ৰাষ্ট্ৰীয়

March 31, 2024 7:02 PM March 31, 2024 7:02 PM

views 30

দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলৰ মিত্ৰজোট আই এন ডি আই এৰ প্ৰতিবাদী সমাবেশ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰকে ধৰি কেইবাটাও বিষয়ক লৈ বিৰোধী দলৰ মিত্ৰজোট আই এন ডি আই এ আজি দিল্লীৰ ৰামলীলা ময়দানত সমাবেশৰ আয়োজন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই সমাবেশত অংশগ্ৰহণ কৰি কেইবাজনো বিৰোধী নেতাই দৃঢ়তাৰে কৈছে যে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে এই সমাবেশৰ আয়োজন কৰা হৈ...

March 31, 2024 6:39 PM March 31, 2024 6:39 PM

views 41

প্রাক্তন উপ-প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে আজি প্রাক্তন উপ-প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ৰাষ্ট্ৰপতিয়ে বর্ষিয়ান নেতাগৰাকীৰ বাসগৃহলৈ গৈ তেওঁক এই সন্মানেৰে বিভূষিত কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্রাক্ত...

March 31, 2024 6:34 PM March 31, 2024 6:34 PM

views 23

১৯৭৪ চনত কচ্চাথিৰু দ্বীপ শ্রীলংকাক গতাই দিয়াৰ বাবে কংগ্ৰেছক  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্র সমালোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৭৪ চনত কচ্চাথিৰু দ্বীপ শ্রীলংকাক গতাই দিয়াৰ বাবে কংগ্ৰেছক তীব্র সমালোচনা কৰিছে। তেওঁ দেশৰ একতা, অখণ্ডতা আৰু স্বাৰ্থ দুৰ্বল কৰাটো কংগ্ৰেছৰ ৭৫ বছৰীয়া কর্মশৈলী বুলি দাবী কৰিছে। তামিলনাডু বিজেপিৰ মুৰববী কে অন্নামলাইয়ে তথ্য জনাৰ আইনৰ অধীনত কচ্চাথিৰু দ্বীপ সম্পর্কে লাভ ...

March 31, 2024 6:55 PM March 31, 2024 6:55 PM

views 25

চলিত বিত্তীয় বৰ্ষৰ চতুর্থ ত্রিমাষিকত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮ শতাংশ বা তাতকৈ অধিক হ’বঃ বিত্ত মন্ত্রী নির্মলা সীতাৰমন

কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে কৈছে যে চলিত বিত্তীয় বৰ্ষত চতুর্থ ত্রিমাষিকত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৮ শতাংশ বা তাতকৈ অধিক হ'ব। মুম্বাইত আয়োজিত এখন বিনিয়োগ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে উন্নত মুদ্রাস্ফীতি ব্যৱস্থাপনা আৰু স্থূল অর্থনৈতিক সুস্থিৰতা...

March 30, 2024 9:54 PM March 30, 2024 9:54 PM

views 36

সমাগত লোকসভা নিৰ্বাচনত দেশৰ কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰৰ প্ৰতিদ্বন্দ্বিতা

সমাগত লোকসভা নিৰ্বাচনত কেইবাখনো ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে বিজেপি নেতৃত্বাধীন এন ডি এৰ হৈ ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব। ইপিনে, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ ...

March 30, 2024 9:22 PM March 30, 2024 9:22 PM

views 26

লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ ২৭ জনীয়া ইস্তাহাৰ সমিতি গঠন

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে দলটোৰ ইস্তাহাৰ সমিতি ঘোষণা কৰিছে। দলৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ২৭ জনীয়া এই সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি এই সমিতি গঠনৰ বিষয়ে ঘোষণা কৰে। সমিতিখনৰ বিত্তমন্ত্ৰী নিৰ্মলা স...

March 30, 2024 9:09 PM March 30, 2024 9:09 PM

views 29

চৌধাৰী চৰণ সিং, পি ভি নৰসিমহা ৰাও, কৰ্পূৰী ঠাকুৰ আৰু এম এছ স্বামীনাথনলৈ ভাৰত ৰত্ন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্ৰাক্তন প্রধানমন্ত্ৰী চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিমহা ৰাওৰ লগতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰ আৰু যশস্বী বিজ্ঞানী এম এছ স্বামীনাথনক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মানেৰে বিভূষিত কৰে। ৰাষ্ট্ৰপতিয...

March 29, 2024 10:03 PM March 29, 2024 10:03 PM

views 4

নির্বাচন আয়োগৰ চি-ভিজিল এপৰ জৰিয়তে ৭৯ হাজাৰৰো অধিক নির্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ লাভ

নির্বাচন আয়োগৰ চি-ভিজিল এপ ভোটদাতাসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে। লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা হোৱাৰে পৰা বৰ্তমানলৈকে এই এপৰ জৰিয়তে ৭৯ হাজাৰৰো অধিক নির্বাচনী আচৰণ বিধি উলংঘনৰ ঘটনাৰ বিষয়ে অভিযোগ লাভ কৰা হৈছে। নির্বাচন আয়োগে এটা বিবৃতিযোগে কৈছে যে, লাভ কৰা অভিযোগসমূহৰ ৯৯ শতাংশৰো অধিক ইতিমধ্যে ন...

March 29, 2024 10:01 PM March 29, 2024 10:01 PM

views 5

বিহাৰত বিৰোধী মহা মিত্ৰজোঁটৰ ৪০টা সংসদীয় সমষ্টিৰ বাবে কংগ্ৰেছ, RJD আৰু বাঁওদলৰ মাজত আসনৰ ভাগ-বাটোৱাৰা

বিহাৰত বিৰোধী মহা মিত্ৰজোঁটে আজি ৪০টা সংসদীয় সমষ্টিৰ বাবে কংগ্ৰেছ, RJD আৰু বাঁওদলসমূহৰ মাজত আসনৰ ভাগ-বাটোৱাৰাৰ বিষয়ে ঘোষণা কৰিছে। এই ভাগ-বাটোৱাৰাৰ চুক্তি অনুসৰি লালু প্ৰসাদ নেতৃত্বাধীন RJD-এ ২৬ খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ৯ খন আসনৰ বাবে প্ৰাৰ্থী থিয় কৰোৱাব। ৫ খন আসনত বাঁওদলসমূহ...

March 29, 2024 9:59 PM March 29, 2024 9:59 PM

views 7

জম্মু-কাশ্মীৰৰ ৰামবান জিলাত যাত্ৰীবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত, ১০জন লোক নিহত

জম্মু-কাশ্মীৰৰ ৰামবান জিলাৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেটৰী চেচমাৰ সমীপত এখন যাত্রীবাহী বাহন পথৰ পৰা এটা দ খাৱৈত বাগৰি পৰাৰ ফলত কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। আমাৰ সংবাদদাতাই জনাইছে যে, কালি মাজনিশা বহিঃৰাগত শ্রমিকক কঢ়িয়াই নিয়া এখন বাহন এটা এহেজাৰ ফুট গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত এই অঘটনটো ঘ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।