ৰাষ্ট্ৰীয়

April 1, 2024 8:34 PM

views 18

জ্ঞানবাপী মছজিদৰ দক্ষিণ অংশত উভয় সম্প্রদায়কে ধর্মীয় প্ৰাৰ্থনা অনুষ্ঠিত কৰাৰ সুবিধা দিবলৈ উচ্চতম ন্যায়ালয়ৰ নির্দেশ

জ্ঞানবাপী মছজিদৰ দক্ষিণ অংশত হিন্দুসকলক পূজা কৰাৰ বাবে যোৱা ৩১ জানুৱাৰীত বাৰাণসী আদালতে দিয়া ৰায় স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ লগতে ন্যায়াধীশ জে বি পাৰিৱালা আৰু মনোজ মিশ্ৰাৰ বিচাৰপীঠে সকলো পক্ষকে মছজিদ প্ৰাংগনত বৰ্তমানৰ ব্যৱস্থা বাহাল ...

April 1, 2024 8:28 PM

views 35

চলিত বছৰৰ মাৰ্চত মুঠ সামগ্ৰী আৰু সেৱাকৰৰ ৰাজহ সংগ্ৰহ এতিয়ালৈ দ্বিতীয় সর্বাধিক হিচাপে পৰিগণিত

চলিত বছৰৰ মাৰ্চত মুঠ সামগ্ৰী আৰু সেৱাকৰৰ ৰাজহ সংগ্ৰহ এতিয়ালৈ দ্বিতীয় সর্বাধিক হিচাপে পৰিগণিত হৈছে। বছৰি ১১ শতাংশতকৈও অধিক বৃদ্ধি হৈ এইবেলি এই পৰিমাণ হৈছে, ১ লাখ ৭৮ হাজাৰ কোটি টকা। কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ১৭.৬ শতাংশ ঘৰুৱা লেন-দেনৰ জৰিয়তে জি এছ টি সংগ্রহত উল্লেখনীয় বৃদ্ধি...

April 1, 2024 8:24 PM

views 31

দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ ইস্তাহাৰ সমিতিৰ বৈঠক

নতুন দিল্লীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত আজি দলটোৰ ইস্তাহাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত লোকসভা নিৰ্বাচনৰ বাবে দলটোৰ ইস্তাহাৰত অন্তৰ্ভুক্ত কৰিবলগীয়া বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত গঠিত ২৭ জনীয়া সমিতিখনৰ আজি অনুষ্ঠিত প্রথমখন ব...

April 1, 2024 8:18 PM

views 27

গোলকীয় বিষয়সমূহে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে অহা ১০ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্ব-নিৰ্ভৰশীল হ’ব লাগিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, গোলকীয় বিষয়সমূহে যাতে দেশক অধিক প্ৰভাৱিত কৰিব নোৱাৰে তাৰবাবে অহা ১০ বছৰত ভাৰত অৰ্থনৈতিকভাৱে স্ব-নিৰ্ভৰশীল হ'ব লাগিব। মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত সমাৰোহত ভাষণ প্ৰসংগত প্রধানমন্ত্রীয়ে কয় যে, ভাৰতৰ বেংকিং খণ্ডৰ ব্যাপক প...

April 1, 2024 8:16 PM

views 19

দেশৰ প্ৰতিৰক্ষা ৰপ্তানীয়ে ২০২৩-২৪ চনত ২১ হাজাৰ কোটি টকা অতিক্ৰম কৰিছেঃ ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, প্ৰথমবাৰৰ বাবে দেশৰ প্ৰতিৰক্ষা ৰপ্তানীয়ে ২০২৩-২৪ চনত ২১ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে শ্রীসিঙে কয় যে, যোৱাটো বিত্তীয় বৰ্ষত প্ৰতিৰক্ষা ৰপ্তানি খণ্ডত বৃদ্ধিৰ হাৰ আছিল ৩২ শতাংশৰো অধিক আছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে ভাৰতৰ প্ৰ...

April 1, 2024 7:49 PM

views 19

আজিৰে পৰা ৯২৩ বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি

♦ নেচনেচ ফার্মাচিউটিকেল প্রাইচিং অথৰিটিয়ে আজিৰে পৰা ৯২৩ বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিছে। সেই অনুসৰি দাম বৃদ্ধি পাবলগীয়া ঔষধসমূহ হৈছে পেইনকিলাৰ, এণ্টি ভাইৰেল, এণ্টি বায়'টিক, এণ্টি মেলেৰিয়া আৰু দ্বিতীয় স্তৰৰ বহুমূত্ৰ ৰোগৰ ঔষধ আদি। তদুপৰি কৰ্কট ৰোগৰ ঔষধৰো দাম বৃদ্ধি পাব।

April 1, 2024 7:37 PM

views 44

বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কালি প্রাক্তন উপ-প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ৰাষ্ট্ৰপতিয়ে বর্ষিয়ান নেতাগৰাকীৰ বাসগৃহলৈ গৈ তেওঁক এই সন্মানেৰে বিভূষিত কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্রাক্...

April 1, 2024 12:47 PM

views 32

পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ বিভিন্ন অংশত বর্ষাজনিত ঘটনাত ৮টি শিশুকে ধৰি কমেও ১০ জন লোকে প্ৰাণহানি

পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ বিভিন্ন অংশত বর্ষাজনিত ঘটনাত ৮টি শিশুকে ধৰি কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১২ জন লোক আঘাতপ্রাপ্ত হৈছে। প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি পেচাৱাৰ, নাউশ্বেৰা, বাজাউৰ, শ্বাংলা, মানশ্বেৰা, বান্নু, মহমন্দ, মর্দান আৰু উত্তৰ ৱাজেৰি...

April 1, 2024 12:03 PM

views 31

জম্মু আৰু উধমপুৰৰ বিভিন্ন স্থানত কাশ্মীৰি প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশেষ সজাগতা শিবিৰ

জম্মু কাশ্মীৰত সাহায্য আৰু পুনৰ সংস্থাপন বিভাগে জম্মু আৰু উধমপুৰৰ বিভিন্ন স্থানত কাশ্মীৰি প্ৰব্ৰজনকাৰীসকলৰ বাবে বিশেষ সজাগতা শিবিৰৰ আয়োজন কৰিছে। ১২ চি তথা এম প্ৰ-পত্ৰসমূহৰ থলিতে প্রত্যায়নৰ লগতে প্ৰব্ৰজনকাৰীসকলৰ মাজত ভোটদানৰ আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই সজাগতা শিবিৰসমূহৰ আয়োজন কৰা হৈ...

April 1, 2024 11:52 AM

views 26

নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় দৃষ্টিগোচৰৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ অনলাইন এপ্লিকেশ্বন মুকলি

ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় আয়োগৰ দৃষ্টিগোচৰ কৰোৱাৰ উদ্দেশ্যে নাগৰিকসকলৰ বাবে এটা অনলাইন এপ্লিকেশ্বন মুকলি কৰিছে। চি ভিজিল নামৰ এই এপ্লিকেশ্বনটোৰ জৰিয়তে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দেশৰ নাগৰিকসকলে সক্ৰিয় আৰু দায়িত্বশীল ভূম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।