ৰাষ্ট্ৰীয়

November 17, 2025 8:18 PM

views 18

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রী মোহম্মদ মোবাৰক আল মাজেৰুইৰ সৈতে প্ৰতিৰক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী সঞ্জয় সেঠৰ দ্বিপাক্ষিক বৈঠক

প্ৰতিৰক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰী সঞ্জয় সেঠে আজি সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্রী মোহম্মদ মোবাৰক আল মাজেৰুইৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ডুবাই এয়াৰ শ্ব' ২০২৫ অনুষ্ঠানৰ সময়তে অনুষ্ঠিত হোৱা এই বৈঠকত মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিক সু-ব্যৱস্থা, প্ৰতিৰক্ষাৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণৰ সহ...

November 17, 2025 8:15 PM

views 20

নৰৱে’ৰ স্বাস্থ্য মন্ত্ৰী জেন ক্রিষ্টিয়ান ভেষ্ট্রেক সাক্ষাৎ কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত নৰৱে'ৰ স্বাস্থ্য মন্ত্ৰী জেন ক্রিষ্টিয়ান ভেষ্ট্রেক সাক্ষাৎ কৰে। সাক্ষাতৰ সময়ত ভাৰত আৰু নৰৱে'ৰ মাজৰ স্বাস্থ্য খণ্ডৰ লগতে ঔষধৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত থকা সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ পোষকতা কৰ...

November 17, 2025 8:12 PM

views 23

মক্কাৰ পৰা মদিনালৈ যোৱা যাত্রীবাহী বাছ দুৰ্ঘটনাত ৪৫ গৰাকী ভাৰতীয় তীর্থ যাত্ৰীৰ মৃত্যু

চৌদি আৰৱৰ মক্কাৰ পৰা মদিনালৈ যোৱা এখন যাত্রীবাহী বাছ আজি নিচেই পুৱা দুৰ্ঘটনাগ্ৰস্ত হোৱাত ৪৫ গৰাকী ভাৰতীয় তীর্থ যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। উল্লেখযোগ্য যে ভাৰতীয় সময় অনুসৰি মাজনিশা প্ৰায় ১.৩০ বজাত মুফৰিহাট নামৰ ঠাইত বাছখনে এখন ডিজেল কঢ়িওৱা টেংকাৰত খুন্দা মাৰে। বাছখনত ১১ গৰাকী মহিলা আৰু ১০টি শিশু ...

November 17, 2025 8:03 PM

views 31

ভাৰতৰ এমএছএমইৰ পৰিসৰ সমগ্ৰ দেশতে ৭ কোটিৰো অধিক কার্যকৰী ইউনিটৰ সৈতে বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ উদ্যোগত পৰিণত হৈছে

কেন্দ্রীয় মাইক্র', ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী জীতন ৰাম মাঞ্জীয়ে কয় যে ভাৰতৰ এমএছএমইৰ পৰিসৰ সমগ্ৰ দেশতে ৭ কোটিৰো অধিক কার্যকৰী ইউনিটৰ সৈতে বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ উদ্যোগত পৰিণত হৈছে। আজি নতুন দিল্লীত অনুষ্ঠিত ৪৪ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত এমএছএমই পেভিলিয়ন উদ্বোধন কৰি মন্ত...

November 17, 2025 7:58 PM

views 35

ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাৰ পেভিলিয়ন উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াৰ

শ্ৰম আৰু নিযুক্তি মন্ত্রী ডাঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাৰ পেভিলিয়ন উদ্বোধন কৰে। মাণ্ডাভিয়াই কয় যে কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাই দীর্ঘদিন ধৰি সমগ্ৰ দেশৰ কোটি কোটি শ্ৰমিকৰ বাবে বিত্তীয় নিৰাপত্তাৰ স্তম্ভ হিচাপে কাম কৰি আহিছে...

November 17, 2025 7:55 PM

views 25

গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মুখ...

November 17, 2025 7:27 PM

views 28

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলৰ মৃত্যুদণ্ডৰে দণ্ডিত

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনাক আজি বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ট্রাইবুনেলে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে। তেওঁৰ সৈতে বাংলাদেশৰ প্ৰাক্তন গৃহমন্ত্রী আছাদুজ্জামানকো মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে। ঢাকা আৰক্ষীৰ প্ৰাক্তন মহাপৰিদৰ্শক আল মানুনক একেটা গোচৰতে পাঁচ বছৰৰ কাৰাদণ্ড বিহা হৈছে। আজি ঢাকা...

November 17, 2025 5:55 PM

views 30

জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্রাসবাদী কার্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে

জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্রাসবাদী কার্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে বুলি সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বীবেদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা বৈঠকৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি জেনেৰেল দ্বিবেদীয়ে কয়, যে চলিত বছৰটোত বৰ্তমানলৈ প্ৰতিৰক্ষা বাহিনীৰ হাতত প্ৰায় ৩১...

November 17, 2025 5:21 PM

views 54

বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূর্ণ আলাপ-আলোচনা অব্যাহত

বিহাৰত নতুন চৰকাৰ গঠনৰ বাবে বিভিন্ন পক্ষৰ মাজত ব্যস্ততাপূর্ণ আলাপ-আলোচনা অব্যাহত আছে। এন ডি এৰ সহযোগী দলসমূহে চৰকাৰ গঠনৰ প্ৰয়াসেৰে পাটনা আৰু নতুন দিল্লী উভয়তে সম্প্ৰতি অবিৰতভাৱে বৈঠকত অংশগ্ৰহণ কৰিছে। এনে বৈঠকত এখন নতুন মন্ত্ৰীসভা গঠন আৰু প্ৰস্তাৱিত মন্ত্রীসভাখনত অংশীদাৰ দলসমূহৰ প্ৰতিনিধিত্বকে ধৰি ...

November 17, 2025 5:20 PM

views 32

সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ উপ-ৰাষ্ট্ৰপতিৰ আহ্বান

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সংবাদ প্রতিষ্ঠানসমূহক গঠনমূলক ভূমিকাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব পালন কৰি ৰাষ্ট্ৰ গঠনৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে। সাম্প্রতিক ডিজিটেল যুগত ভুৱা বাতৰি আৰু ভুল তথ্যৰ প্ৰসাৰ প্ৰতিহত কৰাটো অতিশয় জৰুৰী হৈ পৰা বুলি তেওঁ মত প্ৰকাশ কৰে। হায়দাবাদৰ ৰামোজী ফিল্ম চিটীত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।