ৰাষ্ট্ৰীয়

April 7, 2024 9:23 PM

views 33

কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি নিৰ্বাচনী প্ৰচাৰত ভাগ ল’ব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গৰচিৰলি লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্রার্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ চন্দ্ৰপুৰ ভ্ৰমণ কৰিব ৷ মৰৱা বিমনবন্দৰ গ্ৰাউণ্ডত আয়োজিত হ'বলগীয়া জনসভাত ৰাজ্যখনৰ কেবাগৰাকীও জ্যেষ্ঠ বিজে...

April 7, 2024 9:05 PM

views 31

কাইলৈ নতুন দিল্লীত দেশৰ তিনিওটা সামৰিক সেৱাৰ পৰিৱৰ্তন চিন্তন শীর্ষক বিশেষ সন্মিলন

নতুন দিল্লীত কাইলৈ দেশৰ তিনিওটা সামৰিক সেৱাৰ পৰিৱৰ্তন চিন্তন শীর্ষক বিশেষ সন্মিলন অনুষ্ঠিত হ'ব। নতুন তথা অভিনৱ ধাৰণাৰ সৃষ্টি কৰাৰ লগতে সংহত প্ৰচেষ্টাৰ হকে সংস্কাৰ সাধনৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত হ'বলগীয়া এই আলোচনাত ছীফ অব্ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে অ...

April 7, 2024 9:19 PM

views 31

বিহাৰৰ বুদ্ধগয়াৰ আই আই এমৰ ষষ্ঠ দীক্ষান্ত সমাৰোহত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি দেশৰ যুৱ পেছাদাৰীসকলক ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাত অংশ ল'বলৈ আহ্বান জনায়। বিহাৰৰ বুদ্ধগয়াৰ আই আই এমৰ ষষ্ঠ দীক্ষান্ত সমাৰোহ অনুষ্ঠানত ভাষণ দি তেওঁ এইদৰে কয়। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, আজিৰ যুৱ মন আৰু শিক্ষাৰ্থীসকল ভাৰতৰ ভৱিষ...

April 7, 2024 8:51 PM

views 29

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত আম আদমী পাৰ্টীৰ সামূহিক অনশন

আম আদমী পাৰ্টীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰিবলৈ সামূহিক অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আটিশী, সঞ্জয় সিং তথা গোপাল ৰায়কে ধৰি দলটোৰ নেতাসকলে আজি পুৱা নতুন দিল্লীৰ জন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দলীয় কৰ্মকৰ্তাসকলক সম্বোধন কৰি সঞ্জয় সিঙে কয় যে, ঘটনা...

April 7, 2024 8:41 PM

views 28

তামিল ভাষা অতি প্রাচীন ভাষা, এন ডি এ চৰকাৰে তামিল ভাষাক সদায় সুৰক্ষা দি আহিছেঃ জে পি নাড্ডা

বিজেপিৰ সভাপতি জে পি নাড্ডাই তামিল ভাষাক অতি প্রাচীন ভাষা বুলি উল্লেখ কৰি কয় যে, এন ডি এ চৰকাৰে তামিল ভাষাক সদায় সুৰক্ষা দি আহিছে। তামিলনাডুৰ ছিদাম্বমত বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি তেওঁ কয় যে, কংগ্ৰেছ আৰু ডি এম কে মিত্ৰজোঁটে তামিলনাডুৰ সাংস্কৃতিক ঐতিহ্য দুর্বল কৰি ৰাজ...

April 7, 2024 8:36 PM

views 29

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পশ্চিমবংগৰ জলপাইগুৰিৰ ঝুমুৰত নির্বাচনী সভাত অংশগ্রহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ জলপাইগুৰিৰ ঝুমুৰত এখন নির্বাচনী সভাত অংশগ্রহণ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰ উত্তৰ বংগৰ উন্নয়নৰ বাবে প্রতিশ্রুতিবদ্ধ। শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ণ কৰাৰ পৰা বিৰত থাকি ৰাজ্যখনৰ জনসাধাৰণক বঞ্চিত ...

April 7, 2024 7:41 PM

views 27

কংগ্ৰেছ তেলেংগানা বিধানসভাৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰঃ ৰাহুল গান্ধী

কংগ্ৰেছে কালি বিয়লি তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ ৰংগাৰেড্ডী জিলাৰ থুক্কু গুড়াত জনযাত্রা শীর্ষক ৰাজহুৱা সভাৰে ৰাজ্যখনৰ পৰা লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ শুভাৰম্ভ কৰে। তেলেগু ভাষাত দলৰ ইস্তাহাৰ মুকলি কৰাৰ পাছত এখন জনসভাক সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, কংগ্ৰেছ তে...

April 7, 2024 6:53 PM

views 28

আই এন ডি আই মিত্ৰজোঁটৰ কোনো স্পষ্ট দৃষ্টিভংগী নাই আৰু কোনো বিশ্বাসযোগ্যতা নাইঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, আই এন ডি আই মিত্ৰজোঁটৰ কোনো স্পষ্ট দৃষ্টিভংগী নাই আৰু কোনো বিশ্বাসযোগ্যতা নাই আৰু সেয়েহে মিত্ৰজোঁটটোৰ অভ্যন্তৰীণ মতভেদ ৰাজহুৱা হৈছে। বিহাৰৰ নৱাডাৰ কুন্তীনগৰৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্...

April 7, 2024 6:30 PM

views 25

ভাৰতৰ নিৰ্বাচন আয়োগৰ সুবিধা প’ৰ্টেলযোগে ৭৩ হাজাৰৰো অধিক আবেদন লাভ

লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছৰে পৰা যোৱা ২০ দিনৰ ভিতৰত সুবিধা প'ৰ্টেলযোগে ৭৩ হাজাৰৰো অধিক আবেদন লাভ কৰা হৈছে বুলি ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে সুবিধা প'ৰ্টেলৰ জৰিয়তে নির্বাচনী প্ৰচাৰৰ সময়ত সমাৱেশৰ আয়োজন, ৰাজনৈতিক দলৰ অস্থায়ী কাৰ্যালয় মুকলি, ঘৰে ঘৰে প্ৰচাৰ, ভিডিঅ' ভেন, ...

April 7, 2024 12:45 PM

views 46

উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহুকেইখন ঠাইত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযান

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAয়ে কালি চি পি আই এমৰ ভাৰত বিৰোধী ষড়যন্ত্রমূলক গোচৰ সংক্ৰান্তত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহুকেইখন ঠাইত অভিযান চলায়। NIAৰ দলে উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে ৰুজু কৰা গোচৰৰ সংক্ৰান্তত উত্তৰপ্ৰদেশ বাল্লীয়া জিলাৰ ১১টা স্থানত আৰু বিহাৰৰ কাইমুৰ জিলাৰ এটা স্থানত এ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।