April 6, 2024 12:05 PM April 6, 2024 12:05 PM
19
ৰাজ্যসভাৰ বিৰোধী নেতা ড০ ৰচণদাস মহন্তৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন চণ্ডীগড় আৰক্ষী
চণ্ডীগড় আৰক্ষীয়ে ৰাজ্যসভাৰ বিৰোধী নেতা ড০ ৰচণদাস মহন্তৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে। ড০ মহান্তে যোৱা ২ এপ্রিলত এখন জনসভাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এটা বিতর্কিত মন্তব্য প্ৰকাশ কৰা বুলি অভিযান উত্থাপন হৈছে। এই মন্তব্যক বিজেপিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই সন্দৰ্ভত নির্বাচ...