October 4, 2025 9:28 PM October 4, 2025 9:28 PM
12
সুস্থ নাৰী শক্তিশালী পৰিয়াল অভিযানক সফল কৰি তুলিবলৈ অক্লান্তভাৱে কাম কৰা সকলোৰে প্ৰচেষ্টাক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুস্থ নাৰী শক্তিশালী পৰিয়াল অভিযানক সফল কৰি তুলিবলৈ অক্লান্তভাৱে কাম কৰা সকলোৰে প্ৰচেষ্টাক প্ৰশংসা কৰিছে। নৰেন্দ্ৰ মোদীয়ে এই অভিযানত মানুহৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰি এই কাৰ্যই মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত কৰাৰ লগতে এখন সুস্থ-শক্তিশালী সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত সহ...