ৰাষ্ট্ৰীয়

April 20, 2024 8:18 PM

views 19

লোকসভা নিৰ্বাচনৰ বাকীকেইটা পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ অন্তত বাকীকেইটা পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোডশ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ চিকবল্লা...

April 20, 2024 8:16 PM

views 24

মহাৰাষ্ট্ৰৰ পৰৰ্ভণীত প্ৰধানমন্ত্ৰীৰ নির্বাচনী সভা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি মহাৰাষ্ট্ৰৰ পৰৰ্ভণীত এখন নির্বাচনী সভা সম্বোধন কৰে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত সবকা সাথ-সবকা বিকাশ মন্ত্ৰৰে সৰ্বাত্মক উন্নয়নৰ প্ৰতি এন ডি এ চৰকাৰৰ প্ৰতিশ্ৰুতিৱদ্ধতাত জোৰ দিয়ে। তেওঁ সীমান্তৰে চলা সন্ত্ৰাসবাদৰ অৱসানৰ লগতে ভৱিষ্যতৰ প্ৰগত...

April 20, 2024 7:09 PM

views 24

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদাতাৰ সঁহাৰিত প্ৰধানমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদাতাৰ সঁহাৰিত সন্তুষ্টি প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ নান্দেডত আজি এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে ভোটদানৰ এই ধাৰা পৰৱৰ্তী পৰ্যায়কেইটাতো অব্যাহত ৰাখিবলৈ আহ্বান জনায়। তেওঁ গণতন্ত্ৰৰ বাবে শাসকীয় দল আ...

April 20, 2024 7:06 PM

views 27

মনীষ চিছোদিয়াৰ জামিন আবেদনৰ ৰায়দান স্থগিত

দিল্লীৰ এখন আদালতে আজি দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ জামিন আবেদনৰ ৰায়দান স্থগিত ৰাখে। ৰোজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাবেজাই ৩০ এপ্রিল তাৰিখে এই আবেদনৰ ৰায়দান কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইডি আৰু চিবিআইৰ দুয়োটা গোচৰতে দিল্লীৰ বিচাৰ আদালত, দিল্লী উচ্চ ন্যায়ালয় আৰু উচ...

April 20, 2024 6:47 PM

views 19

আপত্তিজনক বিজ্ঞাপন প্ৰকাশৰ ঘটনা প্ৰতিৰোধ বাবে নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা জাৰি

নির্বাচন আয়োগে ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে ৰাজ্যিক বা জিলা পৰ্যায়ৰ মিডিয়া চার্টিফিকেশ্বন এণ্ড ম'নিটৰিং কমিটীৰ আগতীয়া অনুমতি অবিহনে ৰাজনৈতিক দল, প্রার্থী, সংগঠন বা কোনো ব্যক্তিৰ দ্বাৰা ছপা মাধ্যমত বিজ্ঞাপন প্রকাশত বাধা আৰোপ কৰিছে। ভোটগ্ৰহণৰ ঠিক আগমুহূৰ্তত প্ৰকাশ পোৱা বিভ্ৰান্তিকৰ অথবা আপ...

April 20, 2024 12:37 PM

views 26

প্ৰথম পৰ্যায়ৰ লোকসভা নির্বাচনত ২১খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ৬৮ শতাংশৰো অধিক ভোটদান

প্ৰথম পৰ্যায়ৰ লোকসভা নির্বাচন কালি দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূর্ণভাৱে সম্পন্ন হয়। ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিক সামৰি হোৱা এই পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰিকভাৱে ৬৮ শতাংশৰো অধিক ভোটদান হয়। শেহতীয়া তথ্য অনুসৰি অসমত ৭৫.৯৫, মণিপুৰত ৭২.১৭, ছিকিমত ৮০.০৩ বিহাৰত ৪৮...

April 20, 2024 12:35 PM

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰতি জনসাধাৰণৰ বিপুল সঁহাৰিঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰতি জনসাধাৰণৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। শ্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে প্রথম পৰ্যায়ত ভোটদান কৰা প্ৰতিগৰাকী লোকক ধন্যবাদ জ্ঞাপন কৰিছে।

April 20, 2024 12:42 PM

views 25

পশ্চিমবংগৰ মুখ্য নির্বাচনী বিষয়াৰ সংবাদমেল, কোচবিহাৰত দুটা পৃথক ঘটনাত দুজন আহত, ১২জনক গ্ৰেপ্তাৰ

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ সামৰণিৰ অন্তত কালি পশ্চিমবংগৰ মুখ্য নির্বাচনী বিষয়াই এখন সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেলত মুখ্য নির্বাচনী বিষয়া আৰিজ আফটাৰে প্ৰকাশ কৰা মতে, কালি কোচবিহাৰত সংঘটিত দুটা পৃথক ঘটনাত দুজন লোক আহত হৈছে। লোক দুজনক স্থানীয় চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। বিষয়া...

April 20, 2024 12:32 PM

views 26

লোকসভা নিৰ্বাচনৰ বাবে বহুজন সমাজ পাৰ্টীৰ ষষ্ঠখন প্ৰাৰ্থী তালিকা প্ৰকাশ

লোকসভা নিৰ্বাচনৰ বাবে বহুজন সমাজ পাৰ্টী (বি এছ পি)য়ে দলীয় প্ৰাৰ্থীৰ ষষ্ঠখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত দলে ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইবাৰ দলে বাৰাণসীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰাৰ্থী সলনি কৰিছে। সেই অনুসৰি বাৰাণসীৰ বাবে অটহৰ জামাল লাৰিৰ ঠাইত চৈয়দ নিয়াজ আলীক ...

April 20, 2024 12:31 PM

views 36

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ, বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী সভা আৰু ৰোড শ্ব’

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পাছত বাকীকেইটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তত নির্বাচনী সভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি মহাৰাষ্ট্ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।