ৰাষ্ট্ৰীয়

March 31, 2024 6:55 PM

views 33

চলিত বিত্তীয় বৰ্ষৰ চতুর্থ ত্রিমাষিকত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮ শতাংশ বা তাতকৈ অধিক হ’বঃ বিত্ত মন্ত্রী নির্মলা সীতাৰমন

কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে চলিত বিত্তীয় বৰ্ষত চতুর্থ ত্রিমাষিকত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮ শতাংশ বা তাতকৈ অধিক হ'ব। মুম্বাইত আয়োজিত এখন বিনিয়োগ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে উন্নত মুদ্রাস্ফীতি ব্যৱস্থাপনা আৰু স্থূল অর্থনৈতিক সুস্থিৰতা...

March 30, 2024 9:54 PM

views 49

সমাগত লোকসভা নিৰ্বাচনত দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰৰ প্ৰতিদ্বন্দ্বিতা

সমাগত লোকসভা নিৰ্বাচনত কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে বিজেপি নেতৃত্বাধীন এন ডি এৰ হৈ ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব। ইপিনে, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ ...

March 30, 2024 9:22 PM

views 35

লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ ২৭ জনীয়া ইস্তাহাৰ সমিতি গঠন

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ ইস্তাহাৰ সমিতি ঘোষণা কৰিছে। দলৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ২৭ জনীয়া এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি এই সমিতি গঠনৰ বিষয়ে ঘোষণা কৰে। সমিতিখনৰ বিত্তমন্ত্ৰী নিৰ্মলা স...

March 30, 2024 9:09 PM

views 43

চৌধাৰী চৰণ সিং, পি ভি নৰসিমহা ৰাও, কৰ্পূৰী ঠাকুৰ আৰু এম এছ স্বামীনাথনলৈ ভাৰত ৰত্ন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্ৰাক্তন প্রধানমন্ত্ৰী চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিমহা ৰাওৰ লগতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ আৰু যশস্বী বিজ্ঞানী এম এছ স্বামীনাথনক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰে। ৰাষ্ট্ৰপতিয...

March 29, 2024 10:03 PM

views 13

নির্বাচন আয়োগৰ চি-ভিজিল এপৰ জৰিয়তে ৭৯ হাজাৰৰো অধিক নির্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ লাভ

নির্বাচন আয়োগৰ চি-ভিজিল এপ ভোটদাতাসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে। লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰে পৰা বৰ্তমানলৈকে এই এপৰ জৰিয়তে ৭৯ হাজাৰৰো অধিক নির্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনাৰ বিষয়ে অভিযোগ লাভ কৰা হৈছে। নির্বাচন আয়োগে এটা বিবৃতিযোগে কৈছে যে, লাভ কৰা অভিযোগসমূহৰ ৯৯ শতাংশৰো অধিক ইতিমধ্যে ন...

March 29, 2024 10:01 PM

views 18

বিহাৰত বিৰোধী মহা মিত্ৰজোঁটৰ ৪০টা সংসদীয় সমষ্টিৰ বাবে কংগ্ৰেছ, RJD আৰু বাঁওদলৰ মাজত আসনৰ ভাগ-বাটোৱাৰা

বিহাৰত বিৰোধী মহা মিত্ৰজোঁটে আজি ৪০টা সংসদীয় সমষ্টিৰ বাবে কংগ্ৰেছ, RJD আৰু বাঁওদলসমূহৰ মাজত আসনৰ ভাগ-বাটোৱাৰাৰ বিষয়ে ঘোষণা কৰিছে। এই ভাগ-বাটোৱাৰাৰ চুক্তি অনুসৰি লালু প্ৰসাদ নেতৃত্বাধীন RJD-এ ২৬ খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ৯ খন আসনৰ বাবে প্ৰাৰ্থী থিয় কৰোৱাব। ৫ খন আসনত বাঁওদলসমূহ...

March 29, 2024 9:59 PM

views 16

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত যাত্ৰীবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত, ১০জন লোক নিহত

জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেটৰী চেচমাৰ সমীপত এখন যাত্রীবাহী বাহন পথৰ পৰা এটা দ খাৱৈত বাগৰি পৰাৰ ফলত কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। আমাৰ সংবাদদাতাই জনাইছে যে, কালি মাজনিশা বহিঃৰাগত শ্রমিকক কঢ়িয়াই নিয়া এখন বাহন এটা এহেজাৰ ফুট গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত এই অঘটনটো ঘ...

March 29, 2024 9:58 PM

views 15

জম্মু-কাশ্মীৰত যাত্ৰীবাহী বাহনৰ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, সাহায্য ঘোষণা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেটৰী চেচমাৰ সমীপত সংঘটিত দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে সামাজিক মাধ্যমযোগে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ল...

March 29, 2024 9:54 PM

views 41

শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজ ভাৰতৰ আধ্যাত্মিক চেতনাৰ অগ্রণী আছিলঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, শ্ৰীমৎ স্বামী স্মৰণানন্দজী মহাৰাজ ভাৰতৰ আধ্যাত্মিক চেতনাৰ অগ্রণী আছিল। প্রধানমন্ত্ৰীয়ে তেওঁৰ দেহাৱসানক ব্যক্তিগত ক্ষতি বুলি অভিহিত কৰিছে। শ্রীমোদীয়ে এটা ব্লগযোগে কয় যে, কিছু বছৰ পূৰ্বে স্বামী আত্মস্থানন্দজীৰ মৃত্যু আৰু এতিয়া স্বামী স্মৰণানন্দজীৰ বিয়োগে ভা...

March 29, 2024 9:52 PM

views 18

চৰকাৰী ই-মার্কেট প’ৰ্টেল জি ই এমৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষত ৪ লাখ কোটি টকাৰ ব্যৱসায়

চৰকাৰী ই-মার্কেট প'ৰ্টেল জি ই এমৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষত মুঠ ৪ লাখ কোটি টকাৰ অভিলেখ পৰিমাণৰ ব্যৱসায় হৈছে। এই পৰিমাণ যোৱা বিত্তীয় বৰ্ষৰ তুলনাত দুগুণ। নতুন দিল্লীত আজি সংবাদমাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জি ই এমৰ মুখ্য কাৰ্যবাহী বিষয়া পি কে সিঙে কয় যে, ইয়াৰ পৰা জি ই এম পৰ্টেলৰ অনন্য ডিজিটীয় ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।