ৰাষ্ট্ৰীয়

November 10, 2025 2:41 PM

views 50

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ এংগোলাৰ ৫০সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ ল’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ এংগোলাৰ ৫০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ ল'ব। শ্রীমতী মুৰ্মুৱে আজি এংগোলাৰ লোৱান্দাত নেচনেল এছেম্বলিৰ সাংসদসকলক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকোইৰ সৈতে হোৱা আলোচনাত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক ...

November 10, 2025 2:38 PM

views 27

সমাজৰ প্ৰান্তীয় শ্রেণী তথা অভিলাষী যুৱচামৰ সবলীকৰণৰ বাবে নগৰীয়া সমবায় বেংকসমূহক আগবাঢ়ি আহিবলৈ গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহৰ আহ্বান

গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে সমাজৰ প্ৰান্তীয় শ্রেণী তথা অভিলাষী যুৱচামৰ সৱলীকৰণৰ বাবে নগৰীয়া সমবায় বেংকসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি নগৰীয়া সমবায় ঋণ খণ্ড সন্দৰ্ভত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সন্মিলন ‘কো-অপ কুম্ভ ২০২৫' মুকলি কৰি তেওঁ কয়, যে ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বেং...

November 10, 2025 2:36 PM

views 15

নতুন দিল্লীত ২০২৬-২৭ বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট সম্পৰ্কীয় এখন বৈঠকত বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতা

বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ২০২৬-২৭ বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট সম্পৰ্কীয় এখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত দেশৰ কেইবাগৰাকীও আগশাৰীৰ অর্থনীতিবিদ উপস্থিত থাকে। বিত্ত মন্ত্ৰ্যালয় আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্ট...

November 10, 2025 2:35 PM

views 34

কমনৱেলথ সংসদীয় সংস্থাৰ ২২সংখ্যক বাৰ্ষিক সন্মিলনৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কমনৱেলথ সংসদীয় সংস্থা (চি পি এ)ৰ ২২ সংখ্যক বাৰ্ষিক সন্মিলনৰ ক’হিমাৰ নাগালেণ্ড বিধানসভাত আয়োজিত তৃতীয় আঞ্চলিক মণ্ডলৰ কাৰ্যসূচী উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্রীবিৰলাই কয়, যে উত্তৰ-পূৰ্বাঞ্চল চহকী-সংস্কৃতি, বৈচিত্র্য আৰু শক্তিশালী গণতান্ত্রিক প্ৰমূল্যৰ বাবে জনাজাত। তেও...

November 9, 2025 6:45 PM

views 48

ভাৰতৰ আধ্যাত্মিক যাত্রা আৰু ঐতিহ্যলৈ জৈন দর্শনে আগবঢ়োৱা অৱদানক উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ স্মৰণ

উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে ভাৰতৰ আধ্যাত্মিক যাত্রা আৰু ঐতিহ্যলৈ জৈন দর্শনে আগবঢ়োৱা অৱদানক স্মৰণ কৰিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে আজি কর্ণাটকৰ হাচান জিলাৰ শ্রাবনবেলাগোলাত জৈন ধর্মগুৰু আচাৰ্য্য শান্তি সাগৰ মহাৰাজৰ স্মাৰক অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত তেওঁ সংগম আৰু সংগম পৰৱৰ্তী সময়ৰ তামিল সাহিত্যল...

November 9, 2025 11:44 AM

views 37

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে ভুটানলৈ যাব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্রমণসূচীৰে ভুটানলৈ যাব। ভ্রমণকালত শ্রী মোদী আৰু ভুটানৰ ৰজা জিগমে খেছৰ নামগিয়াল বাংছুকে ১০২০ মেগাৱাট উৎপাদন ক্ষমতা সম্পন্ন পুনাতছাংছু-টু জলবিদ্যুৎ প্রকল্প মুকলি কৰিব। এই প্রকল্প ভাৰত আৰু ভুটানে যুটীয়াভাবে বিকশাই তুলিছে। প্রধানমন্ত্রীয়ে লগতে ভূটানৰ চতুৰ্থ ৰ...

November 9, 2025 10:58 AM

views 37

পহিলা ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন

সংসদৰ শীতকালীন অধিৱেশন পহিলা ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'ব। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে কালি সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰে। তেওঁ কয়, যে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে সন্মিলনত ১৯ ডিচেম্বৰলৈকে চলিবলগীয়া অধিৱেশনৰ প্ৰস্তাৱত সন্মতি প্রকাশ কৰিছে।

November 8, 2025 9:05 PM

views 33

বিজেপিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীলৈ জন্ম দিনৰ শুভেচ্ছা উপ-ৰাষ্ট্ৰপতিৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে বিজেপিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীক তেওঁৰ ৯৮ সংখ্যক জন্ম দিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে আদৱানীৰ সু-স্বাস্থ্য আৰু দীর্ঘজীবন কামনা কৰে। প্রধানমনন্ত্রীয়ে আদবানীক দেশৰ প্ৰগতিৰ বাবে জীবন উৎসর্গা কৰা...

November 8, 2025 8:57 PM

views 30

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ গুৱাহাটীলৈ আহিব

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্রীয় অনুষ্ঠানত অংশগ্রহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব' অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ'ব। কেন্দ্রীয়ভাবে আয়োজিত এই এয়াৰ শ্ব'ত ৰাফেল, মিগ...

November 8, 2025 8:53 PM

views 28

ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুর্মু এংগোলা আৰু বটছৱানা ভ্রমণলৈ ৰাওনা

ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুর্মু এংগোলা আৰু বটছৱানা ভ্রমণলৈ ৰাওনা হৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি নিশাৰ ভাগত শ্রীমতী মুর্মু এংগোলাত উপস্থিত হ'ব। উল্লেখযোগ্য যে ভাৰতীয় ৰাষ্ট্ৰপতিৰ এয়া হৈছে প্রথম এংগোলা আৰু বটছৱানা ভ্রমণ। ভ্ৰমণৰ সময়ছোৱাত অহা ১৩ নৱেম্বৰলৈ এংগোলা, বটছৱানা আৰু ভাৰতৰ মাজৰ বৰ্তমানৰ দ্বিপাক্ষ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।