ৰাষ্ট্ৰীয়

November 7, 2025 11:21 AM

views 29

দুদিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

দুদিনীয়া অসম ভ্রমণসূচীৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আজি গুৱাহাটীত উপস্থিত হ'ব। সন্ধিয়া তেওঁ উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে’টৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব। সকলো বতৰতে কাৰ্যক্ষম হৈ থাকিব পৰা প্ৰকল্পটোত ছহেজ...

November 7, 2025 11:17 AM

views 35

গুৱাহাটীৰ লাচিতঘাটত আয়োজিত ৯৩সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্রহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৱাহাটীৰ লাচিত ঘাটত পৰহিলৈ আয়োজিত ৯৩ সংখ্যক বায়ু সেনা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত অংশগ্রহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে সেইদিনা দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব’ প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত এই এয়াৰ শ্ব'ত ৰাফেল, মিগ, ছুখয় আদিৰ দৰে ৭৫...

November 6, 2025 8:23 PM

views 31

বিহাৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি

বিহাৰ বিধানসভা নির্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ সামৰণি পৰিছে। ৰাজ্যখনত এই পর্যায়ত বিয়লি ৫ বজালৈ ৬০ দশমিক ১-৩ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বেগুচৰাই জিলাত সর্বাধিক ৬৭ দশমিক ৩২ শতাংশ ভোটদান হৈছে। ৰাজ্যখনৰ কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বিহাৰৰ মুখ্য...

November 6, 2025 8:22 PM

views 26

শতপল শর্মাক আজি উপ-ৰাষ্ট্ৰপতিৰ শপতবাক্য পাঠ

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্য সভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণে আজি শতপল শর্মাক শপতবাক্য পাঠ কৰোৱায়। শ্রীশৰ্মা সংসদৰ উচ্চ সদনৰ সদস্য হিচাপে নির্বাচিত হৈছে। তেওঁ ভাৰতীয় জনতা পার্টীৰ সদস্য হিচাপে জম্মু কাশ্মীৰৰ পৰা নিৰ্বাচিত হৈছে। শপতগ্রহণ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী আৰু ড০ জিতেন্দ্র সিঙো উপস্থিত থাকে।

November 6, 2025 8:21 PM

views 21

এদিনীয়া ভ্রমণসূচীৰে কাইলৈ মহাৰাষ্ট্ৰৰ ছত্রপতি ছাস্তাজী নগৰ ভ্রমণ শিৱৰাজ সিং চৌহানৰ

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে কাইলৈ এদিনীয়া ভ্রমণসূচীৰে মহাৰাষ্ট্ৰৰ ছত্রপতি ছাস্তাজী নগৰ আৰু ইয়াৰ কাষৰীয়া গ্রামীণ অঞ্চলসমূহ ভ্রমণ কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ধ্যালয়ে প্রকাশ কৰা অনুসৰি, মন্ত্ৰীগৰাকীয়ে কৃষি আৰু গ্রামীণ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ ৰূপায়ণ আৰু স্থানীয় ক...

November 6, 2025 8:18 PM

views 20

ভাৰত আৰু নিউজিলেণ্ড দেশ দুখনৰ মাজৰ সম্পৰ্ক পৰৱৰ্তী পৰ্য্যায়লৈ লৈ যাবলৈ সাজু বুলি পীযূষ গোৱেলৰ প্রকাশ

ভাৰত আৰু নিউজিলেণ্ড দেশ দুখনৰ মাজৰ সম্পৰ্ক পৰৱৰ্তী পৰ্য্যায়লৈ লৈ যাবলৈ সাজু বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে প্রকাশ কৰিছে। নিউজিলেণ্ডৰ ৰট'ৰুৱাত আজি দেশখনৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী টোড মেকলে আৰু উভয় দেশৰ মুখ্য মধ্যস্থতাকাৰীসকলৰ সৈতে ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি বিষয়ক আলোচনাত পৰ্...

November 6, 2025 8:17 PM

views 31

পৰহিলৈ আইনী সাহায্য প্রদান ব্যৱস্থা সন্দৰ্ভত হ’বলগীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত পৰহিলৈ আইনী সাহায্য প্রদান ব্যৱস্থা সন্দৰ্ভত হ'বলগীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। এটা বিবৃতিত প্রকাশ পোৱা অনুসৰি, প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্ৰীয় আইন সেবা প্ৰাধিকাৰীয়ে প্ৰস্তুত কৰা সামুহিক মধ্যস্থতা প্রশিক্ষণ আৰ্হি মুকলি কৰাৰ লগতে সমাবেশতো অংশ ল'ব। দুদিন...

November 6, 2025 8:14 PM

views 33

পৰহিলৈ বাৰাণসীত চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ মুকলি প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ বাৰাণসী ভ্ৰমণ কৰি চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লগাড়ীৰ যাত্ৰা পতাকা জোকাৰি মুকলি কৰিব। এই নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীকেইখনে বেণাৰস-খজুৰাহো, লক্ষ্ণৌ-চাহৰাণপুৰ, ফিৰোজপুৰ-দিল্লী আৰু আৰ্ণাকূলম-বাংগালুৰু পথৰ যাত্ৰা সামৰি লাব। এই ৰেলগাড়ীকেইখনে ভ্রমণৰ সময় হ্...

November 6, 2025 8:11 PM

views 32

বন্দে মাতৰমৰ ১৫০ বছৰীয়া বার্ষিকীৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত কাইলৈ বছৰজোৰা বিশেষ কাৰ্যসূচী মুকলি

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশপ্রেমমূলক গীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া বার্ষিকীৰ সৈতে সংগতি ৰাখি কাইলৈ নতুন দিল্লীত বছৰজোৰা বিশেষ কাৰ্যসূচী মুকলি কৰিব। সাংস্কৃতিক মন্ত্র্যালয়ে ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া বার্ষিকী উৎসৱৰ আয়োজন কৰিছে। অহা বছৰৰ ৭ নৱেম্বৰলৈ এই বছৰজোৰা কাৰ্যসূচী চলিব। ডেৰশ ব...

November 6, 2025 2:57 PM

views 38

লেটিন আমেৰিকাৰ দেশ ইকুৱেডৰৰ বিদেশ মন্ত্রী গেব্রিয়েলা ছ’মৰফেল্ডক সাক্ষাৎ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

■ বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি লেটিন আমেৰিকাৰ দেশ ইকুৱেডৰৰ বিদেশ মন্ত্রী গেব্রিয়েলা ছ’মৰফেল্ডক সাক্ষাৎ কৰে। বৈঠকত দুয়ো পক্ষই ৰাজনৈতিক, বাণিজ্যিক, ভেষজ প্রশিক্ষণ আৰু সামৰ্থ্য বৃদ্ধিৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আন ক্ষেত্ৰসমূহৰ সহযোগিতা সুদৃঢ় কৰাৰ সুযোগত অন্বেষণ কৰে। বৈঠকত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।