ৰাষ্ট্ৰীয়

April 21, 2024 8:04 PM

views 22

কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন মহা মিত্ৰজোঁটে বিহাৰক পুনৰ জংগলৰাজৰ যুগলৈ ঠেলি নিব বিচাৰিছেঃ অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে অভিযোগ কৰি কৈছে যে, কংগ্ৰেছ আৰু আৰ জে ডি নেতৃত্বাধীন মহা মিত্ৰজোঁটে বিহাৰক পুনৰ জংগলৰাজৰ যুগলৈ ঠেলি নিব বিচাৰিছে। জে ডি ইউৰ প্ৰাৰ্থীৰ্গৰাকীৰ সমৰ্থনত কাটিহাৰৰ ৰাজেন্দ্ৰ ষ্টেডিয়ামত এখন জনসভাক সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে, আৰ জে ডি আৰু কংগ্ৰেছে ...

April 21, 2024 5:36 PM

views 24

নতুন দিল্লীত ভগৱান মহাবীৰৰ ২,৫৫০ সংখ্যক নিৰ্বাণ মহোৎসৱ মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বর্তমান সমগ্র বিশ্বই গোলকীয় শান্তি সুনিশ্চিত কৰাৰ বাবে ভাৰতলৈ চাই আছে। মহাবীৰ জয়ন্তীৰ পবিত্ৰ ক্ষণত আজি নতুন দিল্লীত ভগৱান মহাবীৰৰ ২৫৫০ সংখ্যক নির্বাণ মহোৎসৱ মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে দেশৰ বৰ্ধিত সমৰ্থ আৰু বিদেশ নীতিক নতুন ভাৰতৰ...

April 21, 2024 2:13 PM

views 25

২০২৪ বৰ্ষৰ জুনত হবলগীয়া নেটৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ২০২৪ বৰ্ষৰ জুনত হবলগীয়া বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা ইউ জি চি নেটৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পঞ্জীয়নৰ প্ৰক্ৰিয়া ১০ মে'লৈকে অব্যাহত থাকিব আৰু অনলাইনযোগে পৰীক্ষা মাছুল জমা কৰাৰ বাবে ১২ মে' অন্তিম দিন ধাৰ্য্য কৰা হৈছে। নেট...

April 21, 2024 12:49 PM

views 37

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰে’ল চলাচলৰ ব্যৱস্থা

গ্রীষ্মকালীন বন্ধৰ পৰিপ্ৰেক্ষিতত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰে'লৱেই গুৱাহাটীৰ পৰা দুখন বিশেষ গ্ৰীষ্মকালীন ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছে। ৰে'ল দুখনৰ এখন গুৱাহাটী আৰু ওড়িশাৰ সম্বলপুৰৰ মাজত চলাচল কৰাৰ বিপৰীতে আনখন গুৱাহাটী আৰু জম্মুৰ কাটৰাৰ মাজত চলাচল কৰিব। উভয় দিশত দুয়ো...

April 21, 2024 12:18 PM

views 21

হাৰিয়ানাৰ গুৰুগ্ৰামত দেৱাল ভাগি পৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু

হাৰিয়ানাৰ গুৰুগ্ৰামৰ অৰ্জুন নগৰ অঞ্চলত এখন শ্মশানৰ দেৱাল ভাগি পৰাৰ ফলত এজনী ছোৱালীকে ধৰি চাৰিজন লোকৰ মৃত্যু হয়। এই দেৱালখন ভাগি পৰাৰ ফলত দুটি শিশু আৰু চাৰিজন লোক ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ পৰে। আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ লোককেইজনক উদ্ধাৰৰ কৰাৰ বাবে চলায় যদিও এটি শিশু আৰু তিনিজন লোক উদ্ধা...

April 21, 2024 12:06 PM

views 19

বিধি বলৱৎকাৰী সঞ্চালকালয় আৰু চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক স্বতন্ত্রভাৱে কাম কৰিবলৈ দিব লাগে আৰু চৰকাৰ তথা ৰাজনীতিকসকলে এনে সংস্থাসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিব নালাগেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিধি বলৱৎকাৰী সঞ্চালকালয় আৰু চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক স্বতন্ত্রভাৱে কাম কৰিবলৈ দিব লাগে আৰু চৰকাৰ তথা ৰাজনীতিকসকলে এনে সংস্থাসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিব নালাগে। এটা ব্যক্তিগত টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত কেন্দ্ৰীয় সংস্থাসমূহৰ অপপ্ৰয়োগ...

April 21, 2024 1:27 PM

views 26

২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে দেশৰ ৮৮ টা সংসদীয় সমষ্টিত ১,১৯৮ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা

অহা ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ বাবে দেশৰ ৮৮ টা সংসদীয় সমষ্টিত ১,১৯৮ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। দ্বিতীয় পৰ্যায়ত অসমত ৬১ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। কৰিমগঞ্জত ২৪, নগাওঁত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱত...

April 21, 2024 11:58 AM

views 22

মহাবীৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ দেশবাসীক ওলগ

আজি মহাবীৰ জয়ন্তী। জৈন ধৰ্মৰ ২৪ সংখ্যক তীৰ্থাংকৰ ভগৱান মহাবীৰ জৈনৰ জয়ন্তী হিচাপে এই উৎসৱ পালন কৰা হয়। ভগৱান মহাবীৰে অহিংসা, সত্য, ব্ৰহ্মচৰ্য্য, অস্তেয়, সংযমৰ লেখীয়া জৈন আদৰ্শৰাজিৰ মাধ্যমেৰে শান্তিপূর্ণ সহাৱস্থান আৰু বিশ্ব ভাতৃত্ববোধৰ পথ দেখুৱাই থৈ গৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মহাবী...

April 21, 2024 11:39 AM

views 33

ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে আয়োগৰ অনুমতি অবিহনে ছপা মাধ্যমত বিজ্ঞাপন প্ৰকাশত নির্বাচন আয়োগৰ বাধা আৰোপ

নির্বাচন আয়োগে ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে ৰাজ্যিক বা জিলা পৰ্যায়ৰ মিডিয়া চাৰ্টিফিকেশ্বন এও ম'নিটৰিং কমিটীৰ আগতীয়া অনুমতি অবিহনে ৰাজনৈতিক দল, প্রার্থী, সংগঠন বা কোনো ব্যক্তিৰ দ্বাৰা ছপা মাধ্যমত বিজ্ঞাপন প্ৰকাশত বাধা আৰোপ কৰিছে। ভোটগ্ৰহণৰ ঠিক আগমুহূৰ্তত প্ৰকাশ পোৱা বিভ্ৰান্তিকৰ অথবা আপত্...

April 20, 2024 8:20 PM

views 28

ওড়িশাৰ মহানদীত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি শোক প্ৰকাশ

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ওড়িশাৰ ঝাৰসুগুদা জিলাৰ মহানদীত সংঘটিত নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই নাও দুৰ্ঘটনাত বহু লোকৰ প্ৰাণ হানি হোৱাৰ বাতৰিয়ে তেওঁক মর্মাহত কৰিছে। তেওঁ শোকসন্তপ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।