ৰাষ্ট্ৰীয়

April 6, 2024 4:50 PM April 6, 2024 4:50 PM

views 18

চট্টীশগড়ৰ বিজাপুৰত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ চিপি আই মাওবাদী দলৰ গুলীয়াগুলিত তিনিজন নক্সাল বিদ্ৰোহীৰ মৃত্যু

তেলেংগানাৰ সীমান্তৱৰ্তী চট্টিছগড়ৰ বিজাপুৰ জিলাৰ ঘন অৰণ্যত সুৰক্ষা বাহিনী আৰু নিষিদ্ধ চিপি আই মাওবাদী দলৰ মাজত হোৱা গুলীয়াগুলিত তিনিজন নক্সাল বিদ্ৰোহীৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেলেংগানাৰ মুলুগী জিলাৰ সমীপৰ পুজৰী কানকেড় অৰণ্যত সুৰক্ষা বাহিনীৰ সৈতে মাওবাদীৰ গুলীৰ বিনিময় হয়। এট...

April 6, 2024 4:45 PM April 6, 2024 4:45 PM

views 22

ভাৰতীয় জনতা পাৰ্টিৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ভাৰতীয় জনতা পাৰ্টিৰ আজি ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দলটোৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে জ্যেষ্ঠ নেতা অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জগত প্রসাদ নাড্ডাই দলীয় নেতা-কর্মীসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত আজি প্ৰধানমন্ত্রী মোদীয়ে দলৰ উত্তৰণত তেওঁলোকৰ কষ্ট, সং...

April 6, 2024 4:38 PM April 6, 2024 4:38 PM

views 25

ছাহাৰানপুৰৰ জনসভাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এইবাৰৰ নিৰ্বাচন কেৱল চৰকাৰ গঠনৰ বাবে অনুষ্ঠিত হোৱা নাই, বৰং এখন উন্নত ভাৰত গঠনৰ বাবে অনুষ্ঠিত হৈছে। যোৱা ৫ বছৰত ভাৰত বিশ্বৰ পঞ্চম স্থানৰ অৰ্থনীতি হ'বলৈ সমৰ্থ হৈছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। ছাহাৰানপুৰৰ এখন জনসভাত ভাষণ দি প্রধানমন্ত্ৰ...

April 6, 2024 12:53 PM April 6, 2024 12:53 PM

views 8

লোকসভা নিৰ্বাচনৰ প্ৰতিটো ই ভি এমত চোকা নজৰ ৰাখিব দেশৰ নিৰ্বাচন আয়োগে

ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰতিটো ই ভি এমৰ ওপৰত দেশৰ নিৰ্বাচন আয়োগে চোকা নজৰ ৰাখিব। নির্বাচন সম্পূর্ণ স্বচ্চ আৰু নিকাভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে । সেই মর্মে আয়োগে ই ভি এমৰ গতিপথ অহৰহ নজৰত ৰাখিব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সাংবাদিকৰ সৈত...

April 6, 2024 12:52 PM April 6, 2024 12:52 PM

views 23

সামাজিক মাধ্যমযোগে প্ৰচাৰিত ১৫ লাখ ই ভি এম হেৰুওৱাৰ বাৰ্তা ভুৱা বুলি অভিহিত নিৰ্বাচন আয়োগৰ

নির্বাচন আয়োগে সামাজিক মাধ্যমযোগে ১৫ লাখ ই ভি এম হেৰুওৱাৰ প্ৰচাৰিত বাৰ্তা ভুৱা বুলি অভিহিত কৰিছে। আয়োগে সামাজিক মাধ্যমযোগে কৈছে যে এই বাৰ্তা ভুৱা আৰু বিভ্ৰান্তিকৰ। আয়োগে লগতে কোনো ই ভি এম হেৰুওৱা নাই আৰু উচ্চতম ন্যায়ালয়েও ই ভি এম হেৰুওৱা সন্দৰ্ভত দাখিল কৰা একাধিক আবেদন খাৰিজ কৰিছে বুলি উল্লেখ ক...

