মুকলি

ইলেকট্রনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰ্যালয়ে ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নির্দেশনা মুকলি কৰিছে। এই নীতি-নির্দেশনাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত নিৰাপদ, সর্বাত্মক আৰু দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা প্ৰণালীৰ গ্ৰহণ সুনিশ্চিত কৰাৰ বাবে সর্বাত্মক পৰিকাঠামোৰ দিহা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈজ্...

November 5, 2025 1:25 PM

views 53

ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ, ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ আজিৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীত জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজি সমগ্ৰ ৰাজ্যৰ লগতে প্ৰবাসী অস...

November 5, 2025 1:19 PM

views 20

উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত কৰাৰ লক্ষ্যৰে নতুন ৰাজনৈতিক মঞ্চ গঠনৰ বাবে নতুন দিল্লীত কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ বৈঠক

উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একত্রিত তথা ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে কালি নতুন দিল্লীত এখন নতুন ৰাজনৈতিক মঞ্চ গঠনৰ বাবে অঞ্চলটোৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই এখন বিশেষ বৈঠকৰ আয়োজন কৰে। এই মঞ্চখনে ৰাষ্ট্রীয় পৰ্যায়ত অঞ্চলটোৰ সমস্যাসমূহ তুলি ধৰিব। দিল্লীৰ কনষ্টিটিউচন ক্লাবত ‘ৱান নৰ্থ-ইষ্ট’ শীৰ্ষক এখ...

November 4, 2025 8:07 PM

views 25

নতুন দিল্লীত সেনা বাহিনী ক্রীড়া সমাৰোহ-২০২৫ আয়োজন

ভাৰতীয় সেনা বাহিনীয়ে আজি নতুন দিল্লীত সেনা বাহিনী ক্রীড়া সমাৰোহ-২০২৫ আয়োজন কৰিছে। ২০৩৬ চনৰ দেশৰ অলিম্পিক অভিযানৰ প্ৰতি লক্ষ্য ৰাখি সেনাবাহিনীৰ শ্ৰেষ্ঠ খেলুৱৈসকলক আগুৱাই নিয়াৰ দায়বদ্ধতাৰে এই সমাৰোহ আয়োজন কৰা হৈছে। বিভিন্ন ক্রীড়া সংস্থাৰ সৈতে সহযোগিতাৰে আৰু এথলিট থ্রি ছিক্সটি শীর্ষক অভিযান এই দুটা মূল...

November 4, 2025 8:02 PM

views 30

ছত্তিশগড়ৰ সংঘটিত এটা ৰে’ল দুর্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০ গৰাকী লোক আহত

ছত্তিশগড়ৰ বিলাসপুৰৰ সমীপৰ লালখাদানত আজি সন্ধিয়া সংঘটিত এটা ৰে'ল দুর্ঘটনাত চাৰিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০ গৰাকী লোক আহত হৈছে। ৰে’ল বিভাগৰ সূত্রই জানিবলৈ দিয়া অনুসৰি, এখন যাত্রীবাহী ৰে’লৰ সৈতে এখন মালবাহী ৰে'লৰ খুন্দা লগাৰ ফলত এই দুর্ঘটনাটো সংঘটিত হয়। ৰে'ল বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে জিলা প্রশাসন...

November 4, 2025 7:58 PM

views 35

মেলিছাৰ ফলত ক্ষতিগ্রস্ত জামাইকা আৰু কিউবালৈ ভাৰতৰ সাহায্য প্রদান

ভাৰতে ঘূর্ণী বতাহ মেলিছাৰ ফলত ক্ষতিগ্রস্ত জামাইকা আৰু কিউবালৈ মানৱীয় সাহায্য প্রদান কৰিছে। নতুন দিল্লীৰ পৰা আজি প্রায় ২০ টন সাহায্য সামগ্রী দেশ দুখনলৈ মানৱীয় সাহায্য আৰু দুর্যোগ সাহায্য সামগ্রী হিচাপে প্ৰেৰণ কৰা হয়। সামাজিক মাধ্যমৰ এটা বার্তাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে জানিবলৈ দি...

November 4, 2025 7:55 PM

views 24

গুৰু নানক জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণক শ্রীমতী দ্রৌপদী মুর্মুৰ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে গুৰু নানক জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা বার্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয়, যে গুৰু নানকদেৱৰ জয়ন্তীত সকলোকে তেওঁৰ আদৰ্শ আৰু শিকনিসমূহ আঁকোৱালি ল'বলৈ অনুপ্রাণিত কৰে আৰু এখন উন্নত সমাজ গাঢ়াৰ ক্ষেত্ৰত সকলোকে পথ প্ৰদৰ্শন কৰে। তেওঁ কয়, যে গুৰু...

November 4, 2025 7:53 PM

views 31

বিহাৰত নির্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগত ললন সিঙৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন

বিহাৰৰ মোকামাত নির্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগত আজি জনতা দল ইউনাইটেডৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন ওৰফে ললন সিঙৰ বিৰুদ্ধে আজি এখন এজাহাৰ পঞ্জীয়ন কৰা হয়। পাটনাৰ জিলা ন্যায়াধীশ তথা ৰিটার্ণিং বিষয়াই জাৰি কৰা এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি, তদাৰকী গোটে ৰেকৰ্ড কৰা ভি ডি অ' ফুটেজ জিলা ...

November 4, 2025 7:52 PM

views 32

বিহাৰ বিধানসভা নির্বাচনত ৰাষ্ট্রীয় গণতান্ত্রিক মর্চাই বিপুলভাৱে জয়লাভ কৰিব বুলি আস্থা প্রকাশ প্রধানমন্ত্রীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নির্বাচনত ৰাষ্ট্রীয় গণতান্ত্রিক মর্চাই বিপুলভাৱে জয়লাভ কৰিব বুলি আস্থা প্রকাশ কৰিছে। মেৰা বুথ সবসে মজবুট কাৰ্য্যসূচীৰ অধীনত আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত-বিনিময় কৰি তেওঁ এই কথা প্রকাশ কৰে। শ্রীমোদীয়ে কয়, যে বিহাৰৰ জনসাধাৰণে এন ডি এ...

November 4, 2025 7:50 PM

views 44

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰিছে। ইয়াৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলে ভোটাৰৰ মন জয় কৰাৰ বাবে তীব্র গতিত প্ৰচাৰ অভিযান চলায়। প্রথম পৰ্য্যায়ত ৰাজ্যখনৰ ১৮ খন জিলাৰ মুঠ ১২১ টা বিধানসভা সমষ্টিৰ বাবে অহা ৬ নবেম্বৰত ভোটগ্রহণ কৰা হ'ব। প্রথম পৰ্য্যায়ৰ নিৰ্বাচনত এহে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।