ৰাষ্ট্ৰীয়

November 15, 2025 12:19 PM

views 39

বিহাৰ বিধানসভা নিৰ্বাচনত ২০২খন আসন লাভ কৰি পুনৰবাৰ শাসনলৈ এনডিএ মৰ্চা

বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ আহিছে। এন ডি এই মুঠ ২৪৩ খন আসনৰ ভিতৰত ২০২ খনতে জয়লাভ কৰিছে। আটাইকইটা সমষ্টিৰ ফলাফল যোৱা নিশা ঘোষণা কৰা হয়। ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে যিকোনো এটা দল বা মিত্রজোঁটক ১২২ খন আসনৰ প্ৰয়োজন আছিল ৷ বিজেপিয়ে অকলে ৮৯ খন...

November 15, 2025 12:15 PM

views 40

বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ বিকাশৰ ৰাজনীতিৰ বাবে এক জনাদেশঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ বিকাশৰ ৰাজনীতিৰ বাবে এক জনাদেশ বুলি উল্লেখ কৰিছে। তেওঁ কয়, যে এই নির্বাচনে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক অস্বীকাৰ কৰিছে। নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি সন্ধিয়া দলৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি দিয়া ভাষণত শ্র...

November 14, 2025 10:02 PM

views 27

বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপত ভাৰতৰ তিনিটা সোণৰ পদক লাভ

বাংলাদেশৰ ঢাকাত চলি থকা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ ২০২৫ প্রতিযোগিতাত আজি ভাৰতে তিনিটা সোণৰ পদক লাভ কৰি এছিয়ান আৰ্চাৰীত উদীয়মান শক্তি কেন্দ্ৰ হিচাপে নিজৰ স্থিতি অধিক সুদৃঢ় কৰিছে। ভাৰতে আজি প্ৰতিযোগিতাৰ ৰেকৰ্ভ শাখাত দুটা ব্যক্তিগত সোণৰ পদক লাভ কৰাৰ লগতে দলীয় শাখাত এটা সোণৰ পদক লাভ কৰিছে। দেশৰ ...

November 14, 2025 9:20 PM

views 31

গুৱাহাটীৰ চচলত অহা ১৭ ৰ পৰা ২২ নৱেম্বৰলৈ আই টি এফ জুনিয়ৰ টেনিছ প্রতিযোগিতা

সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনৰ উদ্যোগত সদৌ অসম টেনিছ সন্থাই গুৱাহাটীত দুখনকৈ আন্তর্জাতিক প্রতিযোগিতাৰ আয়োজন কৰিছে। অহা ১৭ ৰ পৰা ২২ নৱেম্বৰলৈ গুৱাহাটীৰ চচলত আই টি এফ জুনিয়ৰ টেনিছ প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখন ১৮ বছৰৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত...

November 14, 2025 7:56 PM

views 37

বিহাৰ বিধানসভা নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনাধিষ্ঠিত এন ডি এ মৰ্চা পুনৰবাৰ চৰকাৰ গঠনৰ পথত

বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে শাসনলৈ প্ৰত্যাৱৰ্তন কৰিছে। এতিয়ালৈকে ঘোষিত ৯৩ খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে ৪৭ খনত জয়লাভ কৰিছে আৰু ৪৪ খনত আগবাঢ়ি আছে। সহযোগী দল জনতা দল ইউনাইটেডে ২৮ খন আসনত জয়লাভ কৰিছে আৰু ৫৫ খনত আগবাঢ়ি আছে। এন ডি এৰ অন্যতম অংশীদ...

November 14, 2025 12:30 PM

views 39

বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত

বিহাৰ বিধানসভা নিৰ্বাচনৰ শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত হৈছে। এন ডি এ বর্তমানলৈকে ১৮৯ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে মহামিত্রজোঁটে ৫০ খন আসনত অগ্রগতি লাভ কৰিছে। ৰাজ্যখনৰ ৩৮ খন জিলাৰ ৪৬টা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা চলি আছে। প্রথমে পোষ্টেল বেলটসমূহ গণ...

November 14, 2025 12:24 PM

views 22

ভাৰতীয় দূৰ সংযোগ সেৱাৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত ভাৰতীয় দূৰ সংযোগ সেৱাৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভাৰতীয় দূৰসংযোগ সেৱাৰ ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ সৈতে সংগতি ৰাখি আয়োজিত এই অনুষ্ঠানত দূৰ সংযোগ ক্ষেত্ৰৰ বিকাশত বিভাগটোৰ অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। ১৯৬৫ চনত ভাৰতীয় দূৰস...

November 14, 2025 12:22 PM

views 23

অহা ১৯ নৱেম্বৰত তামিলনাডুৰ কইম্বাতুৰলৈ ৰাওনা প্ৰধানমন্ত্ৰী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অহা ১৯ নৱেম্বৰত তামিলনাডুৰ কইম্বাতুৰলৈ যাব। এই ভ্রমণ কালত শ্রীমোদীয়ে তামিলনাডুৰ কৃষক সংস্থাসমূহে আয়োজন কৰা দক্ষিণ ভাৰত প্ৰাকৃতিক শীর্ষ সন্মিলনত ভাষণ দিব। প্রধানমন্ত্রীয়ে লগতে জৈৱিক কৃষিত বিশেষ দক্ষতা থকা দাক্ষিণাত্যত বিভিন্ন ৰাজ্যৰ ৫০ গৰাকী বিজ্ঞানীৰ সৈতে মত বিনিময় কৰিব। ...

November 14, 2025 12:20 PM

views 34

আজিৰে পৰা ৪৪ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা IITF অনুষ্ঠিত

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজিৰে পৰা ৪৪ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা IITF অনুষ্ঠিত হ'ব। কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যমন্ত্রী জিতিন প্রচণ্ডই এই বাণিজ্য মেলা উদ্বোধন কৰিব। এইবাৰৰ এই মেলাৰ বিষয়বস্তু হৈছে- এক ভাৰত, শ্রেষ্ঠ ভাৰত। মেলাত উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু বিহাৰ আন্তঃৰাষ্...

November 14, 2025 12:19 PM

views 23

নেপালৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী অনিল কুমাৰ সিনহাৰ সৈতে পীযূষ গোৱেলৰ দ্বিপাক্ষিক বৈঠক

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে কালি নতুন দিল্লীত নেপালৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী অনিল কুমাৰ সিনহাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকত ভাৰত আৰু নেপালৰ মাজৰ পৰিবহণ চুক্তিৰ নীতি-নিময়ৰ সংশোধন কৰি বিনিময়-পত্র আদান প্রদান কৰা হয়। ইয়াৰ ফলত জোগ-বণি বিৰাট নগৰ ৰে'ল লিংকৰ মাধ্যমেৰে দুয়োখন দেশৰ ম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।