ৰাষ্ট্ৰীয়

January 1, 2026 1:33 PM January 1, 2026 1:33 PM

views 9

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন

নৱবৰ্ষৰ প্ৰথম দিনাই অসমবাসীলৈ এটা সুখবৰ। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগ আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)য়ে অনুমোদন জনাইছে। অহা শিক্ষাবৰ্ষৰ পৰাই বিশ্ববিদ্যালয় খনত শিলচৰৰ শ্ৰেণী কক্ষত অসমীয়া ভাষাৰ পাঠদান আৰম্ভ হ'ব। বিশ্ববিদ্যালয় খনৰ উপাচার্য অধ্যাপক ডঃ ৰাজীৱ...

January 1, 2026 1:18 PM January 1, 2026 1:18 PM

views 19

নতুন সংকল্পেৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে সাজু ক্ৰীড়াজগত

নতুন সংকল্পেৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে আন সকলোৰে দৰে ক্ৰীড়াজগতো সাজু হৈছে। ২০২৬ বৰ্ষটো ক্রীড়াপ্ৰেমীসকলৰ বাবে অত্যন্ত আকর্ষণীয় হ'ব। নতুন বছৰটোত নিয়মীয়া প্ৰতিযোগিতাসমূহৰ লগতে চাৰিখন বিশ্বকাপ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অনুষ্ঠিত হ'ব। ৪ বছৰৰ প্ৰতীক্ষাৰ অন্তত এইবাৰ আমেৰিকা, কানাডা আৰু মেক...

December 31, 2025 7:48 PM December 31, 2025 7:48 PM

views 5

১০০ মিলিগ্ৰামৰ অধিক নিমেছুলাইডযুক্ত সকলো ঔষধৰ প্ৰস্তুত, বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ

চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ১০০ মিলিগ্ৰামৰ অধিক নিমেছুলাইডযুক্ত সকলো ঔষধৰ প্ৰস্তুত, বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে আজি এটা নির্দেশযোগে এই কথা প্ৰকাশ কৰে। ঔষধৰ কাৰিকৰী পৰামৰ্শদাতা পৰিষদৰ পৰামৰ্শ অনুসৰি ঔষধ আৰু কছমেটিক্‌চ আইন ১৯৪০ৰ ২...

December 31, 2025 7:42 PM December 31, 2025 7:42 PM

views 6

ছত্তিশগড়ৰ গ্ৰাম্য স্থানীয় নিকায় আৰু পঞ্চায়তীৰাজ প্রতিষ্ঠানলৈ পুঁজি আবণ্টন

চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষত ছত্তিশগড়ৰ গ্ৰাম্য স্থানীয় নিকায় আৰু পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহৰ বাবে ২২৪ কোটিৰো অধিক পুঁজি মোকলাই দিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ৰাজ্যখনৰ ২৬খন জিলা পৰ্যায়ৰ ১৩৮টা খণ্ড পঞ্চায়ত আৰু ১১ হাজাৰ ২৭৯খন গাঁও পঞ্চায়তৰ বাবে আনটাইড...

December 31, 2025 7:35 PM December 31, 2025 7:35 PM

views 6

নাছিক-চোলাপুৰ কৰিড’ৰ প্ৰকল্পৰ বাবে কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই আজি ওড়িশাত ৩২৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ আৰু ৬-লেনযুক্ত নাছিক-চোলাপুৰ কৰিড'ৰ প্ৰকল্পৰ বাবে অনুমোদন দিয়ে। অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্রীয় মন্ত্রীসভাই মহাৰাষ্ট্ৰত ৬-লেনযুক্ত নাছিক-চোলাপুৰ- আক্কালকোট কৰিড'ৰ প্ৰকল্পত অনুমোদন দিছে। ১৯ হাজাৰ ১৪২ কোটি টকা মূলধনী ব্যয়...

December 31, 2025 1:32 PM December 31, 2025 1:32 PM

views 9

ভাৰত, সংস্কাৰ এক্সপ্রেছেৰে অগ্ৰসৰ হোৱাৰ লগতে গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভাৰত, সংস্কাৰ এক্সপ্রেছেৰে অগ্ৰসৰ হোৱাৰ লগতে গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প্ৰৱন্ধত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্রতি সমগ্ৰ বিশ্বই আশা আৰু বিশ্বাসেৰে ভাৰতৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিছে। তেওঁ কয়, যে বিশ্বই পৰৱৰ্তী প্ৰ...

December 31, 2025 1:30 PM December 31, 2025 1:30 PM

views 10

কাশী-তামিলনাডুৰ মাজৰ সম্পৰ্ক কেৱল ঐতিহাসিকেই নহয়, বৰং ই হৈছে গভীৰ সভ্যতাগত আৰু আধ্যাত্মিক সম্পৰ্কঃ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয়, যে কাশী আৰু তামিলনাডুৰ মাজৰ সম্পৰ্ক কেৱল ঐতিহাসিকেই নহয় বৰং ই হৈছে গভীৰ সভ্যতাগত আৰু আধ্যাত্মিক সম্পৰ্ক, যিয়ে হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতবৰ্ষক একত্ৰিত কৰি ৰাখিছে। তেওঁ কয়, যে এনে ধৰণৰ আদান-প্রদানে ভাৰতৰ ঐতিহ্য আৰু ৰাষ্ট্ৰীয় সংহতিৰ ভাৱনাক সুদৃঢ় কৰে। মহাকবি সুব্ৰ...

December 31, 2025 1:27 PM December 31, 2025 1:27 PM

views 9

নতুন দিল্লীত নীটি আয়োগৰ বিশিষ্ট অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত নীটি আয়োগৰ বিশিষ্ট অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকৰ বিষয়বস্তু আছিল- আত্মনিৰ্ভৰতা গাঁথনিগত পৰিৱৰ্তনঃ বিকশিত ভাৰতৰ ৰূপৰেখা। কাৰ্যসূচীত ভাষণ দি প্রধানমন্ত্রী শ্রীমোদীয়ে ২০৪৭ চনৰ দিশে ভাৰতৰ যাত্ৰাৰ মূল স্তম্ভসমূহৰ বিষয়ে ...

December 31, 2025 1:26 PM December 31, 2025 1:26 PM

views 7

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী খালেদা জিয়াৰ জানাজা কাৰ্যসূচীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰিব

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ঢাকাত বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী তথা বি এন পিৰ মুখপাত্র খালেদা জিয়াৰ জানাজা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই জানাজাত ড০ জয়শংকৰে ভাৰত চৰকাৰ আৰু ভাৰতৰ জনসাধাৰণক প্রতিনিধিত্ব কৰিব।  বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী খালেদা জিয়াৰ কালি ঢাকাত দেহাৱসা...

December 31, 2025 1:25 PM December 31, 2025 1:25 PM

views 9

পি এম যুৱা তৃতীয় সংস্কৰণৰ অধীনৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে যুৱ লেখকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে পি এম যুৱা তৃতীয় সংস্কৰণৰ অধীনৰ ফলাফলসমূহ ঘোষণা কৰিছে। ইয়াৰ অধীনত ২২টা ভাৰতীয় ভাষা আৰু ইংৰাজীৰ ৪৩ খন গ্ৰন্থ প্ৰস্তাৱনা বাছনি কৰা হৈছে। শিক্ষা মন্ত্ৰালয়ে কৈছে যে নির্বাচিত গ্ৰন্থ প্ৰস্তাৱনাসমূহ ছমাহৰ ভিতৰতেই বিশিষ্ট শিক্ষাবিদৰ তত...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।