April 6, 2024 12:42 PM April 6, 2024 12:42 PM

views 76

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪.৫ শতাংশ হোৱাৰ সম্ভাৱনাঃ আৰ বি আই

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) কৈছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪ দশমিক ৫ শতাংশ হোৱাৰ সম্ভাৱনা আছে। আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে দ্বি-মাসিক মুদ্রানীতি ঘোষণা কৰি কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ২০২২ চনৰ এপ্ৰিলৰ ৭ দশমিক ৮ শতাংশৰ তুলনাত মুদ্রাস্ফী...

April 6, 2024 12:20 PM April 6, 2024 12:20 PM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ আজমেৰ জিলাত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ আজমেৰ জিলাৰ পুষ্কৰৰ সমীপত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। আজমেৰ আৰু পুষ্কৰৰ বিজেপি প্রার্থীদ্বয়ৰ সমৰ্থনত এই সভাৰ আয়োজন কৰা হৈছে। ৰাজস্থানত শ্ৰীমোদীৰ এইখন তৃতীয়খন নির্বাচনী সভা হ'ব।  ইফালে,  আজি পুৱা উত্তৰ প্ৰদেশৰ চাহাৰণ পুৰত ...

April 6, 2024 12:15 PM April 6, 2024 12:15 PM

views 7

মণিপুৰত লোকসভা নিৰ্বাচনত ভোটদাতাৰ অংশগ্ৰহণ, ভোটগ্রহণ সূচাৰুৰূপে সম্পন্নৰ উদ্দেশ্যে নির্বাচন আয়োগৰ ভালেমান পদক্ষেপ গ্রহণ

মণিপুৰত আসন্ন লোকসভা নিৰ্বাচনত ভোটদাতাসকলৰ সৰ্বাধিক অংশগ্ৰহণৰ লগতে ভোটগ্রহণ প্রক্রিয়া সূচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে নির্বাচন আয়োগে ভালেমান পদক্ষেপ গ্রহণ কৰিছে। যোৱা বছৰ মে’ত জাতিগত হিংসাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সাহায্য শিবিৰত আশ্ৰয় লৈ থকা লোকসকলক ভোটদানৰ সুবিধা প্ৰদান কৰাৰ লগতে ভোটগ্রহণ কেন্দ্...

April 6, 2024 12:12 PM April 6, 2024 12:12 PM

views 15

মধ্যপ্রদেশত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৯৩খন মনোনয়ন পত্র বৈধ বিবেচিত, ১৬খন বাতিল

মধ্যপ্রদেশত দ্বিতীয় পৰ্যায়ত হ'বলগীয়া ৭খন আসনৰ বাবে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত ৯৩খন মনোনয়ন পত্র বৈধ বিবেচিত হৈছে। পৰীক্ষাৰ পাছত ১৬খন মনোনয়ন পত্র বাতিল কৰা হয়। দ্বিতীয় পৰ্যায়ৰ বাবে অহা সোমবাৰ হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ইপিনে ৰাজ্যখনৰ নির্বাচনী প্ৰচাৰ ক্ৰমাৎ তুংগত উঠা পৰ...

April 6, 2024 12:10 PM April 6, 2024 12:10 PM

views 12

কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটীৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ত লোকসভা নির্বাচন সন্দৰ্ভত বৈঠক

কংগ্ৰেছৰ কেন্দ্ৰীয় নির্বাচন কমিটিয়ে কালি বিয়লি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত লোকসভা নির্বাচন সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। বৈঠকত দলৰ সভাপতি মল্লিকার্জুন খাৰ্গে, কংগ্ৰেছৰ সংসদীয় গোটৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু সাধাৰণ সম্পাদক কে চি বেণুগোপাল উপস্থিত থাকে। হাৰিয়ানাৰ দলৰ জ্যেষ্ঠ নেতাসকলেও এ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।